Kandarpajit Kallol
নমস্কাৰ, Kandarpajit Kallol
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
অক্লান্ত কৰ্মী পদক'
সম্পাদনা কৰকঅক্লান্ত কৰ্মী পদক | ||
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া⇒✉ 11:43, 5 নৱেম্বৰ 2014 (UTC) |
এই মাহৰ ৱিকিপিডিয়ান: মে' ২০২১
সম্পাদনা কৰকদুই শতাধিক প্ৰবন্ধ পদক
সম্পাদনা কৰকপ্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলন ২০২৫
সম্পাদনা কৰকসন্মানীয় কন্দৰ্পজিৎ কল্লোল, আপোনাক জনাবলৈ পাই আমি সুখী অনুভৱ কৰিছোঁ এয়ে যে, অসমীয়া ৱিকিমিডিয়া সমাজে CIS-A2kৰ সহযোগত ৫ জানুৱাৰী ২০২৫ তাৰিখ দেওবাৰে গুৱাহাটীত এখন এদিনীয়া সন্মিলন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। অসমীয়া ৱিকিত আপোনাৰ শেহতীয়া সক্ৰিয়তা তথা ৱিকি অৱদানৰ ওপৰত ভিত্তি কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনোৱা হ'ল। অনুগ্ৰহ কৰি ইয়াত সংলগ্ন গুগুল ফৰ্মখন অতিসোনকালেই পুৰাই আপোনাৰ উপস্থিতি সম্পৰ্কে জনাব বুলি আশা কৰিলোঁ। ৱিকিমিডিয়া সমাজ আৰু এই সন্মিলনীৰ আয়োজক সমিতিৰ হৈ -Nayan j Nath (বাৰ্তা) 08:03, 5 December 2024 (ইউ.টি.চি.)
- @Nayan j Nath ফৰ্মখন আজি খোল খোৱা নাই। কিবা বিকল্প উপায় আছে নেকি? ~ কন্দৰ্পজিৎ কল্লোল 16:47, 11 December 2024 (ইউ.টি.চি.)
- @Kandarpajit Kallol, আপোনাক আপোনাৰ টি-চাৰ্টৰ আকাৰ (S,M,L,XL,XXL), বৰ্তমানৰ ঠিকনা আৰু খাদ্যভ্যাস (আমিষ/নিৰামিষ) সম্পৰ্কত জনাই nathnayanj123@gmail.com বা ishanjbora2019@gmail.com লৈ মেইল কৰিবলৈ আনুৰোধ জনালোঁ। Nayan j Nath (বাৰ্তা) 04:19, 12 December 2024 (ইউ.টি.চি.)
পোখালি প্ৰবন্ধ
সম্পাদনা কৰকনমস্কাৰ! শেহতীয়াকৈ আপুনি তেনেই সামান্য তথ্য থকা বহুসংখ্যক পোখালি প্ৰবন্ধ সৃষ্টি কৰিছে। অনুগ্ৰহ কৰি অন্য নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ সলনি ইতিমধ্যে সৃষ্ট প্ৰবন্ধবোৰ অধিক তথ্যৰে উন্নত কৰাত সহায় কৰক। নহ'লে অসমীয়া ৱিকিপিডিয়াৰ সীমিত সক্ৰিয়তাৰে এই প্ৰবন্ধবোৰ পিছলৈ উন্নত কৰাটো প্ৰায়ে অসম্ভৱ হৈ পৰে। এনেদৰে ৰৈ গ'লে কিছু প্ৰবন্ধ ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী হোৱাৰো সম্ভাৱনা আছে। ধন্যবাদ! - Joli Rumi (বাৰ্তা) 14:03, 8 December 2024 (ইউ.টি.চি.)
- হ'ব বাৰু। কন্দৰ্পজিৎ কল্লোল 04:42, 9 December 2024 (ইউ.টি.চি.)
ৱিকিপিডিয়া এছিয়ান মাহ বিষয়ক
সম্পাদনা কৰকDear Kallol,
Please provide me your what's up number.
Best regards
JyotiPN (বাৰ্তা) 16:43, 12 December 2024 (ইউ.টি.চি.)JyotiPN
- @JyotiPN My WhatsApp Number is 9101865414 ~ কন্দৰ্পজিৎ কল্লোল 16:56, 12 December 2024 (ইউ.টি.চি.)
এছিয়ান মাহৰ সহযোগী
সম্পাদনা কৰকএছিয়ান মাহৰ সহযোগী | ||
হে ৱিকিসতীৰ্থ,
শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
|