পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) added Category:পোহৰ using HotCat |
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী:
[[File:Light dispersion conceptual waves.gif|thumb|266x266px|এটা ত্ৰিভুজাকাৰ প্ৰিজমে বগা পোহৰক বিচ্ছুৰণ কৰা দৃশ্য। দীঘল তৰংগদৈৰ্ঘ্য (ৰঙা) আৰু চুটি তৰংগদৈৰ্ঘ্য (নীলা) পৃথক হৈ পৰিছে।]]
মানুহৰ [[চকু]]ৰ বাবে সংবেদনশীল [[বিদ্যুত চুম্বকীয় বৰ্ণালী]]ৰ দৃশ্যমান অংশক '''পোহৰ''' বা '''দৃশ্যমান পোহৰ''' বা '''আলোক''' বোলা হয়।<ref>[[International Commission on Illumination|CIE]] (1987). [http://www.cie.co.at/publ/abst/17-4-89.html ''International Lighting Vocabulary'']. Number 17.4. CIE, 4th edition. ISBN 978-3-900734-07-7.<br />By the ''International Lighting Vocabulary'', the definition of ''light'' is: “Any radiation capable of causing a visual sensation directly.”</ref>দৃশ্যমান পোহৰৰ [[তৰংগদৈৰ্ঘ্য]]ৰ পৰিসৰ হৈছে
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে
পোহৰ '[[ফ'টন]]' নামৰ কিছুমান সূক্ষ্ম 'গোট' বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰে তৰংগ আৰু কণা- এই দুই ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়। পোহৰৰ বিষয়ে অধ্যয়নক '[[আলোক বিজ্ঞান]]' বোলা হয় আৰু ই আধুনিক [[পদাৰ্থবিজ্ঞান]]ত গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্ৰ।
|