মুখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
 
1 নং শাৰী:
'''1. মুখচিদ্রমুখচিদ্ৰ (Mouth):''' নাকৰ ঠিক তলতে অৱস্থিত অনুপ্রস্থীয়অনুপ্ৰস্থীয় বহল মুখচিদ্রটোমুখচিদ্ৰটো ওপৰোষ্ঠ আৰু নিম্নোষ্ঠৰে আবেষ্ঠিত হৈ থাকে। মুখচিদ্রটোমুখচিদ্ৰটো খাদ্য গ্রহণগ্ৰহণ কৰা কার্যতকাৰ্যত ব্যৱহাৰ কৰা হয়। মুখৰ ভিতৰৰ যিখিনি ঠাই  বাহিৰৰ ফালে ওঠ আৰু গালেৰে আবৃত আৰু ভিতৰ ফালে দাত আৰু হনুৰে আবৃত সেই অঞ্চলখিনিক মুখ মধ্যগুহা (Vestibule of the mouth) বোলা হয়।
 
'''2.''' '''মুখগহ্বৰ (Buccal Cavity):''' দাত আৰু হনুৰ ভিতৰফালে থকা গহ্বৰটোক মুখগহ্বৰ বোলা হয়। মুখগহ্বৰটোক ওপৰৰ ফালে তালু, তলৰ ফালে টেটু আৰু জিহ্বা, আৰু দাতিৰ পিনে দাত আৰু হনুৱে পৰিবেষ্টিত কৰি ৰাখে। মুখগহ্বৰৰ পশ্চাত অংশত ওচৰা ওচৰিকৈ দুটা ৰন্ধ্ৰ থাকে। ওপৰৰৰ ফালে থকা ৰন্ধ্ৰটোক গালেট (Gullet) আৰু ইয়াৰ তলফালে থকা ৰন্ধ্ৰটোৰ গ্লটিছ (Glottis) বোলে। গালেট হ’ল গ্রসনীৰগ্ৰসনীৰ খোলা প্রান্তপ্ৰান্ত আৰু গ্লটিছ হ’ল শ্বাসনলীৰ খোলা প্রান্ত।প্ৰান্ত। গ্লটিছৰ সন্মূখত এখন লৰচৰ কৰিব পৰা পেশীৰে গঠিত ঢাকনি থাকে। ইযাক এপিগ্লটিছ (Epiglottis) বোলা হয়। এপিগ্লটিছে গ্রসনীগ্ৰসনী আৰু শ্বাসনলীৰ মাজেৰে যথাক্ৰমে খাদ্য আৰু বায়ুৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰে।
 
মুখগহ্বৰত থকা অন্য অংশবোৰ হ’ল –
 
'''(i) তালু (Palate):''' মুখগহ্বৰৰ মূধচ অংশক তালু বুলি কোৱা হয়। তালুৰ সন্মূখ প্রান্তকপ্ৰান্তক কঠিন তালু (Hard palate) আৰু পশ্চাৎ অংশক কোমল তালু (Soft palate) বোলে। কোমল তালুৰ পশ্চাত অংশত থকা মুক্ত পাতৰ দৰে আলজিহ্বাই (Uvula) খাদ্য বস্তু গিলাৰ সময়ত অন্তঃনাসাৰন্ধ্রঅন্তঃনাসাৰন্ধ্ৰ দুটাক ঢাকি ৰাখে।
 
[[শ্ৰেণী:শৰীৰস্থান]]
"https://as.wikipedia.org/wiki/মুখ"ৰ পৰা অনা হৈছে