চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
28 নং শাৰী:
 
== শ্ৰেণীবিভাজন ==
পৃথিৱীৰ সকলো ঠাইতে পক্ষী বা চৰাই দেখিবলৈ পোৱা যায়। প্রাচীনপ্ৰাচীন যুগৰ প্রাণীবোৰৰপ্ৰাণীবোৰৰ তুলনাত্মক শাৰীৰবিজ্ঞান আৰু জীৱাশ্মবোৰ অধ্যয়ন কৰি প্রাণীবিদসকলেপ্ৰাণীবিদসকলে পক্ষীবোৰ সৰীসৃপৰ পৰা উৎপত্তি হৈছে বুলি একমত হৈছে। চৰাই আৰু সৰীসৃপবোৰে বহুক্ষেত্ৰতে সাদৃশ্য দেখুৱাই বাবে হাক্স্‌লেই ইহঁতক কশেৰুকী প্রাণীৰপ্ৰাণীৰ অন্তর্গতঅন্তৰ্গত চৌৰ’পছিডা (sauropsida) নামৰ অতিগোত্ৰত (Superclass) অন্তর্ভূক্তঅন্তৰ্ভূক্ত কৰিছিল। তদুপৰি হাক্সলেই পক্ষীবোৰক মহামান্বিত সৰীসৃপ বুলি অভিহিত কৰিছিল। চৰাইবোৰ হ’ল দ্বিপদী তথা পাখিযুক্ত প্রাণী।প্ৰাণী। ইহঁতবোৰ মেছ’য’ইক যুগৰ অৰনিথিছিয়া বর্গৰবৰ্গৰ সৰীসৃপৰ পৰা উৎপত্তি হৈ বর্তমানবৰ্তমান যুগৰ পক্ষীবোৰলৈ ক্ৰ’ম’বিকশিত হৈছে। ক্ৰম’বিকাশৰ ধাৰাত চৰাইবোৰ সৰীসৃপতকৈ উচ্চখাপৰ আৰু স্তন্যপায়ী প্রাণীতকৈপ্ৰাণীতকৈ নিম্নখাপৰ। দেখা গৈছে যে আধুনিক যুগৰ চৰাইবোৰ প্রকৃততেপ্ৰকৃততে ক্ৰিটেছিয়াছ যুগৰ প্রাৰম্ভিকপ্ৰাৰম্ভিক সময়তহে আৱির্ভাবআৱিৰ্ভাব হৈছিল। সৰীসৃপৰ ক্ৰ’মবিকাশ হওঁতে বহু সময়ৰ প্রয়োজনপ্ৰয়োজন হৈছিল; যিহেতু এই পৰিৱর্তনেপৰিৱৰ্তনে দেহৰ আৰু দেহক্ৰিয়াৰ প্রায়প্ৰায় সকলোখিনি স্পর্শস্পৰ্শ কৰিছে। এই ক্ৰম’বিকাশৰ ধাৰাত শীতলৰক্তী সৰীসৃপৰ উষ্ণৰক্তী চৰাইলৈ পৰিৱর্তনপৰিৱৰ্তন, লাওঁখোলাৰ হাড়সমূহৰ সংযোজন, পুচ্ছাংশৰ দেহাংশলৈ পৰিৱর্তনপৰিৱৰ্তন, বাতিল হাড়ৰ (Pneumatic bone) উৎপত্তি, কশেৰুকাৰ সংযোজনৰ ফলত ছিনছেক্ৰাম নামৰ হাড়ৰ সৃষ্টি আদিয়েই প্রধানপ্ৰধান পৰিৱর্তন।পৰিৱৰ্তন। উষ্ণৰক্তী, দ্বিপদী, অগ্রপদখনঅগ্ৰপদখন উৰণ কার্যতকাৰ্যত সহায় কৰিবলৈ ডেউকালৈ ৰূপান্তৰণ, গ্রন্থিবিহীনগ্ৰন্থিবিহীন ছাল আৰু পাখিৰে আবৃত শৰীৰযুক্ত প্রাণীবোৰকেপ্ৰাণীবোৰকে চৰাই বোলা হয়। IUCN ৰ তথ্য মতে বর্তমানবৰ্তমান পৃথিৱীত 10,400 তকৈও অধিক প্রজাতিৰপ্ৰজাতিৰ চৰাই আছে।
 
উপশ্ৰেণী (Subclass) নিঅৰনিথিছৰ বিভিন্ন ভাগ সমূহ তলত দিয়াৰ দৰে--.
78 নং শাৰী:
 
==সাধাৰণ লক্ষণ ==
#পক্ষীবোৰ দ্বিপদী, ঠোঁটযুক্ত আৰু উষ্ণৰক্তী প্রাণী।প্ৰাণী।
#ইহঁতৰ শৰীৰটো পাখিৰে আবৃত।
#দেহটো মহুৰা আকৃতিৰ আৰু ইয়াক মূৰ, ডিঙি, দেহাংশ আৰু নেজ অংশত ভগাব পাৰি।
#অগ্রপদঅগ্ৰপদ দুখন ডেউকালৈ ৰূপান্তৰিত হৈছে। প্রত্যেকপ্ৰত্যেক ডেউকাতে তিনিটাকৈ নখবিহীন আঙুলি থাকে আৰু উৰিবৰ বাবে কিছুমান বিশেষ পাখি থাকে।
#পশ্চাদৎ পদ বা ঠেং দুখন খোজ কাঢ়িবলৈ, গছৰ ডালত খামুচি ধৰিবলৈ আৰু কোনো বস্তু ধৰিবলৈ আৰু সাঁতুৰিবলৈও ব্যৱহাৰ কৰা হয়। ঠেং দুখনত চাৰিটাকৈ নখযুক্ত আঙুলি থাকে।
#ইহঁতৰ ঠোঁট আৰু নখৰ ওপৰত এখন কঠিন আৱৰণ থাকে তথা ঠেঙৰ এটা অংশত বাকলি থাকে।
#ইহঁতৰ দাঁত নেথাকে।
#পক্ষীৰ ছালত ঘর্মঘৰ্ম গ্রন্থিগ্ৰন্থি নেথাকে কিন্তু নেজৰ ওপৰফালে তৈল গ্রন্থিগ্ৰন্থি বা প্রিনপ্ৰিন গ্রন্থিগ্ৰন্থি নামৰ এটা বিশেষ ধৰণৰ গ্রন্থিগ্ৰন্থি থাকে।
#চৰাইৰ বহিঃকংকালবোৰ অধিচর্মীয়।অধিচৰ্মীয়। এইবোৰ হ’ল – পাখি. ঠেঙত থকা বাকলি, আঙুলিত থকা নখ আৰু ঠৌঁটৰ আৱৰণ।
#উৰণক্ৰিয়াৰ সহায়ক হ’বলৈ ইহঁতৰ বক্ষপেশীবোৰ শক্তিশালী আৰু পূর্ণবিকশিত।পূৰ্ণবিকশিত।
#অন্তঃকংকালতন্ত্ৰৰ হাড়বোৰ পাতল আৰু ভিতৰফালে স্পঞ্জৰ নিচিনা যদিও যথেষ্ট দৃঢ় আৰু টান।
#ইহঁতৰ ৰাজহাড়ডাল চুটি। কশেৰুকাবোৰ বিষমগর্তীবিষমগৰ্তী (Heterocoelous) আৰু এইবোৰত অধিপ্রবর্ধঅধিপ্ৰবৰ্ধ (Epiphysis) নেথাকে।
#গ্রীৱাগ্ৰীৱা কশেৰুকাবোৰত গ্রীৱাগ্ৰীৱা কামিহাড় থাকে।
#কেইডালমান বক্ষ কামিহাড় সম্পূর্ণৰূপেসম্পূৰ্ণৰূপে জোৰা লগা।
#পিছৰ ফালৰ কেইডালমান বক্ষ কশেৰুকা, কঁকাল অঞ্চলৰ কশেৰুকা আৰু সম্মুখৰ ফালৰ কেইটামান পুচ্ছ কশেৰুকা লগ লাগি ছিনছেক্ৰাম (Synsacrum) নামৰ হাড় এটুকুৰাৰ সৃষ্টি হৈছে।
#নেজৰ শেষৰ পিনৰ তিনি চাৰিটা কশেৰুকা লগ লাগি নাঙলৰ ফালৰ (Plough share) নিচিনা পাইগ’ষ্টাইল (Pygostyle) নামৰ হাড় এটুকুৰাৰ সৃষ্টি হৈছে।
#কামিহাড়বোৰৰ ৰাজহাড়ৰ লগত লগ লাগিবলৈ দুটাকৈ সন্ধিমুখিকা মূৰ থাকে আৰু এছটাকৈ অংকুশী প্রৱর্ধপ্ৰৱৰ্ধ (Uncinate process) থাকে।
#ইহঁতৰ উৰোস্থিডাল (Sternum) যথেষ্ট বহল। উৰোস্থিৰ অংকীয় প্রদেশতপ্ৰদেশত থকা দীঘল তৰীদলত (Keel) উৰণ পেশী সংযুক্ত হৈ থাকে।
#ইহঁতৰ বক্ষ চক্ৰ (Pectoral girdle) শক্তিশালী আৰু ইয়াৰ কোৰাকইড (Coracoid) হাড়ডাল তৰোৱাল সদৃশ। বক্ষ চক্ৰৰ দুয়োফালৰ অংশ দৃঢ় ভাৱে লগ লাগি থাকে আৰু উৰণৰ সময়ত ই ডেউকাদুখনৰ ধৰণী (Fulcrum) হিচাপে কাম কৰে।
#ইহঁতৰ জক্ৰক বা ক্লেভিকল্‌ (Clavicle) আৰু আন্তঃজক্ৰক বা ইন্টাৰ ক্লেভিকল (Interclavicle) নামৰ হাড় দুডাল সংযুক্ত হৈ V আকৃতিৰ ফাৰকুলা (Fercula) নামৰ হাড়ডাল সৃষ্টি কৰিছে।
#ইহঁতৰ দূৰৱর্তীদূৰৱৰ্তী মনিবন্ধিকা বা কার্পেলকাৰ্পেল (Carpal) আৰু কৰভাস্থি বা মেটাকার্পেলমেটাকাৰ্পেল (Metacarpal) লগ লগ লাগি কার্পোমেটাকার্পেলকাৰ্পোমেটাকাৰ্পেল (Carpometacarpal) নামৰ বিশেষ ধৰণৰ হাড়ৰ সৃষ্টি কৰিছে।
#নিকটৱর্তীনিকটৱৰ্তী টার্ছেলটাৰ্ছেল (Tarsels) হাড়বোৰ টিবিয়াৰ (Tibia) লগত সংযুক্ত হৈ টিবিঅ’টার্ছাছটিবিঅ’টাৰ্ছাছ (Tbio tarsus) হাড়ৰ সৃষ্টি হৈছে।
#দূৰৱর্তীদূৰৱৰ্তী টার্ছেলেটাৰ্ছেলে দ্বিতীয়, তৃতীয় আৰু চতুর্থচতুৰ্থ মেটাটার্ছেলৰমেটাটাৰ্ছেলৰ (Metatarsals) লগত লগ লাগি টার্ছোটাৰ্ছো মেটা টার্ছেছটাৰ্ছেছ (Tarso metatarses) হাড়ৰ সৃষ্টি কৰিছে।
#এটা অক্সিপিটেল কণ্ডাইলেৰে সৈতে পক্ষীৰ লাওঁখোলাটো এককণ্ডী (Monocodylic)। লাওঁখোলাৰ লগত সংযুক্ত হাড়বোৰৰ অকল অধোহনু (Mandible), কোৱার্ডেটকোৱাৰ্ডেট (Quadrate), কলুমেলা (Columella) আৰু হায়ইড অস্থিহে লৰা চৰা কৰিব পাৰে।
#হাওঁফাওঁৰ দ্বাৰা শ্বসন কার্যকাৰ্য সম্পাদন কৰে। চৰাইৰ হাওঁফাওঁটো সোপোকা (Spongy) আৰু প্রসাৰণপ্ৰসাৰণ – ক্ষমতাহীন। হাওফাওঁটো কামিহাড়বোৰৰ ফাকে ফাকে সোমাই থাকে। হাওঁফাওৰ পৰা কিছুমান বায়ুথলী Air sacs) ওলাই বায়ুগুহিকাৰ মাজত সোমাই থাকে।
#শ্বাসনলী (Trachea) আৰু শ্বসনী (Brochus) দুটাৰ সংগম স্থলিত থকা ছাইৰিন্সৰ (Syrinx) পৰা চৰাইৰ মাত সৃষ্টি হয়। চৰাইৰ স্বৰযন্ত্ৰ (Larynx) বা স্বৰতন্তু (Vocal cord) নেথাকে।
#পক্ষীৰ পাচন তন্ত্ৰৰ গ্রাসনলীৰগ্ৰাসনলীৰ কিছু অংশ ডাঙৰ হৈ টোটোলা বা ক্ৰপৰ (Crop) সৃষ্টি হৈছে। পাকস্থলীটো এটা গ্রন্থিময়গ্ৰন্থিময় প্রভেনট্রিকুলাছপ্ৰভেনট্ৰিকুলাছ (Proventriculus) আৰু শক্তিশালী পেষণীত বিভবিভক্ত।
#ক্ল’আকা বা অৱস্কৰ গুহা আছে আৰু ই তিনিটা কোঠাত বিভক্ত।
#হৃদযন্ত্ৰটো চাৰিটা কোঠাত বিভক্ত। ইহঁতৰ অকল সোঁ ধমনীয় ধনুহে (Aortic arch) থাকে। বাওঁ ধমনীয় ধনু নেথাকে।
#ইহঁতৰ লোহিত ৰক্তকণিকাবোৰ ডিম্বাকৃতিৰ, উভয়োত্তল আৰু কোষকেন্দ্রযুক্ত।কোষকেন্দ্ৰযুক্ত।
#ইহঁতৰ বৃক্ক নির্বাহিকানিৰ্বাহিকা তন্ত্ৰ অৱশেষী। বৃক্কটো তিনিটা অংশত বিভক্ত আৰু মেটানেফ্রিকমেটানেফ্ৰিক প্রকৃতিৰ।প্ৰকৃতিৰ।
#চৰাইৰ প্রমস্তিষ্কপ্ৰমস্তিষ্ক গোলার্ধগোলাৰ্ধ আৰু অনুমস্তিষ্ক যথেষ্ট ডাঙৰ। নেত্ৰপালি (Optic lobe) দুটা মস্তিষ্ক উভয় পার্শ্বীয়পাৰ্শ্বীয় দিশত অৱস্থিত।
#ইহঁতৰ 12 যোৰ কপালীয় স্নায়ু থাকে।
#চৰায়ে ৰেচন কার্যৰকাৰ্যৰ দ্বাৰা ইউৰিক এচিড বর্জনবৰ্জন কৰে আৰু সেয়েহে ইহঁতক ইউৰিক’টেলিক প্রাণীপ্ৰাণী বুলি কোৱা হয়।
#কর্ণতকৰ্ণত অকল কলুমেলা অৰিছ (Columella auris) নামৰ এটুকুৰা হাড় থাকে।
#চৰাইবিলাকৰ মাত্ৰ বাওঁ ডিম্বাশয় আৰু ডিম্বনলী থাকে।
#ইহঁতৰ নিষেচন আভ্যন্তৰীণ। নিষেচিত কণীবোৰক উমনি দিলেহে পোৱালী জগে।
221 নং শাৰী:
চৰায়ে সাধাৰণতে নিজৰ বাহত কণী পাৰে৷ বেছিভাগ চৰায়ে নিজৰ প্ৰয়োজনৰ জোখাৰে বিভিন্ন আকৃতিৰ বাহ সাজি লয়৷ <ref name = "Hansell">Hansell M (2000). ''Bird Nests and Construction Behaviour''. University of Cambridge Press ISBN 0-521-46038-7</ref> <ref>{{cite journal | last1 = Lafuma | first1 = L | last2 = Lambrechts | first2 = M | last3 = Raymond | first3 = M | year = 2001 | title = Aromatic plants in bird nests as a protection against [[Hematophagy|blood-sucking]] flying insects? | url = | journal = Behavioural Processes | volume = 56 | issue = 2| pages = 113–20 | doi = 10.1016/S0376-6357(01)00191-7 }}</ref> চৰায়ে পাখিৰে বাহটো উমাল কৰি ৰাখে৷ <ref name = "Hansell"/> কিছুমান চৰাইৰ বাহ নাথাকে৷ উদাহৰণস্বৰূপে শিলাময় পাহাৰত বাস কৰা (cliff-nesting) [[:en: Common Guillemot|Common Guillemot]] নামৰ চৰাইটোৱে শিলতে কণী পাৰে ৷ তেনেদৰে এম্পাৰৰ পেংগুইনৰ মাইকীয়ে কণী পাৰে আৰু মতা চৰাইটোৱে নিজৰ ঠেঙৰ মাজতে কণীটো ভৰাই থয়৷
======চৰাইৰ ঠোঁট আৰু হাঁকোটা======
ক) চৰাইৰ ঠোঁট (Beaks in Birds): চৰাইৰ ঠোঁটটো উর্ধউৰ্ধ আৰু নিম্ন হনুৰ দ্বাৰা গঠিত। ঠোঁটটো শিঙৰ দৰে টান পদার্থৰপদাৰ্থৰ আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণখনক ৰেম্‌ফ’থিকা (Rhamphotheca) বোলা হয়।
*ঠোঁটৰ কাম (Functions of teeth):
#খাদ্য সংগ্রহসংগ্ৰহ কৰা।
#খাদ্যবস্তু লাৰাচাৰা কৰা।
#পাখিবোৰ আচোৰা আৰু জট ভঙা।
#বাঁহ সাজিবলৈ সামগ্রীসামগ্ৰী আহৰণ কৰা।
# বাঁহ সজা।
# পোৱালিবোৰক খুওৱা।
#প্রতিৰক্ষাৰপ্ৰতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰা।
*ঠোঁটৰ প্রকাৰপ্ৰকাৰ (Types of Beaks): খাদ্য আৰু ভক্ষণ প্রক্ৰিয়াৰপ্ৰক্ৰিয়াৰ ওপৰত নির্ভৰনিৰ্ভৰ কৰি চৰাইৰ ঠোঁটবোৰ বিভিন্ন প্রকাৰেপ্ৰকাৰে ৰূপান্তৰিত হয়। তলত বিভিন্ন প্রকাৰৰপ্ৰকাৰৰ ঠোঁটৰ বিষয়ে আলোচনা কৰা হ’ল।
#বীজ ভক্ষণকাৰী ঠোঁট (Seed eating beak): বীজ ভক্ষণকাৰী ঠোঁটবোৰ টান, দৃঢ় আৰু শঙ্কু আকাৰৰ। বীজ ভক্ষণকাৰী চৰাইবোৰে টান খোলাযুক্ত বীজবোৰ ভাঙিবলৈ আৰু গুৰি কৰিবলৈ এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে।উদাহৰণ: ঘন চিৰিকা, ফিন্স চৰাই।
#ছেদক ঠোঁট (Cutting beak): এইবোৰ ঠোঁট মজপুত আৰু চোকা ধাৰযুক্ত। ভক্ষী প্রাণীকপ্ৰাণীক ফালি টুকুৰা টুকুৰ কৰিবলৈ, কণী ভাঙিবলৈ নাইবা ফল কাটিবলৈ কিছুমান চৰায়ে এনে ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: কাউৰী।
#ফল ভক্ষণকাৰী ঠোঁট (Fruit eating beak): ফল খাবলৈ ব্যৱহাৰ কৰা ঠৌঁটবোৰ চোকা, টান আৰু বেকা ধৰণৰ হয়। এনে ধৰণৰ ঠোঁট ফলৰ বাকলিবোৰ গুচাবলৈ আৰু বীজৰ টান বাকলি ফালিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ভাটৌ।
#পতঙ্গভোজী ঠোঁট (Insect eating beak): পতঙ্গভোজী চৰাইবোৰৰ ঠোঁটবোৰ সৰু, চুটি আৰু চুঙা আকৃতিৰ। এনেকুৱা ধৰণৰ ঠোঁটবোৰ পতঙ্গ ধৰিবলৈ উপযোগী। উদাহৰণ: বতাহী চৰাই (Swift), তেলতুপি চৰাই (Swallow), [[দহিকতৰা]] (Robin)।
#মোনাযুক্ত ঠোঁট (Pouched beak): মোনাযুক্ত ঠোঁটবোৰ টান, দীঘল আৰু নিম্নহনুৰ ঠোঁটটো মোনাযুক্ত। এইবোৰ ঠোঁট বহনকাৰী চৰাইবোৰে মাছ আদি ঠোঁটেৰে চিকাৰ কৰে। উদাহৰণ: পেলিকান (Pelican)।
#চিকাৰ ধৰা ঠোঁট (Prey eating beak): চিকাৰ ধৰা ঠোঁটবোৰ টান, ক্ৰমাগত ভাৱে সঙ্কীর্ণসঙ্কীৰ্ণ হৈ যোৱা ঠোঁট। এনে ধৰণৰ ঠোঁটৰ সহায়ত মৎস্যভোজী চৰাইবোৰে পানীৰ পৰা চিকাৰ ধৰি ওপৰলৈ উঠাই লৈ আহে। উদাহৰণ: মাছৰোকা (King fisher), চামুচ যেন ঠোঁটৰ বগলী (Spoon bill)।
#বোকা ছাকনী ঠোঁট (Mud strainer beak): এইবোৰ ঠোঁট দৃঢ়, বহল আৰু চেপেটা আৰু কটা খাজযুক্ত। এইবোৰ ঠোঁটৰ দ্বাৰা কিছুমান চৰায়ে বোকা পানীৰ পৰা ছাকন প্রক্ৰিয়াৰেপ্ৰক্ৰিয়াৰে শামুক আদি আহৰণ কৰে।। উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe), ধিত্‌ৰাজ (Goose)।
#কাঠত বটালী মৰা ঠোঁট (Wood chiselling beak): কাঠত বটালী মৰা ঠোঁটবোৰ অতি টান, দীঘল আৰু চিধা। এই ঠৌঁটৰ অধিকাৰী চৰাইবোৰে গছৰ শুকাণ বাকলিৰ তলৰ পৰা পতঙ্গ আদি আহৰণ কৰিবলৈ নাইবা গছত বাহ সজাৰ অর্থেঅৰ্থে খোৰোং সাজিবলৈ বটালীৰে কাঠত গাত খান্দে। উদাহৰণ: [[বাঢ়ৈটোকা]] চৰাই (Wood pecker)।
#বোকাত পৰীক্ষক ঠোঁট (Mud probing beak): এইবোৰ ঠোঁট দীঘল আৰু চুঙা আকৃতিৰ। এনেকুৱা ঠোঁট বহনকাৰী চৰাইবোৰে বোকাত ঠোঁটটো সুমুৱাই দি কেঁচু, শামুক, পতঙ্গ আদিৰ উপস্থিতিৰ বিষয়ে উমান পায়। উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe)।
#মাছ ধৰা ঠোঁট (Fish catching beak): মাছ ধৰা ঠোঁটবোৰ দীঘল, ঠেক আৰু খাজকটা। মাছ, ভেকুলী, লালুকি আদি ধৰিবলৈ কিছুমান চৰায়ে এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: পানী কাউৰী (Cormorant), বগলী (Heron)।
#ফুল পৰীক্ষক ঠোঁট (Flower probing beak): ফুল পৰীক্ষক ঠোঁটবোৰ দীঘল, ঠেক আৰু জোঙা। মৌ আহৰণ কৰা চৰাইবোৰে এই ঠোঁটবোৰেৰে ফুলৰ পৰা মৌৰস আহৰণ কৰে। উদাহৰণ: চানবার্ডচানবাৰ্ড (Sun bird), হামিং বার্ডবাৰ্ড (Humming bird)।
#বিন্ধোৱা আৰু ফলা ঠোঁট (Pierching and Tearing beak): এই ঠোঁটবোৰ চুটি, ওপৰৰ ঠোঁটটো তলমুৱাকৈ বেকা আৰু শক্তিশালী। এইবোৰ ঠোঁট সৰু ডাঙৰ চিকাৰবোৰ ফুটাবলৈ আৰু ফলাচিৰা কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ঈগল, ফেঁচা, শগুণ ।
খ) চৰাইৰ হাকোটাযুক্ত পদাঞ্চলৰ প্রকাৰপ্ৰকাৰ (Types of clawed feet in birds): চৰাইৰ ঠেঙৰ পদাঞ্চল খোজ কঢ়াৰ উপৰিও অন্যান্য বহুতো কামৰ বাবে ব্যৱহৃত হয়। অন্যান্য কামবোৰ হ’ল – বস্তু আদি সংগ্রহসংগ্ৰহ, বাঁহ সজা, আক্ৰমণ কৰা, প্রতিৰক্ষাপ্ৰতিৰক্ষা ইত্যাদি। চৰাইৰ ঠেঙৰ পদাঞ্চল আঙুলিযুক্ত আৰু এই আঙুলিবোৰত নখ বা হাকোটা থাকে। কর্মৰকৰ্মৰ ওপৰত নির্ভৰনিৰ্ভৰ কৰি চৰাইৰ ঠেঙক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।
#আৰোহী ঠেং (Climbing feet): আৰোহী ঠেঙৰ পদাঞ্চলবোৰ গছত বা গছৰ ডালত বগাবলৈ উপযোগী। এনেবোৰ ঠেঙত প্রথমপ্ৰথম আৰু চতুর্থচতুৰ্থ আঙুলি দুটা পিছফাললৈ মুখ কৰি অৱস্থান কৰে আনহাতে দ্বিতীয় আৰু তৃতীয় আঙুলিটোৱে সম্মুখৰ পিনে মুখ কৰি থাকে। এনেকুৱা প্রকৃতিৰপ্ৰকৃতিৰ আঙুলিক জাইগ’ডেক্‌টাইলাছ (Zygodactylous) বুলি কোৱা হয়। হাকোটাযুক্ত জাইগ’ডেক্‌টাইলাছ আঙুলিৰ সহায়ত চৰাইবোৰে সৰু সৰু ডালত খামোচ মাৰি ধৰি উলম্ব গছত বগাই যাব পাৰে। উদাহৰণ: কাঠখোলা (Wood pecker), ভাটৌ (Parrot)।
#জপটিয়াই ধৰা ঠেং (Clinging feet): এইবোৰ ঠেঙৰ হাকোটা যুক্ত আঙুলিবোৰ এনেকৈ সজ্জিত হৈ থাকে যাতে ইহঁতে ওখ আৰু ঠিয় পর্বতৰপৰ্বতৰ বা গুহাৰ বেৰত জপটিয়াই এঠা লাগি ধৰি থাকিব পাৰে। এই প্রকৃতিৰপ্ৰকৃতিৰ ঠেঙৰ চাৰিওটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে। ইহঁতৰ নখ বা হাকোটাবোৰ চোকা আৰু বেকা প্রকৃতিৰ।প্ৰকৃতিৰ। উদাহৰণ: বতাহী চৰাই, হামিং বার্ড।বাৰ্ড।
#খোচৰা ঠেং (Scratching feet): এইবোৰ ঠেং খোজ কঢ়া আৰু খাদ্যৰ সন্ধানত মাটি বালি আদিত খোচৰা কামৰ বাবে উপযোগী। খোচৰা ঠেবোৰ দৃঢ় আৰু আঙুলিত থকা হাকোটাবোৰ শক্তিশালী। উদাহৰণ: মুর্গীমুৰ্গী চৰাই।
#পক্ষীসাদ ঠেং (Perching feet): প্রায়বোৰপ্ৰায়বোৰ চৰাইৰে ঠেঙবোৰ এনেকুৱা প্রকৃতিৰ।প্ৰকৃতিৰ। এনেকুৱা ঠেঙৰ চৰাইবোৰে গছৰ ডালত বহোতে ডালটোত খামুচি ধৰিব পাৰে। এনেধৰণৰ ঠেঙত তিনিটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে আৰু এটা আঙুলি পিছফালে মুখ কৰি থাকে। উদাহৰণ: ঘন চিৰিকা, কাউৰী, কুলি ইত্যাদি।
#সাঁতোৰা ঠেং (Swimming feet): পানীত সাঁতোৰা চৰাইবোৰৰ ঠেঙৰ আঙুলিৰ মাজত জালিকা থাকে। হাঁহ, পানী কাউৰী।
#খামুচি ধৰিব পৰা ঠেং (Grasping feet): এইবোৰ ঠেঙৰ দ্বাৰা চৰাইটোৱো ভক্ষ প্রাণীকপ্ৰাণীক চিকাৰ কৰি আটক কৰিব পাৰে আৰু ভক্ষ প্রাণীটোকপ্ৰাণীটোক কঢ়িয়াই লৈ যাব পাৰে। ইহঁতৰ চাৰিওটা আঙুলি শক্তিশালী আৰু হাঁকোটাবোৰ অতি তীক্ষ্ন। উদাহৰণ: ফেঁচা, ঈগল. চিলনী।
#দ্ৰুতবেগী ঠেং (Cursorial or running feet): উৰিব নোৱাৰা চৰাইবোৰৰ ঠেংবোৰ শক্তিশালী আৰু আঙুলিৰ সংখ্যা কম। ইহঁতৰ টাৰছ’মেটাটাৰছাছ হাড়ডাল দীঘল। উদাহৰণ: উট চৰাই, ইমু, ৰিয়া।
#ৱাডিং ঠেং (Wading feet): ৱাডিং ঠেংবোৰ পানীত থকা বোকাত খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰা ঠেং। ইহঁতৰ টাৰছ’মেটাটাৰছাছ আৰু ভৰিৰ আঙুলিবোৰ দীঘল তথা চুঙা আকৃতিৰ। উদাহৰণ: বগলী জাতীয় চৰাই।
304 নং শাৰী:
{{-}}
=====চৰাইৰ উৰণ পেশী আৰু উৰণ ক্ৰিয়াবিধি=====
'''উৰণ পেশী''': চৰাইবোৰে ডেউকা দুখন ওপৰ তলকৈ কোৱাই বতাহত উৰিব পাৰে। চৰাইৰ আগ ঠেং দুখন ৰূপান্তৰিত হৈ ডেউকাৰ সৃষ্টি হৈছে। উৰণ কার্যৰকাৰ্যৰ বাবে চৰাইৰ কিছুমান শক্তিশালী উৰন পেশী থাকে। এই পেশীবোৰ উৰোস্থি (Sternum) আৰু উৰোস্থিৰ তলত থকা তৰীদলৰ (Keel) লগত সংযুক্ত হৈ থাকে। উৰণ পেশীবোৰ যথেষ্ট ডাঙৰ। এই উৰণ পেশীবোৰ তলত দিয়া ধৰণৰ।
 
১. বক্ষ পেশী (Pecoral muscles):
উৰণ কার্যতকাৰ্যত সহায় কৰিবলৈ অতি প্রয়োজনীয়প্ৰয়োজনীয় পেশী হ’ল বক্ষ পেশী। ই দুই প্রকাৰৰপ্ৰকাৰৰ, যেনে – বৃহৎ বক্ষ পেশী (Pectoralis major) আৰু লঘূ বক্ষ পেশী (Pectoralis minor)। এই পেশীবোৰৰ কাম হ’ল ডেউকা দুখনক টানি আৰু এৰি দি ডেউকা দুখনক তল- ওপৰ কৰোৱা। এই পেশী দুটা উৰোস্থিৰ তৰীদল আৰু ডেউকাত লাগি থাকে।
*ক) বৃহৎ বক্ষ পেশী (Pectoralis major): তৰীদল (Keel) আৰু জক্ৰকৰ (Clavicle) অংকদেশৰ দুয়োফালৰ পৰা বৃহৎ বক্ষ পেশী দুটুকুৰা মুক্ত হৈ চৰাইটোৰ বুকু অংশৰ সৃষ্টি কৰিছে। ই ত্ৰিভূজ আকৃতিৰ আৰু আন পেশীবোৰতকৈ আকৃতিত ডাঙৰ আৰু শক্তিশালী। বৃহৎ পেশীৰ সম্মুখৰ পিনে থকা বহল আৰু চেপেটা কণ্ডৰাডাল (Tendon) হিউমেৰাছৰ মুণ্ডৰ অংকীয় দিশত সোমাই পৰে। এই পেশীয়ে ডেউকাখনক তলৰ পিনে টানি অনাত সহায় কৰে। এই পেশীৰ সংকোচনৰ সময়ত ডেউকাখন তলৰ পিনে নামি আহে আৰু সম্মুখৰ পিনে আগবাঢ়ি যায়। ইয়াৰ ক্ৰিয়াৰ ফলত চৰাইটো ওপৰলৈ উঠিব পাৰে আৰু বতাহৰ মাজেৰে সম্মুখৰ পিনে আগুৱাব পাৰে।
*খ) লঘূ বক্ষপেশী (Pectoralis minor): সৰু আৰু দীঘলীয়া আকৃতিৰ অংকীয় বক্ষপেশীয়ে চৰাইৰ ডেউকাখন ওপৰলৈ উঠোৱাত সহায় কৰে। চৰাইৰ এই লঘূ বক্ষপেশীটো বৃহৎ বক্ষপেশীৰ তলৰফালে তৰীদল আৰু দেহৰ মাজৰ কোণটোত লাগি থাকে। পেশীটোৰ সম্মুখৰ ফালে থকা দীঘল আৰু ঠেক কণ্ডৰাডাল ত্ৰি অস্থি ৰন্ধ্রৰৰন্ধ্ৰৰ (Foramen triossum) মাজেদি সোমাই সোমাই ওপৰলৈ উঠি হিউমেৰাছৰ মুণ্ডৰ ট্রচেন্টাৰতট্ৰচেন্টাৰত (Trochanter) সোমায়। ত্ৰি অস্থি ৰন্ধ্রটোৰন্ধ্ৰটো ক্লেভিক’ল (Clavicle), কোৰাক’ইড (Coracoid) আৰু স্কাপুলাৰ মাজত থকা এটা ফাক বা খোলা অংশ। লঘূ বক্ষ পেশীয়ে ডেউকাখন ওপৰলৈ উঠোৱাত সহায় কৰে বাবে ইয়াক উত্তোলন পেশী (Elevator muscle) বোলা হয়। এই পেশীৰ সংকোচন ঘটিলে ইয়াৰ লগত সংযুক্ত কণ্ডৰাডালে হিউমেৰাছডালক পিছলৈ আৰু ওপৰলৈ টানে বাবে উৰণৰ সময়ত ডেউকাখন ওপৰলৈ ডাং খাই উঠে। এই কার্যতকাৰ্যত ত্ৰি অস্থি ৰন্ধ্রটোৱেৰন্ধ্ৰটোৱে কপিকলৰ দৰে কাম কৰে।
 
২. সহায়ক পেশী (Accessory muscles):
চৰাইৰ উৰণ ক্ৰিয়াত সহায় কৰিবলৈ বক্ষ পেশীৰ উপৰিও আন কিছুমান সহায়ক পেশীও থাকে। বক্ষ পেশীৰ ঠিক তলতে ত্ৰিভূজ আকৃতিৰ কৰাক’ব্রেকিয়েলিছকৰাক’ব্ৰেকিয়েলিছ লংগাছ (Coraco brachialis longus) নামৰ আন এটুকুৰা পেশী থাকে। এই পেশীটো কোৰাককিড আৰু উৰোস্থিৰ পর্শুকীপৰ্শুকী বা কষ্টেল প্রবর্ধৰপ্ৰবৰ্ধৰ (Costal process) পৰা ওলায় আৰু ইয়াৰ ঠেক কণ্ডৰা অংশ প্রগণ্ডিআস্থিপ্ৰগণ্ডিআস্থি মুণ্ডৰ পিছফালে লাগি থাকে। এই প্রশীয়েপ্ৰশীয়ে ডেউকাখনত তললৈ নমোৱাত সহায় কৰে। ইয়াৰ উপৰিও কৰাক’ব্রেকিয়েলিছকৰাক’ব্ৰেকিয়েলিছ লংগাছৰ (Coraco brachialis longus) সম্মুখৰ পিনে কৰাক’ ব্রেকিয়েলিছব্ৰেকিয়েলিছ ব্রিভিছব্ৰিভিছ (Coraco brachialis brevis) নামৰ আন এটুকুৰা সৰু ঠেক পেশীয়েও উৰণত সহায় কৰে।
 
৩. আভ্যন্তৰিক পেশী (Intrensic muscles): আভ্যন্তৰিক পেশীবোৰো উৰণৰ বাবে আতি লাগতিয়াল। ইয়াৰে ভিতৰত বাহুৰ বাইচেপ (Biceps) আৰু ট্রাইচেপট্ৰাইচেপ (Triceps) পেশী উল্লেখযোগ্য। এই পেশী দুটাই উৰণৰ সময়ত কিলাকুটিটো ঘূৰোৱাত সহায় কৰে। পূর্বপূৰ্ব-বাহুৰ (Fore arm) এক্সটেনছৰ কার্পিকাৰ্পি ৰেডিয়েলিছ (Extensor carpi radialis) আৰু এক্সটেনছৰ কার্পিকাৰ্পি আলনেৰিছ (Exensor carpi ulnaris) নামৰ পেশী দুটাই ডেউকাখন জপোৱা আৰু মেলাত সহায় কৰে। আকৌ দুডাল ব্রেকিঅ’ব্ৰেকিঅ’ ৰেডিয়েলিছ (Brachio-radialis) পেশীয়ে ৰেডিয়াছ (Radius) অস্থিডালক ঘূৰোৱাত সহায় কৰে। অতিশয় হ্রাসপ্রাপ্তহ্ৰাসপ্ৰাপ্ত ডিজিটেল পেশীবোৰে (Digital muscles) উৰণৰ সময়ত পৃথক অংশসমূহ আনকি পাখিবিলাককো ঘুৰা মেলাত সহায় কৰে। আন এটুকুৰা পলিছিছ পেশীয়ে প্রথমপ্ৰথম আঙুলিত লাগি থকা এলুলা বা বাষ্টার্ডবাষ্টাৰ্ড ডেউকাখনক (Alula or bastard wing) স্বাধীন ভাবে লৰাচৰা কৰাত সহায় কৰে।
 
৪. তানিকা পেশী (Tensor muscles):
উৰণৰ সময়ত চৰাইটোৱে ডেউকাখন মেলাৰ সময়ত টেন্সৰ লংগাছ (Tensor longus), টেন্সৰ ব্রিভিছব্ৰিভিছ (Tensor brevis) আৰু টেন্সৰ এক্সেছৰিয়াছ (Tensor accessorius) নামৰ তিনিবিধ তানিকা পেশীয়ে প্রিপ্ৰি-পেটাজিয়ামখন (Pre-patagium) সম্পূর্ণকেসম্পূৰ্ণকে মেলি ৰাখে। এনে ধৰণৰ আন এটুকুৰা টেন্সৰ পষ্টিৰিয়াছ (Tensor posterius) নামৰ পেশীয়ে উৰণৰ সময়ত পেটাজিয়ামখনক (Patagium) বহলকৈ মেলি ৰাখে।
 
'''উৰণ ক্ৰিয়াবিধি (Mechanism of Flight)''': চৰাইৰ আকৃতি অনুসৰি উৰণৰ আৰম্ভণি ক্ৰিয়াবিধিও বেলেগ হয়। সৰু চৰাইবোৰে উৰাৰ আগে আগে ঠেং দুখনৰ সহায়ত এটা জাপ মাৰে। এই জাপটোৱে উৰিবৰ বাবে চৰাইটোক শক্তি যোগায়। ডাঙৰ আকৃতিৰ চৰাইৰ ক্ষেত্ৰত উৰণ কার্যৰকাৰ্যৰ আৰম্ভণিৰ বাবে যথেষ্ট শক্তিৰ প্রয়োজনপ্ৰয়োজন হয়। সেয়েহে শক্তি গোটাবৰ বাবে চৰাইটোৱে প্রথমতেপ্ৰথমতে কিছুদূৰ জোৰেৰে দৌৰ মাৰে নাইবা সাঁতোৰে যাতে মাটি এৰি বতাহত যাবলৈ পর্যাপ্তপৰ্যাপ্ত পৰিমাণে বল আৰু উল্লাস পায়। উৰাৰ আৰম্ভণিত চৰাইটোৱে ডেউকাখন তলমুৱাকৈ আৰু পিছৰ ফালে কোৱাবলৈ ধৰে যাৰ ফলত প্রকৃতপ্ৰকৃত উৰণ আৰম্ভ হয়। আকৌ নামিবৰ সময়ত ডেউকা দুখন ওপৰলৈ আৰু আগলৈ কোৱাই কোৱাই চৰাইটো মাটিলৈ বা নির্দিষ্টনিৰ্দিষ্ট স্থানলৈ নামি আহে। চৰাইৰ প্রকৃতপ্ৰকৃত উৰণ পেশী হ’ল বৃহৎ বক্ষ পেশী। বৃহৎ বক্ষ পেশীৰ সংকোচনে ডেউকাখনক তলৰপিনে কোবাবলৈ শক্তি যোগায় যাৰ ফলত চৰাইটো ওপৰলৈ উঠে। ডেউকা দুখন তললৈ কোবোৱাৰ ফলত উত্তোলন বলৰ (Lift force) সৃষ্টি হয় আৰু চৰাইটো ওপৰলৈ উঠিবলৈ ধৰে। আকৌ বতাহৰ সোঁত ডেউকাৰ ওপৰেদি যোৱাৰ ফলত ওপৰৰ বায়ু চাপ কম হয় আৰু ইও চৰাইটোক কিছু ওপৰলৈ উঠাত সহায় কৰে।
লঘূ বক্ষ পেশীৰ সংকোচনে ডেউকা দুখনক ওপৰলৈ কোবোৱাত সহায় কৰে। ওপৰ ফালে কোবোৱাৰ ফলত ডেউকা দুখন আংশিক ভাবে জাপ খায় আৰু ডেউকাৰ মাজেৰে বায়ু পাৰ হৈ যাব পাৰে। ইয়াৰ ফলত চৰাইটো লাহে লাহে তললৈ নামি আহিবলৈ ধৰে।
চৰাইৰ পুচ্ছ পাখিসমূহে বঠাৰ দৰে কাম কৰে। পুচ্ছ পাখিসমূহ ওপৰলৈ ডাঙি ধৰিলে চৰাইটো ওপৰমূৰা হয় আৰু তলফালে নমাই দিলে চৰাইটো তলমূৱা হয়। নামিবৰ সময়ত চৰাইটোৱে পুচ্ছ পাখিবোৰ তললৈ নমাই দি বিছনীৰ দৰে কোবাৱাৰ ফলত ব্রেকৰব্ৰেকৰ কাম কৰে আৰু লগে লগে ই ঠেং দুখন তললৈ নমাই দি গছৰ ডালত বা আন কোনো ঠাইত নামি পৰে।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে