গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
18 নং শাৰী:
মহাবিদ্যালয় খনে ৫বছৰ আৰু ছয়মহীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী, তিনিবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী আৰু দুবছৰীয়া ডিপ্লোমাও আগবঢ়ায়। লগতে ডক্টৰ অফ মেডিচিন আৰু ডক্টৰ অফ চাৰ্জাৰী পাঠ্যক্ৰমো ইয়াত আছে। তদুপৰি মহাবিদ্যালয় খনৰ লগতে ইনষ্টিটিউট অফ ফাৰ্মাচি আৰু নাৰ্ছিং আছে। ইয়াত ফাৰ্মাচিৰ ডিপ্লোমা আৰু নাৰ্ছিংৰ স্নাতক পাঠ্যক্ৰম আছে। বিভিন্ন ধৰণৰ পেৰামেডিকেল পাঠ্যক্ৰমো ইয়াত উপলব্ধ।
 
এই সকলোবোৰ পাঠ্যক্ৰমত নামভর্তিনামভৰ্তি বিভিন্ন সৰ্বভাৰতীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা কৰা হয়।
==বিভিন্ন বিভাগ==
গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিভাগসমূহ হ'ল