ৱিণ্ড'জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ র -> ৰ |
SlowPhoton (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
{{Infobox OS
| name = মাইক্ৰ'চফ্ট ৱিণ্ড'জ
| logo = [[File:Windows
| logo_size =
| screenshot =
| caption =
| website = {{URL|windows.microsoft.com}}
| developer = [[
| source_model = [[Closed source software|Closed]] / [[Shared source]]
| released = {{Start date and years ago|1985|11|20}},
| family = <!--Nothing; this article is about a family. See §Genealogy. -->
| marketing_target = Personal computing
Line 18 ⟶ 16:
}}
| ui = [[Windows shell]]
| programmed_in = [[
| license = [[Proprietary software|Proprietary]] [[commercial software]]
| language = ১৩৭ টা ভাষা<ref>{{cite web|url=http://msdn.microsoft.com/goglobal/ee461121#AvailableLanguagePacks |title=Listing of available Windows 7 language packs |publisher=Msdn.microsoft.com |date= |accessdate=April 5, 2014}}</ref>
Line 35 ⟶ 33:
==সংস্কৰণসমূহৰ বুৰঞ্জী==
===প্ৰাৰম্ভিক সংস্কৰণসমূহ===
১৯৮১ চনত চেচ বিচপৰ বৰঙণিৰে, ১৯৮৩ চনত ৱিণ্ড'জ ১.০ৰ কথা ঘোষণা কৰা হ'ল। পিচে ই মুক্তি পালে ১৯৮৫ চনতহে।<ref>[http://windows.microsoft.com/en-in/windows/history A history of Windows] (at microsoft.com)</ref> ই এপলৰ অ-এছৰ তুলনাত অধিক জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলে। ই এক পূৰ্ণ অ-এছ নহয়, এম-এছ ড'চৰ বৰ্দ্ধিত সংস্কৰণহে। এই সংস্কৰণত [[Microsoft Calculator|Calculator]], Calendar, [[Cardfile]], [[ClipBook Viewer|Clipboard viewer]], Clock, [[Control Panel (Windows)|Control Panel]], [[Notepad (Windows)|Notepad]], [[Microsoft Paint|Paint]], [[Reversi]], [[Terminal emulator|Terminal]] আৰু [[Windows Write|Write]] প্ৰদান কৰা হৈছিল।
Line 46 ⟶ 42:
===ৱিণ্ড'জ ৩.x===
ৱিণ্ড'জ ৩ বাণিজ্যিকভাৱে প্ৰথম সফল ৱিণ্ড'জৰ সংস্কৰণ। ১৯৯০ চনত মুক্ত এই সংস্কৰণৰ ছমাহত ২ মিলিয়ন প্ৰতিলিপি বিক্ৰী হৈছিল।<ref>{{cite web |url=http://www.islandnet.com/~kpolsson/compsoft/soft1991.htm |title=Chronology of Personal Computer Software}}</ref><ref>{{cite web |url=http://www.thocp.net/companies/microsoft/microsoft_company.htm |title=Microsoft Company}}</ref> এই সংস্কৰণৰ বাবে চি প্ৰগ্ৰামিং ভাষাৰ পৰা এচেম্ব্লি ভাষালৈ বহুতো সংকেট অনুবাদ কৰা হৈছিল। এই সংস্কৰণে 'প্ৰটেক্টেড ম'ড'ৰ সুবিধা প্ৰদান কৰিছিল।
Line 55 ⟶ 49:
===ৱিণ্ড'জ ৯x===
{{empty section}}
==তথ্য সংগ্ৰহ==
{{Reflist}}
|