১৩ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
১/ ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ তাৰকা [[অশোক কুমাৰ]]ৰ জন্ম হয় ।
 
২/ ১৯১১ চনৰ আজিৰ দিনটোতে [[ভগ্নী নিবেদিতা]]ৰ মৃত্যু হয় ।
 
৩/ ১৯৮৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা [[কিশোৰ কুমাৰ]]ৰ মৃত্যু হয় ।
 
৪/ ২০০১ চনৰ আজিৰ দিনটোতে [[আফগানিস্তান]]ত এসপ্তাহ মাৰ্কিন আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয় , বহু লোক আক্ৰান্ত হয় ।