ইজৰাইল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎তথ্য সংগ্ৰহ: {{Countries of Asia}} added
র -> ৰ
56 নং শাৰী:
|footnote2 = [[ৱেষ্ট বেংক]]ৰ ইজৰাইলী জনসংখ্যাকো সাঙুৰা হৈছে।
}}
'''ইজৰাইল''' {{En|Israil|[[হিব্ৰু ভাষা|হিব্ৰু ভাষাত]]: מְדִינַת יִשְׂרָאֵל ''মেদিনাৎ ইছৰা'এল্‌''; [[আৰৱী ভাষা|আৰৱী ভাষাত]] دَوْلَةْ إِسْرَائِيل ''দাউলাৎ ইজৰা'ঈল্‌''}} হৈছে [[মধ্যপ্রাচ্যমধ্যপ্ৰাচ্য]]ৰ এখন সংসদীয় গণতন্ত্ৰ। ভূমধ্য সাগৰৰ পূৱ উপকূলত অৱস্থিত এই ৰাষ্ট্ৰৰ ৰাজধানী হৈছে [[জেৰুজালেম]] । বিশ্বৰ ৫০ খন [[মুছলিম]] ৰাষ্ট্ৰৰ ৩০ খন দেশে ইজৰাইলক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব নিবিচাৰে। বৰ্তমান এই অঞ্চলৰ গাজা উপত্যকা, পশ্চিম তীৰ আৰু গোলান মালভূমি ইজৰাইসৰ দখলত থকা বিতৰ্কীত স্থান হিচাপে পৰিগণিত হৈছে।
 
==ইতিহাস==
65 নং শাৰী:
১৯১৮ চনত বৃটেইনৰ সহযোগিতাত গুপ্ত ইহুদী বাহিনী "হাগানাহ" গঠিত হয়। এই বাহিনী ইহুদীবাদীসকলৰ অবৈধ ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথমতে হাগানাহ বাহিনীৰ দায়িত্ব ফিলিষ্টিনী জনগণৰ বিৰুদ্ধে ইহুদীবাদীসকলক সহায়তা কৰা আছিল যদিও পৰৱৰ্তীকালত ই সংঘবদ্ধ সন্ত্ৰাসী বাহিনীলৈ পৰিণত হয়। ফিলিষ্টিনী জনগণৰ ঘৰবাৰী আৰু খেতিপথাৰ দখল কৰি তেওঁলোকক ফিলিষ্টিনৰ পৰা বিতাড়িত কৰা আৰু বজাৰ আৰু ৰাস্তাঘাটসহ জনসমাৱেশ স্থানত বোমা বিস্ফোৰণ ঘটাই ফিলিষ্টিনীসকলৰ মাজত আতংক সৃষ্টি কৰি তেওঁলোকক বিতাড়নৰ কাম ত্বৰান্বিত কৰা আছিল হাগানাহ বাহিনীৰ কাম।
 
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৭ চনত [[ৰাষ্ট্ৰসংঘ]]ৰ সাধাৰণ পৰিষদে ফিলিস্তিনী ভূখণ্ডক দ্বিখণ্ডিত কৰা সংক্ৰান্তৰ ১৮১ নং প্ৰস্তাৱ গৃহীত কৰে। ৰাষ্ট্ৰসংঘই ফিলিষ্টিনক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱৰ অনুমোদন জনাই নিজ মাতৃভূমিৰ মাত্রমাত্ৰ ৪৫ শতাংশ ফিলিষ্টিনীসকলৰ বাবে ৰাখি বাকী ৫৫ শতাংশ ভূমি ইহুদীবাদীসকলৰ হাতত এৰি দিয়াৰ সিদ্ধান্ত লয়। এইদৰে ১৯৪৮ চনৰ ১৪ মেত ইজৰাইলৰ স্বাধীনতা ঘোষণা কৰে।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ইজৰাইল"ৰ পৰা অনা হৈছে