বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
added {{বিহু}}
1 নং শাৰী:
{{details|অসমৰ লোকবাদ্য}}
{{বিহু}}
 
বিহু সংগীতময় উৎসৱ, সেয়ে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্বও অপৰিসীম। বিহু উৎসৱ বহু বিৱৰ্তন,পৰিবৰ্তনৰ মাজেৰে আহি আজিৰ এই ৰূপ পাইছেহি। গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান পেচাদাৰী শিল্পীৰ মঞ্চৰ বিহু হৈছেহি। প্ৰথমতে চহা লোকশিল্পীয়ে নিৰ্মাণ কৰা বিহুৰ বাদ্য সমূহে বৰ্তমান দক্ষ লোকৰ হাতত পৰি পৰিপূৰ্ণ ৰূপ পাইছেহি। <!--বিহুত ব্যৱহাৰ হোৱা বাদ্যসমূহৰ ক্ষেত্ৰত কিঞ্চিৎ মতভেদ থাকিলেও, এই পৃষ্ঠাত উল্লেখ কৰা বাদ্যসমূহ বিহুৰ মূল বাদ্য বুলি গ্ৰহণ কৰিব পাৰি।-->