২৩ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
4 নং শাৰী:
১/ ১৬২৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে হিন্দী কবি তথা হিন্দী ৰামায়ণৰ ৰচয়িতা [[তুলসী দাস]]ৰ মৃত্যু হয় ।
 
২/ ১৯১৫ চনৰ আজিৰ দিনটোতে ৰাজনীতিবিদ , সাহিত্যিক [[লক্ষ্যধৰ চৌধুৰী]]ৰ জন্ম হয় । তেখেতৰ ওপজা দিনটো অসমত " কিতাপৰ দিন " হিচাপে পালন কৰা হয়।
 
৩/ ১৯৩৯ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ মনোবিজ্ঞানী [[ছিগমণ্ড ফ্ৰয়ড]]ৰ মৃত্যু হয় ।