তাওৰাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
ছাজিদুল ইছলাম (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: শ্ৰেণী:ইছলাম ধৰ্ম শ্ৰেণী:ধৰ্মগ্ৰন্থ '''তাওৰাত''' এটা আকাশী ক... টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
ছাজিদুল ইছলাম (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
[[শ্ৰেণী:ধৰ্মগ্ৰন্থ]]
'''তাওৰাত''' এটা [[আকাশী কিতাপ]] যিটো ইছলামৰ [[ৰাছুল]] [[মুছা]] (আঃ)ৰ উপৰত অৱতীৰ্ণ হৈছিল। ই [[হিব্ৰু ভাষা]]ত লিখিত [[ইহুদি ধৰ্ম|ইহুদীসকলৰ]] পৱিত্ৰ [[
তাওৰাত [[ইহুদি|ইহুদিসকলৰ]] ধৰ্মীয় ৰীতিনীতিৰ মূল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দলিল। এইটো এটা [[হিব্ৰু]] শব্দ, যাৰ অৰ্থ "শিক্ষা"। তাওৰাত মূলত সিহঁতৰ ধৰ্মগ্ৰন্থ [[তানাখ]]ৰ প্ৰথম অংশক বুজালেও, সাৰ্বিকভাবে তোৰাহ বুলিলে ইহুদিসকলৰ লিখিত আৰু মৌখিক শিক্ষা, যেনেকৈ - [[মিশ্বনাহ]], [[তালমুদ]], [[মিদ্ৰাশ্ব]], ইত্যাদি ধৰ্মীয় অনুশাসনমূলক গ্ৰন্থক একেলগে ইঙ্গিত কৰে।
11 নং শাৰী:
* [[লেভিটিচাচ]]
* [[বুক অফ নাম্বাৰচ|নাম্বাৰচ]]
* [[ড্যুটাৰনমি]]
ইহুদিসকলে বিশ্বাস কৰে তাওৰাত হ'ল [[মুছা]]ৰ ওচৰত [[ঈশ্বৰ|ঈশ্বৰৰ]] পোনপটীয়া প্ৰদত্ত বাণী।
|