ভূমিকম্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
32 নং শাৰী:
*ভূমিকম্পৰ ফলত কেতিয়াবা বহুত মানুহৰ মৃত্যু হয় আৰু সা-সম্পত্তি নষ্ট হয়৷
*[[পৃথিৱী]]ৰ স্থলভাগ আৰু জলভাগত বিভিন্ন পৰিৱৰ্তন হয়৷ ভূ-পৃষ্ঠৰ কোনো কোনো অংশ কেতিয়াবা হঠাতে ফাটি গৈ বিদৰ আৰু চ্যুতিৰ সৃষ্টি হয়৷ আনহাতে কোনো অংশ কেতিয়াবা তললৈ বহি গৈ গ্ৰস্ত উপত্যকাৰ সৃষ্টি হ'ব পাৰে৷
*নদীৰ গতিপথ বন্ধ হ'ব পাৰে আৰু ইয়াৰ ফলত জনসাধাৰণৰ সা-সম্পত্তিও হানি হ'ব পাৰে৷ উদাহৰণ স্বৰূপে ১৯৫০ চনত [[অসম]]ত হোৱা ভূমিকম্পৰ ফলত ভূস্খলন হৈ [[সোৱনশিৰিসোৱণশিৰি নদী]]ৰ গতিপথ বহুদিনলৈ বন্ধ হৈছিল৷ পিছত নদীৰ প্ৰবল সোঁতৰ হেঁচাত যেতিয়া সেই বাধা ভাঙিল,তেতিয়া প্ৰবল [[বানপানী]] হৈ বহুত মানু্হ,গৰু-ছাগলীৰ মৃত্যু হৈছিল৷
*কেতিয়াবা [[হ্ৰদ ]]পোত খাই সমতল ভূমি হয় আৰু কেতিয়াবা সমতল ভূমি তললৈ বহি গৈ [[হ্ৰদ]]ৰ সৃষ্টি হয়৷
*ভূমিকম্পৰ ফলত কেতিয়াবা পাললিক শিলাত ভাঁজ লাগে৷
"https://as.wikipedia.org/wiki/ভূমিকম্প"ৰ পৰা অনা হৈছে