খহুলি নাথ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{stub}}
 
 
'''খহুলি নাথ''' ঢিং অঞ্চলৰ এগৰাকী মহিলা আছিল। তেওঁৰ স্বামী আছিল পোনাৰাম। স্বামীৰ সৈতে [[ভাৰতীয় স্বাধীনতা সংগ্ৰাম]]ত তেওঁ যোগ দিছিল। ১৯৪২ চনৰ আন্দোলনত [[ঢেকীয়াজুলি]] পুলিচ থানাত [[জাতীয় পতাকা]] উৰুৱাবলৈ গৈ পুলিছৰ গুলীত তেওঁ শ্বহীদ হৈছিল <ref name=shiv>বৰ্মন, শিৱনাথ (২০০০). ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৫</ref>
 
"https://as.wikipedia.org/wiki/খহুলি_নাথ"ৰ পৰা অনা হৈছে