বুৰ্খাণ খাল্ডুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Infobox added
1 নং শাৰী:
{{Infobox mountain
| name = বুৰ্খাণ খাল্ডুন
| photo = Burkhan Khaldun mount3.jpg
| photo_caption = বুৰ্খাণ খাল্ডুন
| range = Khentii Mountains
| location = [[মংগোলিয়া]]
| coordinates = {{coord|48.753889|N|108.66375|E|type:mountain_scale:100000|format=dms|display=inline,title}}
|embedded= {{Infobox World Heritage Site
| WHS = বুৰ্খাণ খাল্ডুন
| State Party = [[মংগোলিয়া]]
| Type = সাংস্কৃতিক
| Criteria = (iv), (vi)
| ID = 1440
| Region = পূব এছিয়া
| Year = ২০১৫
}}
}}
 
'''বুৰ্খাণ খাল্ডুন '''(ছিৰিলিক ভাষাত: Бурхан Халдун) উত্তৰ-পূব [[মংগোলিয়া]]ৰ [[খেণ্টাই অঞ্চল]]ৰ এক খেণ্টাই পৰ্বত। পৰ্বতটো [[জেংঘিছ খান]]ৰ জন্মস্থল বুলি বিশ্বাস কৰা হয় আৰু ইয়াতেই তেখেতৰ সমাধিস্থল অৱস্থিত। এই স্থান আন এক বিখ্যাত বীৰ [[চাবুটাই]]ৰ জন্মস্থল। পৰ্বতটো ১৯৯২ত প্ৰতিষ্ঠিত ১২০০০ বৰ্গ কিলোমিটাৰ আৱৰা খান খেণ্টাই কাঢ়াভাৱে সুৰক্ষিত অঞ্চলৰ অংগ। যদিও জেংঘিছ খানৰ পূৰ্বেও পৰ্বতটোক পবিত্ৰ জ্ঞান কৰা হৈছিল, জেংঘিছ খানে এই পৰ্বতটোক মংগোলিয়াৰ আতাইতকৈ পবিত্ৰ পৰ্বত আখ্যা দিয়াৰ পাছত ইয়াৰ গুৰুত্ব বৃদ্ধি পালে। ৪ জুলাই ২০১৫ত এই পৰ্বতকে সামৰি "মহান বুৰ্খান খাল্ডুন পৰ্বত আৰু খাষৰ পবিত্ৰ পৰিবেশ"খ ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হ'ল। ১৯৫৫ত পৰ্বতটোৰ পূজা আনুষ্ঠানিক কৰা হ'ল আৰু পৰ্বতটোক ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন ঘোষণা কৰা হ'ল। এই স্থানৰ জৈৱ বৈচিত্ৰ্য মধ্য এছীয় ষ্টেপেৰ উদ্ভিদ আৰু ৫০ জন্তুৰ সৈতে ২৫৩ চৰাইৰ প্ৰজাতিৰে অনন্য ।