মাওলাইনং গাঁও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
20 নং শাৰী:
| subdivision_type = দেশ
| subdivision_name = {{flag|India}}
| subdivision_type1 = রাজ্যৰাজ্য
| subdivision_name1 = [[মেঘালয়]]
| subdivision_type2 = জিলা
56 নং শাৰী:
| footnotes =
}}
মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাওঁ।গাঁও।<ref>[http://iay.nic.in/netiay/benf_lvl2.aspx?page=p&panchayat_code=2102008002&panchayat_name=Mawlynnong&state_code=21&state_name=MEGHALAYA&district_name=EAST%20KHASI%20HILLS&block_name=PYNURSLA,&fin_year=2010-2011&shortname=MG IAY Report for Financial year 2010-2011]</ref> [[ভাৰতবৰ্ষ]]ৰ [[মেঘালয়]] ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাৱঁৰগাঁৱৰ বৈশিষ্ট্য এয়ে যে, এইখন '''[[এচিয়া]] মহাদেশৰ ''সবাতোকৈ পৰিস্কাৰ'' গাওঁগাঁও'''।<ref>{{cite web|url=http://www.ndtv.com/india-news/asias-cleanest-village-is-in-meghalaya-702737|title=Asia's Cleanest Village is in Meghalaya}}</ref> খাচীয়া সম্প্ৰদায়ৰ এই গাওঁখনৰগাঁওখনৰ সমাজ মাতৃপ্ৰধান।<ref>[http://www.washingtonpost.com/news/in-sight/wp/2015/04/17/kingdom-of-girls-women-hold-power-in-this-remote-indian-village/ Kingdom of girls: Women hold power in this remote Indian village]" '[[Washington Post]]''. April 17th 2015. Retrieved on June 6, 2015.</ref>
এই গাওঁখনগাঁওখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু  পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।<ref>[http://ceomeghalaya.nic.in/erolls/27-pynursla.htm Electoral roll of Pynurla (ST) constituency], Election Department, Government of Meghalaya.</ref>
 
==ভৌগোলিক স্থিতি ==
64 নং শাৰী:
 
==জনসংখ্যা==
২০১৫ চনৰ লোকপিয়ল অনুসৰি গাওঁখনৰগাঁওখনৰ মুঠ জনসংখ্যা ৫০০জন,<ref name=Nieves>Nieves, Evelyn. "[http://lens.blogs.nytimes.com/2015/06/03/girls-rule-in-an-indian-village/?src=me Girls Rule in an Indian Village]" ([http://www.webcitation.org/6Z2bga0sA Archive]). ''[[The New York Times]]''. June 3, 2015. Retrieved on June 5, 2015.</ref> আৰু ইয়াত মুঠ ৯৫ টা পৰিয়াল আছে ।<ref>[http://nrega.nic.in/netnrega/writereaddata/state_out/backlogall_2102008_local_1112.html Availability of MGNrega data on MGNREGA soft MIS]</ref> স্বাক্ষৰতাৰ হাৰ ১০০% ।<ref name="megtourism_eco">[http://megtourism.gov.in/ecodestination.html Eco Destination], Department of Tourism, Government of Meghalaya</ref>
 
==বৃত্তি ==
গাওঁখনিৰগাঁওখনিৰ উৰ্পাজনৰ প্ৰধান উৎস হৈছে কৃষি ৷ [[অসম]]ৰ দৰেই ইয়াত [[তামোল গছ]]ৰ পৰিমাণ বেছি সেয়ে [[চুপাৰী]]ৰ ব্যৱসায় দেখা যায়।<ref name="megtourism_eco"/> পৰ্যটনৰ দিশৰ পৰাও কম পৰিমাণে হ'লেও লাভাৱান্বিত হয়।
 
==মাতৃপ্ৰধান সমাজ ==
73 নং শাৰী:
 
==পৰিস্কাৰ পৰিচন্নতা==
পৰিস্কাৰ পৰিচন্নতাৰ বাবেই মাওলাইনং আজি পৃথিৱী বিখ্যাত।<ref>[http://www.india-north-east.com/2011/06/mawlynnong-cleanest-village-of-asia.html Mawlynnong - the cleanest village of Asia], ''India-north-east.com''</ref> চাফ চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ কোনোৱেই কৃপণালী নকৰে। এক নিৰ্দ্দিষ্ট দূৰত্বৰ আৰেঁ আৰেঁ থকা  বাহঁৰ ডাষ্টবিনত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে। গাওঁখনগাঁওখন ২০০৩ চনত এচিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিস্কাৰপৰিষ্কাৰ গাওঁগাঁও হিচপে বিবেচিত হৈছে।<ref name="megtourism_eco"/>
 
==পৰ্যটন কেন্দ্ৰ==
প্ৰকৃতিয়ে গাওঁগাঁও খনক পৰ্যটনৰো সুবিধা কৰি দিছে। ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ (living root bridge)আছে আছে, যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা [[বাংলাদেশ]]ৰ সমভূমি দৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাওঁখনৰগাঁওখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে ।
==তথ্য সংগ্ৰহ==
{{Reflist}}