কাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
13 নং শাৰী:
'''কাবা''', '''কাবাঘৰ''', '''কাবা শ্বৰীফ''' ({{lang|ar|الكعبة}}, আৰু যি নামেৰে পৰিচিত {{lang|ar|الكعبة المشرًّفة}} "The Primordial House"), অথবা ({{lang|ar|البيت الحرام}} "The Sacred House"), এটা ডাঙৰ ঘন আকৃতিৰ ইমাৰত, যিটো [[চৌদি আৰৱ|চৌদি আৰৱৰ]] [[মক্কা]] চহৰৰ [[মছজিদুল হাৰাম]] মছজিদৰ মাজত অৱস্থিত। আচঁলতে মছজিদটো কাবাৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে।
 
[[ইছলাম ধৰ্ম]] মতে কাবা ক আটাইতকৈ পৱিত্ৰ স্থান হিচাপে ভাবে।<ref name="eoi317">Wensinck, A. J; Ka`ba. Encyclopaedia of Islam IV p. 317</ref> এইটো মুছলিম সকলৰ [[কিবলা]], অৰ্থাৎ যি দিশে থিয় হৈ নামাজ পঢ়ে বা [[ছালাত]] আদায় কৰে, পৃথিৱীৰ যিকোনো স্থানৰ পৰা কাবা যি দিশে মুছলিম সকলে ঠিক সেই দিশে মুখ কৰি নামাজ পঢ়ে। [[হজ্জ]] আৰু [[উমৰা]] পালনৰ সময়ত মুছলিম সকলে কাবাক ঘেৰি [[তাওয়াফ]] বা প্রদক্ষিনপ্ৰদক্ষিন কৰে।<ref name="eoi317"/>
 
== অৱস্থান আৰু বাস্তৱিক গঠন ==
কাবাৰ আকৃতি প্রায়প্ৰায় এটা [[ঘন (জ্যামিতি)|ঘনক]]ৰ নিচিনা। ''কাবা'' শব্দটো আহিছে আৰৱী শব্দ ''মুকা'আব''ৰ পৰা। যাৰ অৰ্থ হৈছে ''ঘন''ৰ পৰা। এইটো কেচা পাহাৰ [[গ্ৰানাইট]]ৰ দ্বাৰা নিৰ্মিত, যিটো থিয়হৈ আছে প্ৰায় ২৫ছেঃমিঃ (১০ ইঞ্চি) [[মাৰ্বল]] পাথৰৰ ভিত্তিৰ উপৰত, যিটো বাহিৰৰ পৰা ৩০ছেঃমিঃ (১ ফুট) বাহিৰ হৈ আছে।<ref name="eoi317"/> গঠনৰ ঠাইৰ পৰিমাণ প্ৰায় ১৩.১০ মিঃ (৪৩ ফুট) উচ্চতা, ওচৰা-ওচৰি ১১.০৩ মিঃ X ১২.৬২ মিঃ<ref>{{cite book| last = Peterson| first = Andrew| authorlink = | coauthors = | title = Dictionary of Islamic Architecture.| publisher = Routledge | date = 1996| location = London| url = http://archnet.org/library/dictionary/| doi = | id = }}</ref><ref name="eq76">Hawting, G.R; Ka`ba. Encyclopaedia of the Qur'an p. 76</ref> চাৰিটা কোণ কম্পাচৰ প্ৰায় চাৰি বিন্দু যথাযথভাৱে দিশ কৰা।<ref name="eoi317"/> কাবাৰ পূৰ্ৱ কোণ হৈছে ''ৰুকন-আল- আচওয়াদ" (কলা পাথৰ অথৱা "আল-হাজাৰুল-আচওয়াদ"), এটা উল্কাপিন্ডৰ অৱশেষ; উত্তৰ কোণ হ'ল "ৰুকন-আল-ইৰাকী" (ইৰাকী কোণ); পশ্চিমত আছে "ৰুকন-আল-ছামী" (পূৰ্ৱ-ভূমধ্য সাগৰীয় কোণ) আৰু দক্ষিণত "ৰুকন-আল-ইয়ামানী" ('ইয়েমানী কোণ')।<ref name="eoi317"/><ref name="eq76"/>
 
== কাবা শ্বৰীফৰ কাপোৰ ==
কাবা কলা চিল্কৰ উপৰত স্বৰ্ণ-খচিত কেলিগ্ৰাপি কৰা কাপোৰৰ চাদৰৰে আবৃত হৈ থাকে। কাপোৰক [[কিচওয়াহ]] নামেৰে পৰিচিত ; যিটো প্রতিবছৰেপ্ৰতিবছৰে পৰিৱৰ্তন কৰা হয়।<ref>{{cite web| last = | first = | authorlink = | coauthors = | title = 'House of God' Kaaba gets new cloth| work =| publisher = The Age Company Ltd.| date = 2003| url = http://www.theage.com.au/articles/2003/02/11/1044725746252.html| format = | doi = | accessdate = 2006-08-17}}</ref><ref>{{cite web| last = | first = | authorlink = | coauthors = | title = The Kiswa - (Kaaba Covering)| work =| publisher = Al-Islaah Publications| date = | url = http://members.tripod.com/worldupdates/newupdates10/id43.htm| format = | doi = | accessdate = 2006-08-17|archiveurl=http://web.archive.org/20030722203309/members.tripod.com/worldupdates/newupdates10/id43.htm|archivedate=2003-07-22}}</ref> সুতা দি [[কলিমা]] লিখি কাপোৰ তৈয়াৰ কৰা হয়।
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/কাবা"ৰ পৰা অনা হৈছে