স্থিতি শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
1 নং শাৰী:
 
{{Infobox physical quantity
|bgcolour={default}
|name = স্থিতি শক্তি
|image= [[File:Mediaeval archery reenactment.jpg|150px]]
|caption= ধনু কাঁড়ৰ ক্ষেত্ৰত, যেতিয়া ধনুৰ্ধৰে ধনুৰ গুণাডাল টানি ধনুৰ ওপৰত কাৰ্য কৰে, ধনুৰ্ধৰজনৰ শৰীৰৰ কিছু ৰাসায়নিক শক্তি বেঁকা হোৱাৰ ধনুৰ ইলাষ্টিক স্থিতি শক্তিলৈ স্থানান্তৰ হয়। যেতিয়া গুণাডাল এৰা হয়, গুণা আৰু কাঁড়ৰ মাজৰ বলে কাঁড়ৰ ওপৰত কাৰ্য সম্পন্ন কৰে। ধনুৰ স্থিতিশক্তি কাঁড়ৰ গতিশক্তিলৈ স্থানান্তৰ হয় আৰু কাঁড়ডাল উৰি যাব পাৰে।
|unit = [[জুল]] (J)
|symbols = ''PE'', ''U'', or ''V''
Line 13 ⟶ 12:
}}
{{classical mechanics}}
[[পদাৰ্থ বিজ্ঞান]]ত স্থিতি শক্তি হৈছে কোনো বস্তু বা পদাৰ্থই অন্যৰ সাপেক্ষে নিজৰ স্থানৰ পৰা লাভ কৰা শক্তিশক্তি।<ref>{{cite book|author=Jain, Mahesh C.|chapter=Fundamental forces and laws: a brief review|title=Textbook Of Engineering Physics, Part 1|publisher=PHI Learning Pvt. Ltd.|isbn= 9788120338623 |page=10|url=https://books.google.com/books?id=DqZlU3RJTywC&pg=PA10#v=onepage&q&f=false}}</ref><ref>{{cite book|author=McCall, Robert P.|chapter=Energy, Work and Metabolism|title=Physics of the Human Body|publisher=JHU Press|date=2010|isbn=978-0-8018-9455-8|page=74|url=https://books.google.com/books?id=LSyC41h6CG8C&pg=PA74}}</ref> উদাহৰণস্বৰূপে, [[মহাকৰ্ষণীয় স্থিতি শক্তি]], টানি থোৱা স্প্ৰিং এডালৰ [[ইলাষ্টিক স্থিতি শক্তি]], [[বৈদ্যুতিক ক্ষেত্ৰ]] এখনত বৈদ্যুতিক [[আধান]]ৰ বৈদ্যুতিক বিভৱ শক্তি। এছ আই এককত শক্তিৰ একক [[জুল]], আৰু ইয়াক [[ইংৰাজী]] ''J.'' আখৰেৰে প্ৰকাশ কৰা হয়।
 
স্থিতি শক্তিৰ বিষয়ে ১৯ শতিকাত স্কটিছ অভিযন্তা তথা [[পদাৰ্থ বিজ্ঞানী]] উইলিয়াম ৰেংকিনে<ref>William John Macquorn Rankine (1853) "On the general law of the transformation of energy," ''Proceedings of the Philosophical Society of Glasgow'', vol. 3, no. 5, pages 276-280; reprinted in: '''(1)''' ''Philosophical Magazine'', series 4, vol. 5, no. 30, [https://books.google.com/books?id=3Ov22-gFMnEC&pg=PA106&lpg=PA106#v=onepage&q&f=false pages 106-117] (February 1853); and '''(2)''' W. J. Millar, ed., ''Miscellaneous Scientific Papers: by W. J. Macquorn Rankine'', ... (London, England: Charles Griffin and Co., 1881), part II, [https://books.google.com/books?id=-kRB9v6KRvsC&pg=PA203&lpg=PA203#v=onepage&q&f=false pages 203-208].</ref><ref>{{Cite book| last = Smith | first = Crosbie | title = The Science of Energy - a Cultural History of Energy Physics in Victorian Britain | publisher = The University of Chicago Press | date = 1998 | isbn = 0-226-76420-6}}</ref> আগবঢ়াইছিল যদিও [[গ্ৰীক]] [[দাৰ্শনিক]] [[এৰিষ্টটল]]ৰ potentiality ধাৰণাৰ লগত ইয়াৰ সামঞ্জস্য পোৱা যায়। স্থিতি শক্তিয়ে কোনো বস্তুৰ ওপৰত এনেদৰে ক্ৰিয়া কৰে যাতে এই শক্তিয়ে বস্তুটোৰ ওপৰত কৰা সৰ্বমুঠ কাৰ্যৰ পৰিমাণ বস্তুটোৰ শেষৰ আৰু প্ৰাৰম্ভিক স্থানৰ ওপৰত নিৰ্ভৰ কৰে। ''স্থিতি বল''ক কোনো স্থানৰ প্ৰত্যেক বিন্দুত স্কেলাৰ [[ফলন]] [[বিভৱ]]ৰ গ্ৰেডিয়েণ্ট হিচাপে প্ৰকাশ কৰা হয়।
Line 33 ⟶ 32:
<math>\,W = -\Delta U</math>
য'ত <math>\Delta U</math> হৈছে বলৰ সৈতে সংযুক্ত স্থিতি শক্তিৰ পাৰ্থক্য। কোনো বলৰ ক্ষেত্ৰৰ বিপৰীতে কৰা [[কাৰ্য]]ৰ ফলত স্থিতি শক্তিৰ বৃদ্ধি বুজাবলৈ বিয়োগ চিহ্ন ব্যৱহাৰ কৰা বিপৰীতে কোনো [[বল]]ৰ ক্ষেত্ৰই [[কাৰ্য]] কৰিলে স্থিতি শক্তিৰ অৱক্ষয় ঘটে। স্থিতি শক্তি বুজাবলৈ সাধাৰণতে U, V, Ep চিহ্নৰ ব্যৱহাৰ কৰা হয়।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]