হাঁওফাঁও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
হাঁওফাঁওৰ কাৰ্যপদ্ধতি বুজিবৰ বাবে, [[নাক]] আৰু [[মুখ]]ৰ পৰা বায়ু বায়ুকোষলৈ যোৱা পথটোৰ অধ্যয়ন কৰা প্ৰয়োজন। মুখ বা নাকৰ পৰা বায়ু, [[ফেৰিংছ]]ৰ নেজ'ফেৰিংছ আৰু অৰ'ফেৰিছ, [[লেৰিংছ]] আৰু [[ট্ৰেকিয়া]]ৰ মাজেৰে আগবাঢ়ে। ট্ৰেকিয়াৰ নিম্নাংশত ই দুডাল প্ৰধান ব্ৰংকিলৈ বিভাজিত হয়; এই শাখাদুটাৰ পৰা ই সোঁ আৰু বাঁও হাঁওফাঁওৰ অসংখ্য ব্ৰংকি আৰু ব্ৰংকাইলৰ শাখা-প্ৰশাখাৰ প্ৰনালীৰ মাজেৰে শেষত বায়ুকোষত প্ৰৱেশ কৰে। এই অসংখ্য বায়ুকোষবোৰতেই অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ বিনিময় প্ৰক্ৰিয়া সম্পন্ন হয়।<ref>Wienberger, Cockrill, Mandel. ''Principles of Pulmonary Medicine''. Elsevier Science.</ref>
 
শ্বাস-প্ৰশ্বাস হৈছে এক [[পেশী|পেশীয়]] ক্ৰিয়া; প্ৰাৰম্ভিক টেট্ৰাপ'ডৰ ক্ষেতেৰত, বায়ু [[ফেৰিংছ|ফেৰেঞ্জিয়েল]] পেশীৰ দ্বাৰা বাকেল পাম্পিঙৰ মাধ্যমেদি হাঁওফাঁওত প্ৰৱেশ কৰিছিল, যিটো এতিয়াও [[উভচৰ প্ৰাণী|উভচৰ]]ৰ ক্ষেত্ৰত দেখা পোৱা যায়। [[সৰিসৃপসৰীসৃপ]], [[চৰাই]] আৰু স্তন্যপায়ীৰ শ্বাস কাৰ্যত [[পেশীয়কংকাল তন্ত্ৰ]]ই সহায় কৰে।
 
[[চিকিৎসা বিজ্ঞান]]ত হাঁওফাঁওৰ লগত জড়িত পৰিভাষাত শব্দবোৰ সাধাৰণতে ''পালম'-'', যেনে ([[adjectival form]]: [[wiktionary:pulmonary|পালমনেৰি]]) বা [[লেটিন]]ৰ ''পালমনেৰিয়াছ'' ("হাঁওফাঁওৰ")ৰ পৰা, বা ''নিউম'-'' ([[Ancient Greek|গ্ৰীক]] πνεύμων "হাঁওফাঁও"ৰ পৰা) পদাংশৰে আৰম্ভ কৰা হয়।
"https://as.wikipedia.org/wiki/হাঁওফাঁও"ৰ পৰা অনা হৈছে