অসমলৈ মুছলমান সকলৰ প্ৰবজন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা অসমলৈ মুছলমান সকলোৰ প্ৰবজনৰ কিছু ইতিহাসৰ পৰা অসমলৈ মুছলমান সকলৰ প্ৰবজনলৈ Chiring chandanয়ে স্থানান্তৰ কৰিলে: inappropriate name
র -> ৰ
2 নং শাৰী:
<nowiki>#</nowiki>অসমলৈ_মুছলমানৰ_প্ৰবজনৰ_কিছু_ইতিসাহ :-
 
১) খ্ৰীষ্ট্ৰিয় সপ্তম শতিকাত তুর্কিতুৰ্কি সম্ত্ৰাট সেষ্টিৰ হাছানৰ <nowiki>[[চীন]]</nowiki> অভিজান শেষ হোৱাত অসমৰ মাজেদি উভতি আহোতে কিছুসংথ্যক সেনা অসমত ৰৈ যায় (তথ্য: স্বাধীন অসম আৰু ঐতিহাসিক পটভুমি ,ৰবিউল হুছেইন বৰুৱা)।
 
(২)১৪ শতিকাত বঙ্গৰ নবাব হুছেইন শ্বাহে কমতা ৰাজ্য জয় কৰি 15-16 বছৰ ৰাজত্ব কৰে সেই সময়ত বহু মুছলিম সমাজ গঢ়ি উঠে তাৰ প্ৰমাণ হাজোৰ পোৱা মক্কা,ৰঙা মাটিৰ পকী মছজিদ ।
12 নং শাৰী:
(৬)" ৰিছালাতুছ ছোহাদা" নামৰ ফাৰ্ছি গ্ৰন্থত (1459-74) বংগৰ নবাব ইছমাইল গাজাৰ সৈতে কামৰূপৰ ৰজা কামেশ্বৰৰ যুদ্ধ হৈছিল । যুদ্ধৰ পিছত কামেশ্বৰে ইছমাইল গাজীৰ শিষত্য গ্ৰহণ কৰিছিল । তেওঁৰ ৰাজত্ব কালত বহুতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ।(অসমৰ চৰ চাপৰিৰ জন জীৱনৰ ইতিবৃতি,মনছুৰ ৰহমান খান)
 
(৭) চুহুমুং দিহিংগীয়া ৰজাৰ সময়ত তুর্বকৰতুৰ্বকৰ নেতৃত্বত<১৫৩২-৩৩> অহা সামৰিক অভিযান পতনৰ পিছত আহোম ৰজাই যুদ্ধ বন্দী সকলক দেশৰ বিভিন্ন অঞ্চলত <nowiki>[[সংস্থাপন]]</nowiki> দিছিল ।