চাঁওতালি ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
1 নং শাৰী:
{{Infobox language
"'চাঁওতালি / সাঁওতালি / চাঁওতালী / সান্থালী"' ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। [[হো ভাষা|হো]] আৰু [[মুণ্ডাৰী ভাষা|মুণ্ডাৰী ভাষাৰ]] লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে। ইয়াৰোপৰি বাংলাদেশত সিহঁৰ জনসংখ্যা ২০১১ চনৰ গণনা অনুযায়ী প্ৰায় ২ লাখ ২৫ হাজাৰ আৰু নেপালত ৪৯ হাজাৰ ৯০০। <ref name="ethnologue">[http://www.ethnologue.com/language/sat "Santhali". ''Ethnologue: Languages of the world''.]</ref> ভূটানতো কিছু পৰিমানে চাঁওতালি ভাষাৰ মানুহ আছে। বেছি ভাগ চাঁওতালিভাষী মানুষ ভাৰতৰ [[ঝাড়খণ্ড]], [[অসম]], [[বিহাৰ]], [[ওড়িশা]], [[ত্ৰিপুৰা]] আৰু [[পশ্চিমবঙ্গ]] ৰাজ্যত বাস কৰে। চাঁওতালি ভাষাৰ নিজস্ব লিপি আছে, যাৰ নাম [[অলচিকি লিপি]]। অৱশ্যে বাংলা লিপি, ওড়িয়া লিপি, ৰোমান লিপি আৰু দেৱনাগৰী লিপিৰেও এই ভাষা লিখা হয়।
| name = চাঁওতালি
| nativename = ᱥᱟᱱᱛᱟᱲᱤ, ସାନ୍ତାଳୀ, সাঁওতালি
| states = [[ভাৰত]], [[বাংলাদেশ]], [[নেপাল]], [ভূটান]]
| ethnicity = চাঁওতাল আৰু তেৰাইবাসী চাঁওতালি
| speakers = প্ৰায় ৬২.৭ লাখ
| date = 2001 census – 2011
| ref =
| familycolor = Austro-Asiatic
| fam2 = [[Munda languages|Munda]]
| fam3 = [[North Munda languages|North Munda]]
| fam4 = [[Kherwari languages|Kherwari]]
| dia1 = মাহালি (মাহলি)
| script = [[অল চিকি লিপি]], [[দেৱনাগৰী]], [[বাংলা লিপি]], [[ৰোমান লিপি]], [[ওড়িয়া লিপি]]
| nation = {{IND}}
| iso2 = sat
| lc1 = sat
| ld1 = চাঁওতালি
| lc2 = mjx
| ld2 = মাহালি
}}
 
"'''চাঁওতালি''' /বা '''সাঁওতালি''', / '''চাঁওতালী''', / '''সান্থালী"''' ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। [[হো ভাষা|হো]] আৰু [[মুণ্ডাৰী ভাষা|মুণ্ডাৰী ভাষাৰ]] লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে। ইয়াৰোপৰি বাংলাদেশত সিহঁৰসিহঁতৰ জনসংখ্যা ২০১১ চনৰ গণনা অনুযায়ী প্ৰায় ২ লাখ ২৫ হাজাৰ আৰু নেপালত ৪৯ হাজাৰ ৯০০। <ref name="ethnologue">[http://www.ethnologue.com/language/sat "Santhali". ''Ethnologue: Languages of the world''.]</ref> ভূটানতো কিছু পৰিমানে চাঁওতালি ভাষাৰ মানুহ আছে। বেছি ভাগ চাঁওতালিভাষী মানুষ ভাৰতৰ [[ঝাড়খণ্ড]], [[অসম]], [[বিহাৰ]], [[ওড়িশা]], [[ত্ৰিপুৰা]] আৰু [[পশ্চিমবঙ্গ]] ৰাজ্যত বাস কৰে। চাঁওতালি ভাষাৰ নিজস্ব লিপি আছে, যাৰ নাম [[অলচিকিঅল চিকি লিপি]]। অৱশ্যে বাংলা লিপি, ওড়িয়া লিপি, ৰোমান লিপি আৰু দেৱনাগৰী লিপিৰেও এই ভাষা লিখা হয়।
 
== তথ্যসূত্ৰ ==
{{reflist}}
<references/>
{{ভাৰতৰ ভাষাসমূহ}}