মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎গান্ধীৰ মূলনীতি: ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
197 নং শাৰী:
গান্ধীৰ ইচ্ছানুসৰি তেওঁৰ দেহভষ্মৰ কিছু অংশ [[নীল নদী]], [[ভল্গা]], [[টেম্‌ছ]] আদি পৃথিৱীৰ বহুকেইখন নদীত বিসৰ্জন দিয়া হয়।
 
==সৎ গান্ধীৰ মূলনীতি ==
=== সত্য ===
সত্য অনুসন্ধানৰ বৃহৎ উদ্দেশ্যত গান্ধীয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ নিজে কৰা ভুলৰপৰা শিক্ষা লৈ আৰু নিজৰ ওপৰতে পৰীক্ষা-নিৰীক্ষা চলাই সত্য অনুসন্ধানৰ প্ৰয়াস কৰিছিল। তেওঁৰ আত্মজীৱনীখনৰ নাম '''The Story of My Experiments with Truth''' (মোৰ সত্য অন্বেষণৰ কাহিনী)।<ref name="Johnson2006">{{cite book|last=Johnson|first=Richard L.|title=Gandhi's Experiments With Truth: Essential Writings By And About Mahatma Gandhi|url=http://books.google.com/books?id=dRQcKsx-YgQC&pg=PR11|accessdate=9 May 2012|year=2006|publisher=Lexington Books|isbn=978-0-7391-1143-7|page=11}}</ref>