কলিমা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
শ্ৰেণী:ইছলাম ধৰ্ম সংযোগ কৰা হ'ল।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
'''কালিমা''' হ'ল [[ইছলাম|ইছলামৰ]] মৌলিক বিশ্বাস সংবলিত কেইটামান আৰৱী পংক্তিৰ নাম। ইয়াৰ মাধ্যমেই ইছলামৰ প্রথম স্তম্ভ [[শ্বাহাদাহ]] পূৰ্ণতা পায়। '''ইছলাম'''ৰ মূল বিশ্বাস হ’ল [[আল্লাহ]]ৰ একত্ব বা [[কলিমা|তৌহিদ/কলিমা]]। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[শ্বাহাদাহ]] বুলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-
{{cquote|''মই সাক্ষ্য দি আছোঁ যে, [[আল্লাহ]]ৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, [[মুহাম্মাদ|মুহাম্মাদ(ছঃ)]] [[আল্লাহ]]ৰ বাৰ্তাবাহক।" এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) [[আল্লাহ]] ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] তেওঁৰ প্ৰেৰিত বাণীবাহক।}}
Line 7 ⟶ 8:
তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
আৰু তেওঁৰ সমতুল্য একোৱেই নাই।}} <ref>কোৰআনঃ 112/1-4</ref>
 
 
== পাচঁ/ছয়টা কলিমা ==
"https://as.wikipedia.org/wiki/কলিমা"ৰ পৰা অনা হৈছে