১১ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৄষ্ঠাখনক "ইতিহাসৰ পাতত আজিৰ দিনটো -"ৰে সলনি কৰা হ'ল
টেগ্‌: Replaced ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
ইতিহাসৰ পাতত আজিৰ দিনটো -
 
# ‘চাহেবপুৰৰ বৰষুণ’ৰ বাবে অসম সাহিত্য সভাই বিশিষ্ট লেখিকা [[অনুৰাধা শৰ্মা পূজাৰী]]লৈ ২০০৩ বৰ্ষৰ কুমাৰ কিশোৰী সোৱৰণী বঁটা আগবঢ়াই ২০০৪ চনৰ আজিৰ দিনটোতে ।
# ১৮৫৭ চনৰ আজিৰ দিনটোতে দিল্লীত [[চিপাহী বিদ্ৰোহ]]ৰ সূত্ৰপাত হয় ।
# ভাৰতবৰ্ষই দ্বিতীয়লানি পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ ঘটায় ১৯৯৮ চনৰ আজিৰ দিনটোতে ৷
# ১৯৬৫ চনৰ আজিৰ দিনটোতে [[বাংলাদেশ]]ৰ প্ৰচণ্ড ঘূৰ্ণীবতাহে কোবাই যায় ৷ ইয়াৰ ফলত চৰকৰী হিচাপমতে ১৬,০০০ লোকৰ মৃত্যু হয় ৷
# স্পেইনৰ চিত্ৰকৰ [[ছালভাদৰ ডালি]]ৰ জন্ম হৈছিল ১৯০৪ চনৰ আজিৰ দিনটোতে।
# ১৩৩০ চনৰ আজিৰ দিনটোতে কনষ্টাণ্টিনোপল ৰোমান সাম্ৰাজ্যৰ ৰাজধানীৰূপে স্বীকৃতি পায় ৷
# ১৯৬৩ চনত আজিৰ দিনটোতে মাৰ্কিন শৰীৰতত্ব বিদ তথা বিজ্ঞানী [[হাৰ্বাট স্পেনছাৰ গাছাৰ]]ৰ মৃত্যু হয় । ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত [[নোবেল বঁটা]] লাভ কৰিছিল ।
# আজি [[ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস]] ।
# আজি [[আন্তৰ্জাতিক মাতৃ দিৱস]] ৷
 
[[শ্ৰেণী:মে']]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]
"https://as.wikipedia.org/wiki/১১_মে%27"ৰ পৰা অনা হৈছে