মালয়ালম ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{তথ্যছক-ভাষা |name=মালয়ালম |nativename=മലയാളം |states=ভাৰত |image = Malayalamname.svg |imagesize = 1...
 
No edit summary
16 নং শাৰী:
|nation=[[ভাৰত]]
|iso1=ml|iso2=mal|iso3=mal|notice=Indic}}
'''মালয়ালম''' বা '''মলয়ালম''' (മലയാളം) দক্ষিণ [[ভাৰত|ভাৰতৰ]] এটা [[দ্ৰাবিড় ভাষাগোষ্ঠী|দ্ৰাবিড়]] [[ভাষা]]। [[তামিল ভাষা|তামিল ভাষাৰ]] লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি । মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত।
 
এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা। ১১২৫-১২৫০ অব্দৰ মধ্যৱৰ্তী সময়ত মালয়লাম ভাষাৰ প্ৰথম সাহিত্যিক ৰচনাগবিলাক লিখিত হয়। ইয়াৰ মাজত আছে ধ্ৰুপদী গীতিকবিতা।