মালয়ালম ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{তথ্যছক-ভাষা
|name=মালয়ালম
|nativename=മലയാളം
|states=[[ভাৰত]]
|image = Malayalamname.svg
|imagesize = 130px
|imagecaption = মালায়ালম লিপি
|region= প্ৰধানত [[কেৰালা]], [[লাক্ষাদ্বীপ]] আৰু পণ্ডিচেৰীৰ মাহে অঞ্চল
|speakers= ৩ কোটি ৫৭ লাখ
|rank=২৯
|familycolor=Dravidian
|fam2=[[দক্ষিণ দ্রাবিড় ভাষাসমূহ|দক্ষিণ দ্রাবিড়]]
|fam3=[[তামিল-কন্নড় ভাষাসমূহ|তামিল-কন্নড়]]
|fam4=[[তামিল-কোদাগু ভাষাসমূহ|তামিল-কোদাগু]]
|fam5=[[তামিল-মালয়ালম ভাষাসমূহ|তামিল-মালয়ালম]]
|nation=[[ভাৰত]]
|iso1=ml|iso2=mal|iso3=mal|notice=Indic}}
'''মালয়ালম''' বা '''মলয়ালম''' (മലയാളം) দক্ষিণ [[ভাৰত|ভাৰতৰ]] এটা [[দ্ৰাবিড় ভাষাগোষ্ঠী|দ্ৰাবিড়]] [[ভাষা]]। [[তামিল ভাষা|তামিল ভাষাৰ]] লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি । মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত।
 
এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা। ১১২৫-১২৫০ অব্দৰ মধ্যৱৰ্তী সময়ত মালয়লাম ভাষাৰ প্ৰথম সাহিত্যিক ৰচনাগবিলাক লিখিত হয়। ইয়াৰ মাজত আছে ধ্ৰুপদী গীতিকবিতা।
 
মালয়ালম ভাষা মালায়ালম লিপিৰে লিখা হয়। মালয়ালম প্ৰধানত [[কেৰালা]], [[লাক্ষাদ্বীপ]] আৰু পণ্ডিচেৰীৰ মাহে অঞ্চল প্ৰচলিত। ৩ কোটি ৫৭ লাখ মানুহে এই ভাষাত কথা পাতে।
== তথ্যসূত্র ==
<references/>
{{ভাৰতৰ ভাষাসমূহ}}
{{পৃথিৱীৰ প্ৰধান ভাষাসমূহ}}
[[শ্ৰেণী:ভাষা]]