চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

78 নং শাৰী:
 
==সাধাৰণ লক্ষণ ==
1.#পক্ষীবোৰ দ্বিপদী, ঠোঁটযুক্ত আৰু উষ্ণৰক্তী প্রাণী।
 
2.#ইহঁতৰ শৰীৰটো পাখিৰে আবৃত।
1.পক্ষীবোৰ দ্বিপদী, ঠোঁটযুক্ত আৰু উষ্ণৰক্তী প্রাণী।
3.#দেহটো মহুৰা আকৃতিৰ আৰু ইয়াক মূৰ, ডিঙি, দেহাংশ আৰু নেজ অংশত ভগাব পাৰি।
2.ইহঁতৰ শৰীৰটো পাখিৰে আবৃত।
4.#অগ্রপদ দুখন ডেউকালৈ ৰূপান্তৰিত হৈছে। প্রত্যেক ডেউকাতে তিনিটাকৈ নখবিহীন আঙুলি থাকে আৰু উৰিবৰ বাবে কিছুমান বিশেষ পাখি থাকে।
3.দেহটো মহুৰা আকৃতিৰ আৰু ইয়াক মূৰ, ডিঙি, দেহাংশ আৰু নেজ অংশত ভগাব পাৰি।
5.#পশ্চাদৎ পদ বা ঠেং দুখন খোজ কাঢ়িবলৈ, গছৰ ডালত খামুচি ধৰিবলৈ আৰু কোনো বস্তু ধৰিবলৈ আৰু সাঁতুৰিবলৈও ব্যৱহাৰ কৰা হয়। ঠেং দুখনত চাৰিটাকৈ নখযুক্ত আঙুলি থাকে।
4.অগ্রপদ দুখন ডেউকালৈ ৰূপান্তৰিত হৈছে। প্রত্যেক ডেউকাতে তিনিটাকৈ নখবিহীন আঙুলি থাকে আৰু উৰিবৰ বাবে কিছুমান বিশেষ পাখি থাকে।
6.#ইহঁতৰ ঠোঁট আৰু নখৰ ওপৰত এখন কঠিন আৱৰণ থাকে তথা ঠেঙৰ এটা অংশত বাকলি থাকে।
5.পশ্চাদৎ পদ বা ঠেং দুখন খোজ কাঢ়িবলৈ, গছৰ ডালত খামুচি ধৰিবলৈ আৰু কোনো বস্তু ধৰিবলৈ আৰু সাঁতুৰিবলৈও ব্যৱহাৰ কৰা হয়। ঠেং দুখনত চাৰিটাকৈ নখযুক্ত আঙুলি থাকে।
7.#ইহঁতৰ দাঁত নেথাকে।
6.ইহঁতৰ ঠোঁট আৰু নখৰ ওপৰত এখন কঠিন আৱৰণ থাকে তথা ঠেঙৰ এটা অংশত বাকলি থাকে।
8.#পক্ষীৰ ছালত ঘর্ম গ্রন্থি নেথাকে কিন্তু নেজৰ ওপৰফালে তৈল গ্রন্থি বা প্রিন গ্রন্থি নামৰ এটা বিশেষ ধৰণৰ গ্রন্থি থাকে।
7.ইহঁতৰ দাঁত নেথাকে।
9.#চৰাইৰ বহিঃকংকালবোৰ অধিচর্মীয়। এইবোৰ হ’ল – পাখি. ঠেঙত থকা বাকলি, আঙুলিত থকা নখ আৰু ঠৌঁটৰ আৱৰণ।
8.পক্ষীৰ ছালত ঘর্ম গ্রন্থি নেথাকে কিন্তু নেজৰ ওপৰফালে তৈল গ্রন্থি বা প্রিন গ্রন্থি নামৰ এটা বিশেষ ধৰণৰ গ্রন্থি থাকে।
10.#উৰণক্ৰিয়াৰ সহায়ক হ’বলৈ ইহঁতৰ বক্ষপেশীবোৰ শক্তিশালী আৰু পূর্ণবিকশিত।
9.চৰাইৰ বহিঃকংকালবোৰ অধিচর্মীয়। এইবোৰ হ’ল – পাখি. ঠেঙত থকা বাকলি, আঙুলিত থকা নখ আৰু ঠৌঁটৰ আৱৰণ।
11.#অন্তঃকংকালতন্ত্ৰৰ হাড়বোৰ পাতল আৰু ভিতৰফালে স্পঞ্জৰ নিচিনা যদিও যথেষ্ট দৃঢ় আৰু টান।
10.উৰণক্ৰিয়াৰ সহায়ক হ’বলৈ ইহঁতৰ বক্ষপেশীবোৰ শক্তিশালী আৰু পূর্ণবিকশিত।
12.#ইহঁতৰ ৰাজহাড়ডাল চুটি। কশেৰুকাবোৰ বিষমগর্তী (Heterocoelous) আৰু এইবোৰত অধিপ্রবর্ধ (Epiphysis) নেথাকে।
11.অন্তঃকংকালতন্ত্ৰৰ হাড়বোৰ পাতল আৰু ভিতৰফালে স্পঞ্জৰ নিচিনা যদিও যথেষ্ট দৃঢ় আৰু টান।
13.#গ্রীৱা কশেৰুকাবোৰত গ্রীৱা কামিহাড় থাকে।
12.ইহঁতৰ ৰাজহাড়ডাল চুটি। কশেৰুকাবোৰ বিষমগর্তী (Heterocoelous) আৰু এইবোৰত অধিপ্রবর্ধ (Epiphysis) নেথাকে।
14.#কেইডালমান বক্ষ কামিহাড় সম্পূর্ণৰূপে জোৰা লগা।
13.গ্রীৱা কশেৰুকাবোৰত গ্রীৱা কামিহাড় থাকে।
#পিছৰ ফালৰ কেইডালমান বক্ষ কশেৰুকা, কঁকাল অঞ্চলৰ কশেৰুকা আৰু সম্মুখৰ ফালৰ কেইটামান পুচ্ছ কশেৰুকা লগ লাগি ছিনছেক্ৰাম (Synsacrum) নামৰ হাড় এটুকুৰাৰ সৃষ্টি হৈছে।
14.কেইডালমান বক্ষ কামিহাড় সম্পূর্ণৰূপে জোৰা লগা।
15.পিছৰ#নেজৰ ফালৰশেষৰ কেইডালমানপিনৰ বক্ষতিনি চাৰিটা কশেৰুকা, কঁকাললগ অঞ্চলৰলাগি কশেৰুকা আৰু সম্মুখৰনাঙলৰ ফালৰ কেইটামান(Plough পুচ্ছshare) কশেৰুকা লগ লাগিনিচিনা ছিনছেক্ৰামপাইগ’ষ্টাইল (SynsacrumPygostyle) নামৰ হাড় এটুকুৰাৰ সৃষ্টি হৈছে।
17.#কামিহাড়বোৰৰ ৰাজহাড়ৰ লগত লগ লাগিবলৈ দুটাকৈ সন্ধিমুখিকা মূৰ থাকে আৰু এছটাকৈ অংকুশী প্রৱর্ধ (Uncinate process) থাকে।
16.নেজৰ শেষৰ পিনৰ তিনি চাৰিটা কশেৰুকা লগ লাগি নাঙলৰ ফালৰ (Plough share) নিচিনা পাইগ’ষ্টাইল (Pygostyle) নামৰ হাড় এটুকুৰাৰ সৃষ্টি হৈছে।
18.#ইহঁতৰ উৰোস্থিডাল (Sternum) যথেষ্ট বহল। উৰোস্থিৰ অংকীয় প্রদেশত থকা দীঘল তৰীদলত (Keel) উৰণ পেশী সংযুক্ত হৈ থাকে।
17.কামিহাড়বোৰৰ ৰাজহাড়ৰ লগত লগ লাগিবলৈ দুটাকৈ সন্ধিমুখিকা মূৰ থাকে আৰু এছটাকৈ অংকুশী প্রৱর্ধ (Uncinate process) থাকে।
19.#ইহঁতৰ বক্ষ চক্ৰ (Pectoral girdle) শক্তিশালী আৰু ইয়াৰ কোৰাকইড (Coracoid) হাড়ডাল তৰোৱাল সদৃশ। বক্ষ চক্ৰৰ দুয়োফালৰ অংশ দৃঢ় ভাৱে লগ লাগি থাকে আৰু উৰণৰ সময়ত ই ডেউকাদুখনৰ ধৰণী (Fulcrum) হিচাপে কাম কৰে।
18.ইহঁতৰ উৰোস্থিডাল (Sternum) যথেষ্ট বহল। উৰোস্থিৰ অংকীয় প্রদেশত থকা দীঘল তৰীদলত (Keel) উৰণ পেশী সংযুক্ত হৈ থাকে।
#ইহঁতৰ জক্ৰক বা ক্লেভিকল্‌ (Clavicle) আৰু আন্তঃজক্ৰক বা ইন্টাৰ ক্লেভিকল (Interclavicle) নামৰ হাড় দুডাল সংযুক্ত হৈ V আকৃতিৰ ফাৰকুলা (Fercula) নামৰ হাড়ডাল সৃষ্টি কৰিছে।
19.ইহঁতৰ বক্ষ চক্ৰ (Pectoral girdle) শক্তিশালী আৰু ইয়াৰ কোৰাকইড (Coracoid) হাড়ডাল তৰোৱাল সদৃশ। বক্ষ চক্ৰৰ দুয়োফালৰ অংশ দৃঢ় ভাৱে লগ লাগি থাকে আৰু উৰণৰ সময়ত ই ডেউকাদুখনৰ ধৰণী (Fulcrum) হিচাপে কাম কৰে।
20.#ইহঁতৰ জক্ৰকদূৰৱর্তী মনিবন্ধিকা বা ক্লেভিকল্‌কার্পেল (ClavicleCarpal) আৰু আন্তঃজক্ৰককৰভাস্থি বা ইন্টাৰ ক্লেভিকলমেটাকার্পেল (InterclavicleMetacarpal) নামৰলগ হাড়লগ দুডাললাগি সংযুক্ত হৈ V আকৃতিৰ ফাৰকুলাকার্পোমেটাকার্পেল (FerculaCarpometacarpal) নামৰ হাড়ডালবিশেষ ধৰণৰ হাড়ৰ সৃষ্টি কৰিছে।
22.#নিকটৱর্তী টার্ছেল (Tarsels) হাড়বোৰ টিবিয়াৰ (Tibia) লগত সংযুক্ত হৈ টিবিঅ’টার্ছাছ (Tbio tarsus) হাড়ৰ সৃষ্টি হৈছে।
21.ইহঁতৰ দূৰৱর্তী মনিবন্ধিকা বা কার্পেল (Carpal) আৰু কৰভাস্থি বা মেটাকার্পেল (Metacarpal) লগ লগ লাগি কার্পোমেটাকার্পেল (Carpometacarpal) নামৰ বিশেষ ধৰণৰ হাড়ৰ সৃষ্টি কৰিছে।
23.#দূৰৱর্তী টার্ছেলে দ্বিতীয়, তৃতীয় আৰু চতুর্থ মেটাটার্ছেলৰ (Metatarsals) লগত লগ লাগি টার্ছো মেটা টার্ছেছ (Tarso metatarses) হাড়ৰ সৃষ্টি কৰিছে।
22.নিকটৱর্তী টার্ছেল (Tarsels) হাড়বোৰ টিবিয়াৰ (Tibia) লগত সংযুক্ত হৈ টিবিঅ’টার্ছাছ (Tbio tarsus) হাড়ৰ সৃষ্টি হৈছে।
24.#এটা অক্সিপিটেল কণ্ডাইলেৰে সৈতে পক্ষীৰ লাওঁখোলাটো এককণ্ডী (Monocodylic)। লাওঁখোলাৰ লগত সংযুক্ত হাড়বোৰৰ অকল অধোহনু (Mandible), কোৱার্ডেট (Quadrate), কলুমেলা (Columella) আৰু হায়ইড অস্থিহে লৰা চৰা কৰিব পাৰে।
23.দূৰৱর্তী টার্ছেলে দ্বিতীয়, তৃতীয় আৰু চতুর্থ মেটাটার্ছেলৰ (Metatarsals) লগত লগ লাগি টার্ছো মেটা টার্ছেছ (Tarso metatarses) হাড়ৰ সৃষ্টি কৰিছে।
25.#হাওঁফাওঁৰ দ্বাৰা শ্বসন কার্য সম্পাদন কৰে। চৰাইৰ হাওঁফাওঁটো সোপোকা (Spongy) আৰু প্রসাৰণ – ক্ষমতাহীন। হাওফাওঁটো কামিহাড়বোৰৰ ফাকে ফাকে সোমাই থাকে। হাওঁফাওৰ পৰা কিছুমান বায়ুথলী Air sacs) ওলাই বায়ুগুহিকাৰ মাজত সোমাই থাকে।
24.এটা অক্সিপিটেল কণ্ডাইলেৰে সৈতে পক্ষীৰ লাওঁখোলাটো এককণ্ডী (Monocodylic)। লাওঁখোলাৰ লগত সংযুক্ত হাড়বোৰৰ অকল অধোহনু (Mandible), কোৱার্ডেট (Quadrate), কলুমেলা (Columella) আৰু হায়ইড অস্থিহে লৰা চৰা কৰিব পাৰে।
26.#শ্বাসনলী (Trachea) আৰু শ্বসনী (Brochus) দুটাৰ সংগম স্থলিত থকা ছাইৰিন্সৰ (Syrinx) পৰা চৰাইৰ মাত সৃষ্টি হয়। চৰাইৰ স্বৰযন্ত্ৰ (Larynx) বা স্বৰতন্তু (Vocal cord) নেথাকে।
25.হাওঁফাওঁৰ দ্বাৰা শ্বসন কার্য সম্পাদন কৰে। চৰাইৰ হাওঁফাওঁটো সোপোকা (Spongy) আৰু প্রসাৰণ – ক্ষমতাহীন। হাওফাওঁটো কামিহাড়বোৰৰ ফাকে ফাকে সোমাই থাকে। হাওঁফাওৰ পৰা কিছুমান বায়ুথলী Air sacs) ওলাই বায়ুগুহিকাৰ মাজত সোমাই থাকে।
27.#পক্ষীৰ পাচন তন্ত্ৰৰ গ্রাসনলীৰ কিছু অংশ ডাঙৰ হৈ টোটোলা বা ক্ৰপৰ (Crop) সৃষ্টি হৈছে। পাকস্থলীটো এটা গ্রন্থিময় প্রভেনট্রিকুলাছ (Proventriculus) আৰু শক্তিশালী পেষণীত বিভক্ত।বিভবিভক্ত।
26.শ্বাসনলী (Trachea) আৰু শ্বসনী (Brochus) দুটাৰ সংগম স্থলিত থকা ছাইৰিন্সৰ (Syrinx) পৰা চৰাইৰ মাত সৃষ্টি হয়। চৰাইৰ স্বৰযন্ত্ৰ (Larynx) বা স্বৰতন্তু (Vocal cord) নেথাকে।
28.#ক্ল’আকা বা অৱস্কৰ গুহা আছে আৰু ই তিনিটা কোঠাত বিভক্ত।
27.পক্ষীৰ পাচন তন্ত্ৰৰ গ্রাসনলীৰ কিছু অংশ ডাঙৰ হৈ টোটোলা বা ক্ৰপৰ (Crop) সৃষ্টি হৈছে। পাকস্থলীটো এটা গ্রন্থিময় প্রভেনট্রিকুলাছ (Proventriculus) আৰু শক্তিশালী পেষণীত বিভক্ত।
29.#হৃদযন্ত্ৰটো চাৰিটা কোঠাত বিভক্ত। ইহঁতৰ অকল সোঁ ধমনীয় ধনুহে (Aortic arch) থাকে। বাওঁ ধমনীয় ধনু নেথাকে।
28.ক্ল’আকা বা অৱস্কৰ গুহা আছে আৰু ই তিনিটা কোঠাত বিভক্ত।
30.#ইহঁতৰ লোহিত ৰক্তকণিকাবোৰ ডিম্বাকৃতিৰ, উভয়োত্তল আৰু কোষকেন্দ্রযুক্ত।
29.হৃদযন্ত্ৰটো চাৰিটা কোঠাত বিভক্ত। ইহঁতৰ অকল সোঁ ধমনীয় ধনুহে (Aortic arch) থাকে। বাওঁ ধমনীয় ধনু নেথাকে।
31.#ইহঁতৰ বৃক্ক নির্বাহিকা তন্ত্ৰ অৱশেষী। বৃক্কটো তিনিটা অংশত বিভক্ত আৰু মেটানেফ্রিক প্রকৃতিৰ।
30.ইহঁতৰ লোহিত ৰক্তকণিকাবোৰ ডিম্বাকৃতিৰ, উভয়োত্তল আৰু কোষকেন্দ্রযুক্ত।
32.#চৰাইৰ প্রমস্তিষ্ক গোলার্ধ আৰু অনুমস্তিষ্ক যথেষ্ট ডাঙৰ। নেত্ৰপালি (Optic lobe) দুটা মস্তিষ্ক উভয় পার্শ্বীয় দিশত অৱস্থিত।
31.ইহঁতৰ বৃক্ক নির্বাহিকা তন্ত্ৰ অৱশেষী। বৃক্কটো তিনিটা অংশত বিভক্ত আৰু মেটানেফ্রিক প্রকৃতিৰ।
33.#ইহঁতৰ 12 যোৰ কপালীয় স্নায়ু থাকে।
32.চৰাইৰ প্রমস্তিষ্ক গোলার্ধ আৰু অনুমস্তিষ্ক যথেষ্ট ডাঙৰ। নেত্ৰপালি (Optic lobe) দুটা মস্তিষ্ক উভয় পার্শ্বীয় দিশত অৱস্থিত।
34.#চৰায়ে ৰেচন কার্যৰ দ্বাৰা ইউৰিক এচিড বর্জন কৰে আৰু সেয়েহে ইহঁতক ইউৰিক’টেলিক প্রাণী বুলি কোৱা হয়।
33.ইহঁতৰ 12 যোৰ কপালীয় স্নায়ু থাকে।
35.#কর্ণত অকল কলুমেলা অৰিছ (Columella auris) নামৰ এটুকুৰা হাড় থাকে।
34.চৰায়ে ৰেচন কার্যৰ দ্বাৰা ইউৰিক এচিড বর্জন কৰে আৰু সেয়েহে ইহঁতক ইউৰিক’টেলিক প্রাণী বুলি কোৱা হয়।
36.#চৰাইবিলাকৰ মাত্ৰ বাওঁ ডিম্বাশয় আৰু ডিম্বনলী থাকে।
35.কর্ণত অকল কলুমেলা অৰিছ (Columella auris) নামৰ এটুকুৰা হাড় থাকে।
37.#ইহঁতৰ নিষেচন আভ্যন্তৰীণ। নিষেচিত কণীবোৰক উমনি দিলেহে পোৱালী জগে।
36.চৰাইবিলাকৰ মাত্ৰ বাওঁ ডিম্বাশয় আৰু ডিম্বনলী থাকে।
38.#বিদলন (Cleavage) অংশভাজী বা মেৰ’ব্লাষ্টিক (Meroblastic)।
37.ইহঁতৰ নিষেচন আভ্যন্তৰীণ। নিষেচিত কণীবোৰক উমনি দিলেহে পোৱালী জগে।
39.#জনকীয় যতন (Parental care) দেখুৱায়। ইহঁতে কণি আৰু পোৱালীক সুৰক্ষা দিয়ে।
38.বিদলন (Cleavage) অংশভাজী বা মেৰ’ব্লাষ্টিক (Meroblastic)।
40.#পক্ষীবিলাক দ্বিলিংগী আৰু বেছি ভাগৰে লৈংগিক দ্বিৰূপতা (Sexual dimorphism) সুস্পষ্ট।
39.জনকীয় যতন (Parental care) দেখুৱায়। ইহঁতে কণি আৰু পোৱালীক সুৰক্ষা দিয়ে।
40.পক্ষীবিলাক দ্বিলিংগী আৰু বেছি ভাগৰে লৈংগিক দ্বিৰূপতা (Sexual dimorphism) সুস্পষ্ট।
 
===ক্ৰম'জ'ম===
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে