পাল ৰাজবংশ (কামৰূপ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 2 interwiki links, now provided by Wikidata on d:q1108420 (translate me)
শুধৰণি (edited with ProveIt)
6 নং শাৰী:
|region = [[উত্তৰ-পূব ভাৰত]]
|country = [[ভাৰতবৰ্ষ]]
|era = [[Middle kingdoms of India|Classical India]]
|status =
|event_start =
|year_start = ৯০০৯৯০ খ্ৰীষ্টাব্দ
|date_start =
|event1 =
|date_event1 =
|event_end =
|year_end = ১১০০১১৩৮ খ্ৰীষ্টাব্দ
|date_end =
|p1 = শালস্তম্ভ ৰাজবংশ
36 নং শাৰী:
|government_type = Monarchy
|leader1 = [[ব্ৰহ্মপাল]]
|year_leader1 ৯০০৯৯০৯২০১০১০ খ্ৰীষ্টাব্দ
|leader2 = ৰত্নপাল
|year_leader2 = ৯২০১০১০ - ৯৬০১০৪০ খ্ৰীষ্টাব্দ
|leader3 = ইন্দ্ৰপাল
|year_leader3 = ৯৬০১০৪০৯৯০১০৬৫ খ্ৰীষ্টাব্দ
|leader4 = গোপাল
|year_leader4 = ৯৯০১০৬৫ - ১০১৫১০৮০ খ্ৰীষ্টাব্দ
|leader5 = হৰ্ষপাল
|year_leader5 = ১০১৫১০৮০১০৩৫১০৯৫ খ্ৰীষ্টাব্দ
|leader6 = ধৰ্মাপালধৰ্মপাল
|year_leader6 = ১০৩৫১০৯৫১০৬০১১২০ খ্ৰীষ্টাব্দ
|leader7 = জয়পাল
|year_leader7 = ১০৭৫১১২০১১০০১১৩৮ খ্ৰীষ্টাব্দ
|title_leader =মহাৰাজাধিৰাজা
|legislature =
}}
 
'''পাল ৰাজবংশ''' ({{lang-en|Pala dynasty (Kamarupa)}})ই ৯০০আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১০০১১৩৮ খ্ৰীষ্টাব্দলৈ [[কামৰূপ ৰাজ্য]] ৰাজত্ব কৰিছিল। [[শালস্তম্ভ বংশৰবংশ]]ৰ শেষ ৰজা ত্যাগসিংহৰত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল।<ref name="সোণৰ অসম">{{cite book | title=সোণৰ অসম | publisher=খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল | author=ভূপেন্দ্ৰ নাথ চৌধুৰী | authorlink= ব্ৰহ্মপাল বংশী ৰজাসকল | year=১৯৯৫ | pages=২১}}</ref> প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।<ref name="সোণৰ অসম" /> বেংগলৰবংগ পাল ৰাজবংশৰ দৰেই এওঁলোকৰো প্ৰথম ৰজাজন নিৰ্বাচিত কৰা হৈছিল। বেংগলৰবংগৰ পাল ৰাজবংশ বৌদ্ধ ধৰ্মী আছিল। আনহাতে কামৰূপ ৰাজ্য ৰাজত্ব কৰা পাল ৰাজবংশ হিন্দু আছিল।
 
==পাল বংশৰ পতন==
গৌড় ৰজা ৰাম পালে জয়পাল ৰজাৰ দিনত কামৰূপ ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ পিছতেই কামৰূপ ৰাজ্যত পাল ৰাজবংশৰ পতন ঘটে।
 
==ৰজাসকল==
Line 63 ⟶ 60:
! ক্ৰম !! ৰজা !! কাৰ্য্যকাল (খ্ৰীষ্টাব্দ)
|-
| ১ || [[ব্ৰহ্মপাল]] || ৯০০৯৯০ - ৯২০১০১০
|-
| ২ || [[ৰত্নপাল]] || ৯২০১০১০৯৬০১০৪০
|-
| ৩ || [[ইন্দ্ৰপাল]] || ৯৬০১০৪০ - ৯৯০১০৬৫
|-
| ৪ || [[গোপাল]] || ৯৯০১০৬৫ - ১০১৫ ‍১০৮০
|-
| ৫ || [[হৰ্ষপাল]] || ১০১৫১০৮০ - ১০৩৫১০৯৫
|-
| ৬ || [[ধৰ্মপাল]] || ১০৩৫১০৯৫ - ১০৬০ ১১২০
|-
| ৭ || [[জয়পাল]] || ১০৭৫১১২০ - ১১০০ ১১৩৮
|}
বৃদ্ধকালত ব্ৰহ্মপালে সন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছা অনুসৰি পুত্ৰ ৰত্নপাল কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পাছত নাতিয়েক ইন্দ্ৰপাল আৰু ক্ৰমে গোপাল, হৰ্ষপাল, ধৰ্মপাল ৰজা হয়। ৰজা হৈ ধৰ্মপালে ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে।<ref name="শাকৌব">{{cite book | title=অসম ইয়েৰ বুক ২০১৬ | publisher=জ্যোতি প্ৰকাশন | author=শান্তনু কৌশিক বৰুৱা | year=২০১৫ | location=গুৱাহাটী}}</ref> ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল ৰজা হয়।
 
==পাল বংশৰ পতন==
[[গৌড় ৰাজ্য| গৌড়]] ৰজা ৰাম পালে জয়পাল ৰজাৰ দিনত কামৰূপ ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ পিছতেই কামৰূপ ৰাজ্যত পাল ৰাজবংশৰ পতন ঘটে।
 
 
==তথ্য সংগ্ৰহ==
{{reflist}}
 
==গ্ৰন্থপঞ্জী==
* Sircar, D. C. ''The Bhauma-Naraka or the Pala Dynasty of Brahmapala'', The Comprehensive History of Assam, ed H. K. Barpujari, Guwahati, 1990.