ঢাকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
9 নং শাৰী:
|image_skyline = Dhaka Bd.jpg
|imagesize = 290px
|image_caption = শীর্ষৰশীৰ্ষৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: কাওৰান বজাৰ, মতিঝিল, মিন্টু ৰ'ড, খান মহম্মদ মিৰ্ধাৰ মছজিদ, ৰোজ গাৰ্ডেন, জাতীয় সংসদ ভৱন
|map_caption = [[বাংলাদেশ|বাংলাদেশত]] ঢাকাৰ অৱস্থান
|image_flag =
117 নং শাৰী:
}}
'''ঢাকা''' ({{lang-en|Dhaka}}, অতীতত Dacca ব্যৱহৃত হৈছিল<ref name=dacca>{{cite news|title=PAKISTAN: Dacca, City of the Dead|url=http://www.time.com/time/magazine/article/0,9171,876963,00.html|accessdate=15 November 2011|newspaper=Time|date=3 May 1971}}</ref>) বাংলাদেশৰ ৰাজধানী আৰু ঢাকা বিভাগৰ প্ৰধান চহৰ । ঢাকা এখন মহানগৰ আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান চহৰ। বুঢ়ী গংগা নদীৰ তীৰত অৱস্থিত এই চহৰ বাংলাদেশৰ বৃহত্তম চহৰ। ঢাকাৰ মহানগৰ অঞ্চলৰ জনসংখ্যা প্ৰায় ১ কোটি ৫০ লাখ।<ref name="BangladeshStatPock2008">{{Cite web|url=http://www.bbs.gov.bd/WebTestApplication/userfiles/Image/SubjectMatterDataIndex/pk_book_09.pdf|title=Statistical Pocket Book, 2008|publisher=Bangladesh Bureau of Statistics|format=PDF|accessdate=2009-08-15}}</ref> ই বিশ্বৰ নৱম বৃহত্তম<ref>2010 World Bank Country Assistance Strategy (Page 4) http://siteresources.worldbank.org/BANGLADESHEXTN/Resources/295759-1271081222839/BDCAS.pdf</ref> আৰু অত্যাধিক জনবহুল চহৰ বিলাকৰ ভিতৰত অন্যতম। ঢাকা চহৰ ''মছজিদৰ চহৰ'' নামেও পৰিচিত।<ref>{{Cite web|url=http://www.dhakacity.com.bd/ |title=everything about our city |publisher=Dhaka City |date= |accessdate=2010-05-08}}</ref> তদুপৰি ঢাকা ''বিশ্বৰ ৰিক্সা ৰাজধানী'' নামেৰেও পৰিচিত। এই চহৰত সদায় প্ৰায় ৪০০,০০০ ৰ পৰা ৪৫০,০০০টা চাইকেল ৰিক্সা চলাচল কৰে।<ref name="bbcnews1">{{Cite news|url=http://news.bbc.co.uk/2/hi/programmes/from_our_own_correspondent/2300179.stm|title=Dhaka's beleaguered rickshaw wallahs|last=Lawson |first=Alastair|date=2002-10-05|publisher=BBC News|accessdate=2009-09-19}}</ref> বৰ্তমান দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান সংস্কৃতি, শিক্ষা আৰু বাণিজ্যকেন্দ্ৰ।<ref>World Bank (30 July 2010). [http://siteresources.worldbank.org/BANGLADESHEXTN/Resources/295759-1271081222839/BDCAS.pdf Country Assistance Strategy for the People's Republic of Bangladesh for the Period FY11-14], page 4.</ref>
সপ্তদশ শতাব্দীত পুৰণি ঢাকা মোগল সম্ৰাজ্যৰ বাংলা প্ৰদেশৰ প্ৰাদেশিক ৰাজধানী আছিল। মোগল সম্ৰাট জাহাঙ্গীৰৰ শাসন কালত এই চহৰ জাহাঙ্গীৰ নগৰ নামে পৰিচিত আছিল। অতীজৰে পৰা ঢাকা বিশ্বব্যাপী মছলিন কাপোৰ বাণিজ্যৰ এটি প্ৰধান কেন্দ্ৰ আছিল। যদিও আধুনিক ঢাকা চহৰৰ বিকাশ ঊনবিংশ শতাব্দীত ব্ৰিটিছৰ শাসন কালত ঘটে। সেই সময়ত নৱাব সকলে ঢাকা শাসন কৰিছিল। সেই সময়ত [[কলকাতা|কলকাতাৰ]] পিছতেই ঢাকা বাংলা প্ৰেচিডেন্সিৰ দ্বিতীয় বৃহত্তম নগৰী হৈ পৰে। ১৯০৫ চনৰ বংগ-ভংগৰ পিছত ঢাকা নৱগঠিত পূর্ববংগপূৰ্ববংগ আৰু [[অসম]] প্ৰদেশৰ ৰাজধানী হয়। ১৯৪৭ চনত ভাৰতৰ পৰা ঢাকা পূব পাকিস্তানৰ প্ৰশাসনিক ৰাজধানীত পৰিণত হয়। ১৯৫০-৬০ দশকত এই চহৰ বিভিন্ন সামাজিক, জাতীয়তাবাদী আৰু গণতন্ত্ৰপন্থী আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৭১ চনত '''ঢাকা স্বাধীন বাংলাদেশ ৰাষ্ট্ৰৰ ৰাজধানী''' ঘোষিত হয়। ইতিপূৰ্বে সামৰিক বলবৎ, বাংলাদেশৰ স্বাধীনতা ঘোষণা, সামৰিক দমন, যুদ্ধ আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ তাণ্ডৱলীলাৰ দৰে একাধিক অস্থিৰ ঘটনাৰ এই চহৰ সাক্ষী হয়।
 
[[বাংলাদেশ|বাংলাদেশৰ]] সংবিধানৰ ৫(ক) অনুচ্ছেদ অনুযায়ী<ref>http://bdlaws.minlaw.gov.bd/bangla_sections_detail.php?id=957&sections_id=29343</ref> ঢাকা বাংলাদেশৰ ৰাজধানী। আধুনিক ঢাকা বাংলাদেশৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক জীৱনৰ প্ৰধান কেন্দ্ৰ।<ref name="gob">{{Cite web|url=http://www.bangladesh.gov.bd/index.php?option=com_content&task=category&id=174&Itemid=27&lang=bn|title=Price Information of Essential Commodities|publisher=National Web Portal, Government of Bangladesh|format=php|accessdate=2009-02-27|language=Bangla}}</ref>
ইয়াৰ উল্লেখযোগ্য পৰ্যটনস্থলী সমূহ হল জাতীয় সংসদ ভৱন, ঢাকা বিশ্ববিদ্যালয়, মুক্তিযুদ্ধ যাদুঘৰ, বাংলাদেশ জাতীয় যাদুঘৰ , জাতীয় ছহিদ মিনাৰ, লালবাগৰ কিল্লা<ref>http://www.huffingtonpost.com/anushay-hossain/branding-bangladesh-india_b_4671353.html</ref> ইত্যাদি।
 
সাম্প্ৰতিক দশকসমূহত ঢাকাৰ পৰিবহন, যোগাযোগ ব্যৱস্থা আৰু শিক্ষা ক্ষেত্ৰত অভূতপূৰ্ব আধুনিকৰণ দেখা গৈছে। বৰ্তমানে এই চহৰ প্ৰচুৰ বিদেশী বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে ব্যৱসায় ব্যবসায়-বাণিজ্যৰ পৰিধি ভাঙি পৰিবহণত সক্ষম হৈছে। গোটেই দেশৰ পৰা অনেক মানুহ জীৱিকাৰ সন্ধানত ঢাকালৈ আহে । এইবোৰ কাৰণৰ বাবেই ঢাকা বিশ্বৰ দ্ৰুততম ক্ৰমবর্ধমানক্ৰমবৰ্ধমান নগৰী হৈ পৰিছে। এই লক্ষ্য বাস্তৱয়ানত [[মালয়েছিয়া]], [[জাপান]], [[চীন]]সহ বিভিন্ন দেশ আৰ্থিক সহযোগীতা আৰু বিনিয়োগ কৰিছে।<ref>http://www.worldbank.org.bd/WBSITE/EXTERNAL/COUNTRIES/SOUTHASIAEXT/BANGLADESHEXTN/0,,contentMDK:21384826~pagePK:141137~piPK:141127~theSitePK:295760,00.html</ref><ref>{{Cite news| url=http://news.bbc.co.uk/1/hi/world/south_asia/10542218.stm | work=BBC News | title=Danger in Dhaka, the fastest-growing city | date=2010-07-07}}</ref>
== নামাকৰণৰ ইতিহাস ==
[[File:Entrance of Armenian Church in Old Dhaka.JPG|thumb|left|পুৰণি ঢাকাৰ আৰ্মেনিয়ান গীৰ্জাৰ প্ৰৱেশপথ]]
136 নং শাৰী:
|title=Dhaka Division
|accessdate=2009-02-11
}}</ref> ক্ৰান্তীয় বৃক্ষ, আৰ্দ্ৰ মৃত্তিকা আৰু সমুদ্ৰপৃষ্ঠেৰ লগত সমান সমতলভূমি এই জেলারজেলাৰ বৈশিষ্ট্য। এই কাৰণে বৰ্ষা কালত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ঢাকাত প্ৰায়ে বানপানী হোৱা দেখা যায়।<ref>{{Cite book| last = Hough | first = Michael | title = Cities and natural process | publisher = Routledge | year = 2004 | pages = 64–65 | isbn = 0-415-29855-5}}</ref>
 
== জলবায়ু ==
145 নং শাৰী:
|url=http://www.thedailystar.net/suppliments/2006/15thanniv/ourcities/ourcities28.htm
|title=Our Cities: 15th Anniversary Special
|publisher=দ্য ডেইলি স্টারস্টাৰ
|accessdate=২০০৬-০৯-২৭
|language=ইংরেজিইংৰেজি
}}</ref>
 
"https://as.wikipedia.org/wiki/ঢাকা"ৰ পৰা অনা হৈছে