হাদিছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎হাদিছৰ প্ৰকাৰ আৰু চৰ্ত: Add হাদিছৰ প্ৰকাৰ আৰু চৰ্ত সম্পাদনা কৰক
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
র -> ৰ
41 নং শাৰী:
 
===ছহীহ হাদিছ===
মুহাদ্দিছসকলৰ পৰিভাষাত যিবোৰ হাদিছৰ মাজত ৫ টা চর্তচৰ্ত পূৰণ হৈছে তাকে ছহীহ হাদিছ বা বিশুদ্ধ হাদিছ বোলে। চর্তচৰ্ত ৫ টা হ'ল-
 
১) হাদিছৰ সকলো বর্ণনাকাৰীবৰ্ণনাকাৰী বা ৰাবী পৰিপূর্ণপৰিপূৰ্ণ সৎ আৰু বিশ্বস্ত বুলি প্রমাণিত।প্ৰমাণিত। ইয়াক ‘ আদালত’ বোলে।
 
২) সকলো ৰাবীৰ ‘নির্ভুল‘নিৰ্ভুল বর্ণনাবৰ্ণনা ক্ষমতা’ পূর্ণৰূপেপূৰ্ণৰূপে বিদ্যমান বুলি প্রমাণিত।প্ৰমাণিত। ইয়াক
‘যাবতা’ বোলে।
 
৩) চনদৰ প্রত্যেকপ্ৰত্যেক ৰাবীয়ে তেওঁৰ ঊর্ধ্বতনঊৰ্ধ্বতন ৰাবীৰ পৰা নিজ কাণে হাদীছটো শুনিছে বুলি প্রমাণিত।প্ৰমাণিত। ইয়াক ‘ইত্তিচাল’ বোলে।
 
৪) হাদিছটো অন্যান্য প্রমাণিতপ্ৰমাণিত হাদিছৰ বর্ণনাৰবৰ্ণনাৰ বিপৰীত নহয় বুলি প্রমাণিত।প্ৰমাণিত। ইয়াক
‘শুযুয মুক্তি’ বোলে।
 
৫) হাদিছটোৰ মাজত সূক্ষ্ম কোনো চনদগত বা অর্থগতঅৰ্থগত ত্রুটিত্ৰুটি নাই বুলি প্রমাণিত।প্ৰমাণিত। ইয়াক
‘ইল্লাত মুক্তি’ বোলে। <ref> হাদিছ সম্পর্কেসম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/</ref>
 
===হাছান হাদিছ===
মুহাদ্দিছসকলৰ পৰিভাষাত যিবোৰ হাদিছত ছহীহ হাদিছৰ ৫ টা চর্তচৰ্ত বিদ্যমান, কিন্তু দ্বিতীয় চর্তচৰ্ত অর্থাৎঅৰ্থাৎ ‘যাবতা’ বা হাদীছ বর্ণনাকাৰীৰবৰ্ণনাকাৰীৰ ‘নির্ভুল‘নিৰ্ভুল বর্ণনাবৰ্ণনা ক্ষমতা’ অলপ দুর্বলদুৰ্বল বুলি বুজা যায়, সেই হাদিছক হাছান হাদিছ বা গ্রহণযোগ্যগ্ৰহণযোগ্য হাদিছ বোলা হয়। অর্থাৎঅৰ্থাৎ যদি চনদত উল্লেখিত কোনো এজন ৰাবীৰ বর্ণিতবৰ্ণিত হাদীছৰ মাজত কিছু অনিচ্ছাকৃত ভুল-ত্রুটিত্ৰুটি লক্ষ্য কৰা যায়, তেনেহ’লে এনে ধৰণৰ ৰাবীৰ বর্ণিতবৰ্ণিত হাদিছ ‘হাছান হাদিছ’ বুলি গণ্য। <ref> হাদিছ সম্পর্কেসম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/</ref>
 
ফিকহবিদসকলে সাধাৰণতে ছহীহ আৰু হাছান হাদিছৰ ভিত্তিতে শ্বৰীয়তৰ বিধান নির্ধাৰণনিৰ্ধাৰণ কৰে।
<ref> হাদিছ সম্পর্কেসম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/</ref>
 
===জঈফ বা দুর্বলদুৰ্বল হাদিছ===
যি হাদিছৰ মাজত হাছান হাদিছৰ চর্তবিলাকচৰ্তবিলাক বিদ্যমান নহয়, মুহাদ্দিছসকলৰ পৰিভাষাত তাকে যঈফ হাদিছ বোলে। অর্থাৎঅৰ্থাৎ,
 
১- ৰাবীৰ বিশ্বস্ততাৰ অভাৱ, বা
 
২- তেওঁৰ বিশুদ্ধ হাদিছ বর্ণনাবৰ্ণনা বা স্মৃতিৰ অভাৱ, বা
 
৩- চনদৰ মাজত কোনো এজন ৰাবীয়ে তেওঁৰ ঊর্ধ্বতনঊৰ্ধ্বতন ৰাবীৰ পৰা পোনপটীয়াকৈ আৰু নিজ কাণেৰে শুনা নাই বুলি প্রমাণিতপ্ৰমাণিত হোৱা বা দৃঢ় সন্দেহ হোৱা, বা
 
৪- অন্যান্য প্রমাণিতপ্ৰমাণিত হাদিছৰ সৈতে সাংঘর্ষিকসাংঘৰ্ষিক হোৱা, অথবা
 
৫- সূক্ষ্ম কোনো চনদগত বা অর্থগতঅৰ্থগত ত্রুটিত্ৰুটি থকা;
ইত্যাদি যিকোনো এটা বিষয় কোনো হাদীছৰ মাজত থাকিলে হাদিছটো জঈফ বুলি গণ্য। কোনো হাদীছক ‘জঈফ’ বুলি গণ্য কৰাৰ অর্থঅৰ্থ হ'ল, হাদিছটো ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা নহয় বুলিয়েই প্রতীয়মানপ্ৰতীয়মান হয়। <ref> হাদিছ সম্পর্কেসম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/</ref>
 
===মাউযু বা বানোয়াট হাদিছ===
যি হাদিছৰ ৰাবীয়ে জীৱনত কেতিয়াবা ইচ্ছাকৃতভাৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিছা কথা সজাই সমাজত প্রচাৰপ্ৰচাৰ কৰিছে অথবা, ইচ্ছাকৃতভাৱে হাদীছৰ সূত্রসূত্ৰ (চনদ) বা মূল বাক্যৰ মাজত কম-বেছি কৰিছে বুলি প্রমাণিতপ্ৰমাণিত হৈছে, তেওঁৰ বর্ণিতবৰ্ণিত হাদিছক বানোয়াট বা মাউযু হাদিছ বোলে। এনেকুৱা ব্যক্তিৰ বর্ণিতবৰ্ণিত হাদীছ গ্রহণযোগ্যগ্ৰহণযোগ্য নহয়।<ref> হাদিছ সম্পর্কেসম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/</ref>
 
===গৰীব হাদীছ===
যি ছহীহ হাদিছ কোনো যুগত মাত্রমাত্ৰ এজন ৰাবীয়ে বর্ণনাবৰ্ণনা কৰিছে তাকে গৰীব হাদিছ বোলা হয়। <ref> হাদিছ সম্পর্কেসম্পৰ্কে বিস্তাৰিত: http://www.quraneralo.com/common-hadith-terminologies/</ref>
"https://as.wikipedia.org/wiki/হাদিছ"ৰ পৰা অনা হৈছে