ৱিকিপিডিয়া বাৰ্তা:ৱিকিপত্ৰিকা/আগষ্ট-২০১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মতামত-পৃষ্ঠা}} <!-----------------------------------------------------...
(কোনো পাৰ্থক্য নাই)

05:34, 25 November 2017ৰ সংস্কৰণ

পদক

ৱিকিপিডিয়াৰ লিখকসকল স্বেচ্ছাসেৱী লিখক, তেওঁলোকে কোনো নামৰ আশাত ৱিকিপিডিয়াত জ্ঞান বিতৰণ নকৰে। সেয়ে তেখেতসকলক সন্মান জনাবলৈ আমি সমান্য এটা ৱিকি পদক দিবলৈ এলাহ কৰিলে নহ'ব। সদস্যসকলে এই কথাত উৰুত্ব দিয়ক।

  1. যিকোনো সদস্যই যিকোনো ভাল কামৰ বাবে অন্য সদস্যক পদক দিব পাৰে,
  2. ভাল অৱদানকাৰী সদস্যই একেমাহতে একাধিক পদকো পাব পাৰে
  3. সদস্য বা পঢ়ুৱৈ - সকলোৱে নিজৰ ইচ্ছামতে পদক দিব পাৰে।
  4. পঢ়ুৱৈসকলকো অন্যক পদক দিবলৈ উৎসাহিত কৰক।

এই কথাখিনিত সকলোৱে গুৰুত্ব দিলে ভাল পাম।

Psneog (talk) 05:34, 25 November 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

"ৱিকিপত্ৰিকা/আগষ্ট-২০১৭" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।