২৫ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
#* ১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰএই দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী [[ভাস্কো-ডা-গামাৰ দা গামা]]ৰ তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতলৈ আহে ।আহে।
#* ১৯৭৪ চনৰ আজিৰএই দিনটোতে ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত ৰূপ দিয়া হয় ৷হয়৷
#* ১৯৩০ আজিৰএই দিনটোতে ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ জন্ম হয় ইংলেণ্ডত।
#* ভাৰতৰ নৱম প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হয় ১৯৩১ চনৰ আজিৰএই দিনটোতে।
#* ৰাষ্ট্ৰপতি [[ফখৰুদ্দিন আলি আহমেদৰআহমেদ]]ৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ১৯৭৫ চনৰ আজিৰএই দিনটোত।
#* ১৯৭৬ চনৰ আজিৰএই দিনটোত ভাৰতত বলৱৎ থকা অন্তৰ্ৱতীকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰা হয়।
#* আজিৰএই দিনটোতে জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
#* ১৯৭০ চনৰ আজিৰএই দিনটোতে [[প্ৰথম মহাসমৰৰবিশ্বযুদ্ধ]]ৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু হয় ।হয়।
#* ১৮৬৬ খ্ৰীষ্টাব্দৰ আজিৰএই দিনটোতে মাৰ্কিন জীৱ বিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হয় ।হয়। ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত [[নোবেল বঁটা]] লাভ কৰিছিল ।কৰিছিল।
#* ১৮৯৭ খ্ৰীষ্টাব্দৰ আজিৰএই তাৰিখতে মাৰ্কিন উপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হয় ।হয়।
#* আজিৰএই দিনটোত [[ৰাছিয়া]] সমৰ্থিত [[উত্তৰ কোৰিয়া]] সেনাৰ [[দক্ষিণ কোৰিয়া]] আক্ৰমণ হয় ১৯৩২ চনৰ আজিৰএই দিনটোতে।
#* আজি মোজাম্বিকৰ স্বাধীনতা দিৱস।
 
{{Months}}
 
[[শ্ৰেণী:ছেপ্টেম্বৰ]]