-জলি বৰা (talk) 18:24, 21 August 2015 (UTC)

নমস্কাৰ ছাজিদুল ইছলাম ডাঙৰীয়া, অাপুনি হিন্দুধৰ্ম বিষয়ে প্ৰবন্ধটো ৰচনা কৰাৰ অাগতে হিন্দুধৰ্মৰ যে অান এক প্ৰবন্ধ অা্ছে সেই বিষয়ে চকু দিব লাগিছিল। অাপুনি লিখা প্ৰবন্ধটোৰ কথাখিনি পুৰণি প্ৰবন্ধটোলৈ দি অাপোনাৰ প্ৰবন্ধটো বিলুপ্ত কৰি দিয়ক। (সদস্য:Anshuman.dutta) 14:58, শনিবাৰ, 7 January (UTC)

মতামতৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি [ইয়াত ক্লিক কৰি চাওক https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%BE:%E0%A6%87%E0%A6%9B%E0%A6%B2%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%95_%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%87%27%E0%A6%9F_%E0%A6%85%E0%A7%B1_%E0%A6%87%E0%A7%B0%E0%A6%BE%E0%A6%95_%E0%A6%8F%E0%A6%A3%E0%A7%8D%E0%A6%A1_%E0%A6%A6%E0%A7%8D%E0%A6%AF_%E0%A6%B2%E0%A7%87%E0%A6%AD%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%9F#.E0.A6.86.E0.A6.AA.E0.A6.A4.E0.A7.8D.E0.A6.A4.E0.A6.BF_.E0.A6.86.E0.A6.9B.E0.A7.87.21 বাৰ্তা পৃষ্ঠা, আপোনাৰ মতামতৰ তলতে উত্তৰ আছে।]

ইছলামিক পদক সম্পাদনা কৰক

  The Islamic Barnstar
ইছলাম ধৰ্ম সম্পৰ্কীয় প্ৰবন্ধ সমূহলৈ আপুনি আগবঢ়োৱা অৱদানৰ বাবে এই পদক প্ৰদান কৰা হ'ল। শুভেচ্ছা থাকিল... -- -অজয় দাস (বাৰ্তা) 04:39, 14 March 2017 (ইউ.টি.চি.) উত্তৰ দিয়ক

অশেষ ধন্যবাদ চাৰ। আগলৈ বিভিন্ন তথ্য সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিম। সহায় কৰিব। ছাজিদুল ইছলাম (talk) 18:24, 7 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

বাৰ্তা সম্পাদনা কৰক

নমস্কাৰ ইছলাম ডাঙৰীয়া, অসমীয়া ৱিকিপিডিয়ালৈ কৰা অৱদানৰ বাবে আপোনাক ধন্যবাদ। কিন্তু কেৱল ধৰ্ম মূলক প্ৰবন্ধতে সীমাবদ্ধ নাথাকি বিভিন্ন বিষয়ৰ ওপৰতো প্ৰবন্ধ ৰচনা কৰে তাৰে আশা ৰাখিলো। ধন্যবাদ ।(বাৰ্তা) 12:54, 8 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় ছাজিদুল ইছলাম,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

আল-কোৰআনৰ ছূৰাসমূহ সম্পাদনা কৰক

প্ৰতিটো ছূৰাৰ তলফালে (কোৰআনৰ ছূৰাসমূহ) বুলি এটাকৈ সাঁ‌চ লগোৱা আছে যত কোৰআনৰ সকলো ছূৰাই সন্নিবিষ্ট কৰা আছে। নতুকৈ ছূৰাৰ তালিকা দিব নালাগে। আৰু এনে দফা তৈয়াৰ নকৰিব যি দফা খালী থাকে। শুদ্ধ তথ্য থাকি নতুন দফা বনাই ভৰাই থব। খালী দফা থাকিলে বেয়া দেখি।

খালী নাথাকে, অনুবাদবোৰ মিলাই আছো আপুনি ৰিমভ মাৰি দিলে। ছাজিদুল ইছলাম (বাৰ্তা) 14:53, 24 October 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰতিটো ছূৰাৰ তলত ১১৪ টা ছূৰা তালিকা থাকিলে বেলেগ ছূৰালৈ যাবলৈ সুবিধাহে হয়। ছাজিদুল ইছলাম (বাৰ্তা) 14:54, 24 October 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

তালিকা এখন আছেই। আপুনি ভালকৈ চাব। আল-কোৰআনৰ ছূৰাসমূহ বুলি সাঁ‌চ এটা দিয়া আছে। হানিফ আলী (বাৰ্তা) 14:57, 24 October 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক