চকু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:জীৱবিজ্ঞান বিলোপ কৰা হ’ল; শ্ৰেণী:শৰীৰস্থান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
7 নং শাৰী:
 
 
'''চকু''', ([[ইংৰাজী]]:Eyes) হৈছে দৰ্শন [[অংগ (শৰীৰস্থান)|অংগ]]। চকুৱে [[পোহৰ]]ক [[নিউৰণ]]ত বিদ্যুৎ-ৰাসায়নিক সংকেটলৈ ৰূপান্তৰ কৰে। চকুৰ [[আইৰিছ|আইৰিছে]] চাৰিওকাষৰ পোহৰক নিয়ন্ত্ৰিতভাৱে [[লেন্স]] মাজেৰে প্ৰৱেশ কৰিবলৈ দিয়ে। এই পোহৰক নিউৰণে কিছুমান সংকেটৰূপে [[স্নায়ু]]ৰ সহায়ত [[মগজু]]লৈ প্ৰেৰণ কৰে। মগজুত এই সংকেটৰ বিশ্লেষণ হয় আৰু [[জীৱ]]ই দেখা পাবলৈ সক্ষম হয়। প্ৰায় ৯৬% [[প্ৰাণী]] প্ৰজাতিৰ জটিল দৰ্শন তন্ত্ৰ আছে।<ref name=Land1992>{{cite journal |first=M. F. |last=Land |first2=R. D. |last2=Fernald |year=1992 |doi=10.1146/annurev.ne.15.030192.000245 |title=The evolution of eyes |journal=[[Annual Review of Neuroscience]] |volume=15 |pages=1–29 |pmid = 1575438}}</ref> [[ম'লাস্কা]], [[ক'ৰডাটা]] আৰু [[সন্ধিপদী প্ৰাণী|সন্ধিপদী]]বোৰৰ ইমেজ-ৰিছল্ভিং চকু থাকে।<ref name=Frentiu2008>{{Cite journal
| doi = 10.1002/bies.20828
| title = A butterfly eye's view of birds
19 নং শাৰী:
| issue = 11–12}}</ref>
 
[[সুক্ষ্মজীৱ]] বোৰৰ চকুৰ গঠন অতি সৰল, কেৱল আন্ধাৰ আৰু পোহৰহে চিনাক্ত কৰিব পাৰে।
 
==গঠন==
[[মেৰুদণ্ডী]] আৰু অন্য কিছুমান জীৱৰ চকুত [[ৰেটিনা]] নামৰ একতৰপ স্নায়ু কোষেৰে গঠিত এখন পোহৰ-সংবেদী পৰ্দা থাকে। ৰেটিনাত [[শংকু কোষ]] (ৰঙৰ বাবে) আৰু [[দণ্ড কোষ]] (কম পোহৰৰ বাবে) নামৰ দুই প্ৰকাৰৰ কোষ থাকে। এই কোষবোৰে ৰেটিনাত আপতিত পোহৰক নিউৰেল সংকেটলৈ ৰূপান্তৰ কৰে। এই সংকেট [[অপটিক স্নায়ু]]ৰ মাধ্যমেদি [[মগজু]]ত প্ৰৱেশ কৰে। এনে চকুবোৰ কিছু গোলাকৃতি আৰু গোলকটো [[ভিট্ৰিয়াছ হিউমাৰ]] নামৰ এবিধ জেলী-সদৃশ স্বচ্ছ তৰলেৰে পূৰ্ণ হৈ থাকে। পোহৰৰ প্ৰৱেশ পথত ([[পিউপিল]]) এখন [[লেন্স]] থাকে আৰু লেন্সখন [[আইৰিছ]] নামৰ এবিধ পেশীয়ে ধৰি ৰাখে। আইৰিছৰ চাৰিওকাষৰ পেশীৰ সংকুচন-প্ৰসাৰণৰ বাবে পিউপিলৰ আকাৰ সৰু-ডাঙৰ হব পাৰে, ফলত চকুত প্ৰৱেশ কৰা পোহৰৰ মাত্ৰা নিয়ন্ৰিত হৈ থাকে,<ref>{{cite book | last = Nairne | first = James | title = Psychology | publisher = Wadsworth Publishing | location = Belmont | year = 2005 | isbn = 0-495-03150-X | url = http://books.google.com/?id=6MqkLT-Q0oUC&pg=PA146| oclc = 61361417}}</ref> আৰু অত্যাধিক পোহৰত দিক্ ভ্ৰান্ত হোৱাৰ অনুপাতো হ্ৰাস কৰে।<ref>{{cite book | title = Visual Perception: Physiology, Psychology and Ecology | author = Bruce, Vicki; Green, Patrick R. and Georgeson, Mark A. | publisher = Psychology Press | year = 1996 | isbn = 0-86377-450-4 | page = 20 | url = http://books.google.com/?id=ukvei0wge_8C&pg=PA20}}</ref>[[মাছ]], [[উভচৰ]] আৰু [[সাপ]] আদিৰ চকুৰ লেন্সখনৰ আকৃতি অপৰিবৰ্তনীয়, কাৰ্যপদ্ধতি কেমেৰাৰ দৰেই।<ref>BioMedia Associates Educational Biology Site: [http://ebiomedia.com/gall/eyes/octopus-insect.html What animal has a more sophisticated eye, Octopus or Insect?]</ref>
"https://as.wikipedia.org/wiki/চকু"ৰ পৰা অনা হৈছে