ফ'বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
186.28.150.84 (আলোচনা) সম্পাদিত 156301 সংশোধনটি বাতিল কৰক |
SlowPhoton (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
'''ফ'বিয়া''' (
▲'''ফ'বিয়া'''([[Phobia]])হʼল অস্বাভাৱিক ভয়,-যাৰ নেপথ্যত যি কাৰণেই নাথাকক কিয়,আপাতদৃষ্টিত তাক অযৌক্তিক যেন লাগে৷ ই এক ধৰণৰ মানসিক অসুখ৷ উদাহৰণস্বৰূপে কʼব পাৰি [[পইতাচোঁৰা]] উৰা দেখিলে কোনোবাই অলপ ভয় খায়,কোনোবাই কিন্তু আতংকত শিয়ৰি উঠে৷ প্ৰথম ক্ষেত্ৰত যিটো স্বাভাৱিক,দ্বিতীয় ক্ষেত্ৰত সিয়েই হʼল ফ'বিয়া৷ আন আন অসুখৰ দৰে ফ'বিয়াৰো নেপথ্যত কিছু কাৰণ থাকে৷ৱঅধিকাংশ ক্ষেত্ৰত,বিপজ্জনক কোনো ঘটনা বা পৰিস্থিতিৰ মুখামুখি হোৱাৰ অভিজ্ঞতাই মানুহক তেওঁৰ পৰৱৰ্তী জীৱনত একে ধৰণৰ ঘটনা বা পৰিস্থিতিত আতংকগ্ৰস্ত কৰি তোলে৷ ইয়াৰ কাৰণেই যুদ্ধত গুলী খাই বহু মানুহৰ মৃত্যু হোৱাৰ দৃশ্য দেখি বহু সৈনিকে যুদ্ধৰ নাম শুনিলেই আতংকিত হৈ পৰে৷ আকৌ পাইলটসকলৰো বহুতে ঘটনাচক্ৰত কোনো বিমান দুৰ্ঘটনাত পৰিলে আকৌ দুৰ্ঘটনা হʼব বুলি আতংকত বিমান চলাবলৈকে এৰি দিয়ে৷<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),প্ৰথম প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং-২০৫,২০৬</ref>
==তথ্যসূত্ৰ==
{{reflist}}
[[শ্ৰেণী:মনোবিজ্ঞান]]
|