ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
| area_served = বিশ্বব্যাপী
| location_city = 901 Cherry Ave,<br>চেন ব্ৰুন’, [[কেলিফৰ্ণিয়া]]
| location_country = [[মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰ]]
| key_people = [[Salar Kamangar]], <small>CEO</small><br>[[চাড হাৰ্লে]], <small>উপদেষ্টা</small>
| screenshot = [[Image:YouTube - Broadcast Yourself.png|210px]]
25 নং শাৰী:
 
 
'''ইউটিউব''' হৈছে ২০০৫ চনৰ [[ফেব্ৰুৱাৰী]] মাহত তিনিজন ভূতপূৰ্ব পে'-পাল (PayPal) কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা [[চলচ্চিত্ৰ]] বা ভিডিঅ’ বিতৰণ (video-sharing) কৰিব পৰা ৱেবছাইট, য'ত উপভোক্তাসকলে ভিডিঅ’সমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে। এই কোম্পানীটো [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ [[কেলিফৰ্ণিয়া]]ৰ চান ব্ৰুন’ নামৰ ঠাইত অৱস্থিত আৰু ই বহু উপভোক্তাৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ (user-generated), যেনে কথাছবিৰ অংশবিশেষ বা দূৰদৰ্শনৰ অংশবিশেষ আৰু সঙ্গীতৰ ভিডিঅ’ৰ লগতে কিছুমান চৌখিন বিষয় যেনে video blogging আৰু ক্ষুদ্ৰ প্ৰাৰম্ভিক ভিডিঅ’ৰ প্ৰদৰ্শন কৰিবলৈ Adobe Flash Video আৰু HTML5 প্ৰযুক্তি ব্যৱহাৰ কৰে। ইউটিউবৰ বেছিভাগ বিষয় ব্যক্তিবিশেষৰ দ্বাৰা আপ-লোড কৰা হয় যদিও [[চিবিএছচিবিএচ|চি-বি-এছএচ]] (CBS), বি-বি-ছিচি (BBC), ৱিৱ' (VEVO), হুলু (Hulu) আৰু আন কিছুমান সংস্থাৰ নিচিনা মিডিয়া কৰ্প'ৰেচনবোৰে ইউটিউব পাৰ্টনাৰশ্বিপ প্ৰ'গ্ৰামৰ (YouTube partnership program) অংশ হিচাপে তেওঁলোকৰ কিছু সামগ্ৰী ইউটিউবলৈ হস্তান্তৰ কৰে।
 
অপঞ্জীভুক্ত সদস্যসকলে ভিডিঅ’ চাব পাৰে আৰু পঞ্জীভুক্ত সদস্যসকলে অসীম সংখ্যক ভিডিঅ’ আপ-লোড কৰিব পাৰে। ইয়াতে আক্ৰমণাত্মক, অৰুচিকৰ বা অশ্লীল বিষয়ক ভিডিঅ’সমূহ অকল ১৮ বছৰ বা তাতোকৈ বেছি বয়সৰ পঞ্জীভুক্ত সদস্যসকলেহে চাব পাৰে।
41 নং শাৰী:
ইউটিউব প্ৰথমে আৰম্ভ কৰিছিল [[:en:Sequoia Capital|Sequoia Capital]]এ ২০০৫ৰ নৱেম্বৰৰ পৰা ২০০৬ৰ এপ্ৰিলৰ মাজভাগত। ইয়াৰ প্ৰথম মুখ্য কাৰ্য্যালয় আছিল [[কেলিফ'ৰ্ণিয়া]]ৰ [[সান মাতেও]]ত থকা পিজ্জাৰিয়া আৰু জাপানিজ চৰাইখানা এখনৰ ওপৰত। ইয়াৰ [[ডোমেইন নাম]] www.youtube.com ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে সক্ৰিয় কৰা হৈছিল আৰু পৰৱৰ্ত্তী মাহবোৰত [[জালস্থান]]টোৰ উন্নতি সাধন কৰা হৈছিল।
 
প্ৰথম ইউটিউব ভিডিঅ’টোৰ নাম আছিল "[[মি এট দ্য জু]]" (''Me at the zoo"''), য’ত উদ্ভাৱক জাৱেদ কৰিমক দেখা গৈছিল [[চেন ডিয়েগ’ চিৰিয়াখানাত]]। এই ভিডিঅ’টো ২০০৫ চনৰ ২৩ এপ্ৰিলত আপলোড কৰা হৈছিল আৰু এতিয়াও ই ৱেবছাইটটোত উপলব্ধ।
 
==বিশেষত্ব সমূহ==
"https://as.wikipedia.org/wiki/ইউটিউব"ৰ পৰা অনা হৈছে