নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰু - ৰূ. which one is correct confused yet all other terms were ৰূ, so I transformed the remaining single ৰু to ৰূ.
correcting name
1 নং শাৰী:
{{Bio-stub}}
{{Infobox writer
| name = নিৰূপমানিৰুপমা বৰগোহাঞি
| image = nirupama.jpg
| image_caption = কনকলতাৰ প্ৰস্তৰ মূৰ্তি
11 নং শাৰী:
| religion = [[হিন্দু ধৰ্ম]]
}}
'''নিৰূপমানিৰুপমা বৰগোহাঞি''' ({{lang-en|Nirupama Borgohain}}) একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ। নিৰূপমানিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লয় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত "অভিযাত্ৰী" গ্ৰন্থৰ বাবে তেখেতক [[সাহিত্য একাডেমী বঁটা]] আৰু ২০০৩ চনত [[অসম উপত্যকা সাহিত্য বঁটা]] প্ৰদান কৰা হৈছিল।
 
== জীৱনী==
===জন্ম===
নিৰূপমানিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত [[গুৱাহাটী]]ৰ অৱস্থিত উজান বজাৰৰ জোৰপুখুৰীপাৰত জন্ম হয়<ref name="vedantinirupama">{{cite web | url=http://www.vedanti.com/Legends/nirupama_bargohain.htm | title=Nirupama Bargohain | publisher=vedanti.com | date=22nd Aug 2011 | accessdate=February 24, 2013}}</ref>৷ তেখেতৰ পিতৃৰ নাম যাদৱ তামূলী আৰু মাতৃৰ নাম কাশীশ্বৰী তামূলী়। পিতৃ যাদৱ তামূলী অসম চৰকাৰৰ অধীনস্থ আয়্কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিল<ref name="vedantinirupama"/>৷
 
===শিক্ষা জীৱন===
21 নং শাৰী:
 
===কৰ্ম জীৱন===
নিৰূপমানিৰুপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভনি হয় এগৰাকী শিক্ষয়ত্ৰীৰূপে। তেখেতে ১৯৫৬ -৫৭ চনত [[পাণ্ডু]]ত অৱস্থিত "নেতাজী বিদ্যাপীঠ"ত যোগদান কৰে<ref name="bipuljyotinirupama"/>। পৰৱৰ্তীকালত সেইসময়ৰ [[নলবাৰী মহাবিদ্যালয়]]ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক [[ত্ৰৈলোক্যনাথ গোস্বামী]]ৰ নিমন্ত্ৰনক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে<ref name="bipuljyotinirupama"/>। এবছৰ কাল তাত অধ্যাপনা কৰা পাছত [[মাজুলী]]লৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায়<ref name="bipuljyotinirupama"/>। তেখেতে কিছুবছৰ [[লখিমপুৰ মহাবিদ্যালয়]] আৰু [[যোৰহাট মহাবিদ্যালয়]]ত অধ্যাপক হিচাপে কাম কৰিছিল।
 
===বৈবাহিক জীৱন===
49 নং শাৰী:
# [[সাহিত্য একাডেমী বঁটা]] লাভ (১৯৯৬) (গ্ৰন্থ- অভিযাত্ৰী)<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref>
# [[অসম উপত্যকা সাহিত্য বঁটা]] (২০০৩)
# [[প্ৰবীণা শ‍ইকীয়াশইকীয়া বঁটা]] (২০০০)<ref name="সাহিত্য">{{cite book | title=সাহিত্যৰ জ্ঞানকোষ | publisher=ৰেখা প্ৰকাশন | author=শান্তনু কৌশিক বৰুৱা | authorlink=শান্তনু কৌশিক বৰুৱা | year=২০১২ | location=গুৱাহাটী | pages=২৮৮, ৪২১ | isbn=978-81-923142-9-7}}</ref>
# [[শাস্বতী বঁটা]] (১৯৮৭)
# [[বাসন্তী দেৱী বৰদলৈ বঁটা]]
58 নং শাৰী:
 
==বাহ্যিক&nbsp;সংযোগ==
* [http://www.bipuljyoti.in/story/nirupama.html The Address] নিৰূপমানিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
* [http://enajori.com/death-of-an-elephant-nirupama-borgohain/ Death of an Elephant] নিৰূপমানিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
* [http://enajori.com/exclusive-interviews/3368-2/ নিৰূপমানিৰুপমা বৰগোহাঞিৰ সৈতে এটা সাক্ষাৎকাৰ]
 
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}