ৰাসায়নিক অভিযান্ত্ৰিকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

| -> ।
13 নং শাৰী:
 
==ইতিহাস==
<!-- {{main|:en:History of chemical engineering}} -->
ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক প্ৰাথমিক ধাৰণা '[[ইউনিট অপাৰেচন]]'ৰ বিকাশৰ দ্বাৰা এই বিভাগটোৱে মূৰ দাঙি উঠিছিল ।প্ৰায় সকলো লিখকেই ডেভিছে 'ইউনিট অপাৰেচন' ধাৰণা আৱিষ্কাৰ কৰা বিষয়টোত একমত ।১৮৮৭ চনত তেখেতে মানচেষ্টাৰ টেকনিকেল স্কুলত (বৰ্তমানৰ মানচেষ্টাৰ বিশ্ববিদ্যালয় ) 'ইউনিট অপাৰেচন'ৰ ওপৰত দিয়া এক বক্তৃতা শৃংখল ৰাসায়নিক অভিযান্ত্ৰিকীৰ বাট মুকলি কৰা প্ৰচেষ্টাবোৰৰ ভিতৰত অন্যতম আছিল । ডেভিছৰ বক্তৃতাৰ তিনিবছৰ আগতে হেনৰী এডৱাৰ্ড আৰ্মষ্ট্ৰ্ঙে 'চিটী এণ্ড গিল্ডচ অৱ লণ্ডন ইনষ্টিটিউট'ত ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক পাঠ্যক্ৰ্ম প্ৰ্ৱৰ্তন কৰিছিল কিন্ত এই পাঠ্যক্ৰ্মে নিয়োগকৰ্তাক আৰ্কষিত কৰিব নোৱাৰা বাবে এই পাঠ্যক্ৰ্ম বিফল হয় ।কিয়নো সেই সময়ৰ নিয়োগকৰ্তাই ৰসায়নবিদ তথা যান্ত্ৰিক অভিযন্তাকহে বেছি অগ্ৰাধিকাৰ দিছিল। এই পাঠ্যক্ৰ্ম যচা [[মাছাছুছেটচ্ ইনষ্টিটিউটত অৱ টেক্‌ন'ল'জী]] (এম্.আই.টি),মানচেষ্টাৰৰ অৱেন কলেজ,ইংলেণ্ড আৰু ইউনিভাৰচিটী কলেজ লণ্ডনটো ৰাসায়নিক অভিযান্ত্ৰিকীৰ একে দশা হৈছিল ।
 
20 নং শাৰী:
১৮৮৮ চনৰ পৰা লেৱিছ এম্.নৰ্টনে আমেৰিকা যুক্তৰাষ্টৰ এ.আই.টিত সৰ্বপ্ৰথমে ৰাসায়নিক অভিযান্ত্ৰিকীৰ পাঠ্যক্ৰমৰ শিক্ষা আৰম্ভ কৰে ।নৰ্টনৰ পাঠ্যক্ৰম আৰু আৰ্মষ্ট্ৰঙৰ সৈতে সমসাময়িক আৰু উল্লেখযোগ্যভাৱে সদৃশ আছিল ।দুয়োটা পাঠ্যক্ৰমেই সাধাৰণভাৱে ৰসায়ন আৰু অভিযন্ত্ৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিছিল । "এই বিষয়ৰ শিক্ষাৰ্থীসকলে অভিযন্তাসকলক তেওঁলোক যে অভিযন্তা আৰু ৰসায়নবিদসকলক তেওঁলোক যে সাধাৰণ ৰসায়নবিদ নহয় সেয়া পতিয়ন নিয়াব পৰা নাছিল ।[[ইউনিট অপাৰেচন]] বিষয়টো ১৯০৫ চনত উইলিয়াম হাল্টজ ৱাকাৰে অন্তৰ্ভুক্ত কৰে ।১৯২০ চনলৈকে ইউনিট অপাৰেচন বিষয়টো এম.আই.টি আৰু আন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় তথা লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ ৰাসায়নিক অভিযান্ত্ৰিকীৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈ পৰে ।১৯০৮ চনত প্ৰতিস্থিত এমেৰিকান ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰে ৰাসায়নিক অভিযান্ত্ৰিকীক বিজ্ঞানৰ এক স্বাধীন বিষয় হিচাপে প্ৰতিষ্ঠা কৰাত আৰু ইউনিট অপাৰেচনক এই বিষয়ৰ মূল হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।এই প্ৰতিষ্ঠানে ১৯২২ চনৰ এক ৰিপৰ্টত ৰাসায়নিক অভিযান্ত্ৰিকীক এক স্বাধীন বিজ্ঞান হিচাপে কয় যাৰ ভেটি হ্য় ইউনিট অপাৰেচন আৰু এই ভিত্তিত ৰাসায়নিক অভিযান্ত্ৰিকীৰ সন্তোষজনক পাঠ্যক্ৰম থকা শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত কৰে । একেসময়তে ১৯২২ চনত ৰাসায়নিক অভিযান্ত্ৰিকীক ব্ৰিটেইনত এক নিৰ্দিষ্ট বিজ্ঞান হিচাপে প্ৰতিস্থা কৰাত ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰয়ে ভূমিকা লয় ।এই প্ৰতিস্থানেও ইউনিট অপাৰেচনক এই বিষয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে ।
 
<!-- ===New concepts and innovations===
By the 1940s, it became clear that unit operations alone was insufficient in developing [[chemical reactor]]s. While the predominance of unit operations in chemical engineering courses in Britain and the United States continued until the 1960s, [[Transport phenomena (engineering & physics)|transport phenomena]] started to experience greater focus.{{sfn|Cohen|1996|p=185}} Along with other novel concepts, such [[process systems engineering]] (PSE), a "second paradigm" was defined.{{sfn|Ogawa|2007|p=2}}{{sfn|Perkins|2003|p=29}} Transport phenomena gave an [[systems analysis|analytical]] approach to chemical engineering{{sfn|Perkins|2003|p=30}} while PSE focused on its synthetic elements, such as [[control system]] and [[Process design (chemical engineering)|process design]].{{sfn|Perkins|2003|p=31}} Developments in chemical engineering before and after [[World War II]] were mainly incited by the [[petrochemical industry]],{{sfn|Reynolds|2001|p=177}} however, advances in other fields were made as well. Advancements in [[biochemical engineering]] in the 1940s, for example, found application in the [[pharmaceutical industry]], and allowed for the [[mass production]] of various [[antibiotic]]s, including [[penicillin]] and [[streptomycin]].{{sfn|Perkins|2003|pp=32–33}} Meanwhile, progress in [[polymer science]] in the 1950s paved way for the "age of plastics".{{sfn|Kim|2002|p=7S}}
 
125 নং শাৰী:
*[[Water technology]]
{{Col-end}}
-->
 
==তথ্য সংগ্ৰহ==
{{Reflist|25em}}
146 নং শাৰী:
*{{citation | url = http://books.google.com/books?id=EkK8X54BsTIC | title = Chemical engineering design: principles, practice and economics of plant and process design | last = Towler | first = Gavin | last2 = Sinnott | first2 = Ray | year = 2008 | publisher = Elsevier | location = United States | isbn = 978-0-7506-8423-1}}.
{{refend}}
 
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]