৬ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
Wikified
1 নং শাৰী:
'''৬ নৱেম্বৰ''' {{enwiki|6 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩১০ তম ([[অধিবৰ্ষ]]ত ৩১১ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৫ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:
১/ *আজি শিখ ধৰ্ম [[গুৰু নানক]]ৰ আৰ্বিভাৱ তিথি ।তিথি। আজিৰ পৰা ৫৪৬ নানাকব্দ আৰম্ভ হ'ব ।ব।
 
২/ *১৮২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ব্ৰিটিছ বিজ্ঞানী [[ছাৰ জন উইলিয়াম এলকক]]ৰ ইংলেণ্ডৰ মানচেষ্টাৰত জন্ম হয় ।হয়। এলককেই বিশ্বৰ প্ৰথম বিমানেৰে আটলাণ্টিক[[আটলান্টিক মহাসাগৰ]] অতিক্ৰম কৰে ।কৰে।
৩/ *১৯২৫ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ শিষ্য তথা ভাৰতৰ খাদী আন্দোলনৰ সক্ৰিয় কৰ্মী ইংৰাজ মহিলা [[মীৰা বেন]] ভাৰতলৈ আহে ।আহে।
 
৪/ *১৯৪৩ চনৰ আজিৰ দিনটোতে [[আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ]]ৰ অধিকাৰ জাপানৰ পৰা আজাদ হিন্দ ফৌজলৈ হস্তান্তৰিত হয় ।হয়।
৩/ ১৯২৫ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ শিষ্য তথা ভাৰতৰ খাদী আন্দোলনৰ সক্ৰিয় কৰ্মী ইংৰাজ মহিলা [[মীৰা বেন]] ভাৰতলৈ আহে ।
৫/ *১৯৬২ চনৰ আআজিৰ দিনটোতে [[ৰাষ্ট্ৰসংঘ]]ৰ সাধাৰণ পৰিষদৰ পৰা দক্ষিণ আফ্ৰিকাক বহিষ্কাৰ কৰা হয় ।হয়।
 
৬/ *১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ জগতৰ শক্তিশালী অভিনেতা [[সঞ্জীৱ কুমাৰ]]ৰ মৃত্যু হয় ।হয়। অভিনয় জীৱনত ১৩৫ খন ছবিত অভিনয় কৰি সঞ্জীৱ কুমাৰে চলচ্চিত্ৰ জগতত এক অনন্য অভিলেখ সৃষ্টি কৰি থৈ গৈছে ।গৈছে।
৪/ ১৯৪৩ চনৰ আজিৰ দিনটোতে [[আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ]]ৰ অধিকাৰ জাপানৰ পৰা আজাদ হিন্দ ফৌজলৈ হস্তান্তৰিত হয় ।
৭/ *২০০১ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত " [[অসমীয়া খবৰ "]] প্ৰকাশ আৰম্ভ হয় ।হয়।
 
৫/ ১৯৬২ চনৰ আআজিৰ দিনটোতে [[ৰাষ্ট্ৰসংঘ]]ৰ সাধাৰণ পৰিষদৰ পৰা দক্ষিণ আফ্ৰিকাক বহিষ্কাৰ কৰা হয় ।
 
৬/ ১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ জগতৰ শক্তিশালী অভিনেতা [[সঞ্জীৱ কুমাৰ]]ৰ মৃত্যু হয় । অভিনয় জীৱনত ১৩৫ খন ছবিত অভিনয় কৰি সঞ্জীৱ কুমাৰে চলচ্চিত্ৰ জগতত এক অনন্য অভিলেখ সৃষ্টি কৰি থৈ গৈছে ।
 
৭/ ২০০১ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত " অসমীয়া খবৰ " প্ৰকাশ আৰম্ভ হয় ।
 
 
== বাহ্যিক সংযোগ ==
{{commons|Category:6 November|৬ নৱেম্বৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/november/6 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
[[শ্ৰেণী:নৱেম্বৰ]]
"https://as.wikipedia.org/wiki/৬_নৱেম্বৰ"ৰ পৰা অনা হৈছে