বাসুদেৱ থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎ইতিহাস আৰু প্ৰবাদ: Added content and removed unnecessary biographical content
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
76 নং শাৰী:
==বাসুদেৱ থানৰ মূৰ্ত্তি==
 
বাসুদেব থানৰ মূৰ্ত্তিখন ভালেমান কালৰ পুৰণি। শুনা যায়,পুৰণি বাসুদেৱ থানৰ মূৰ্তিভাগ চুতীয়া ৰজা সত্যনাৰায়ন দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান থানৰ বৃহৎ শিলৰ মূৰ্ত্তিখন কুণ্ডিলৰ চুতীয়া ৰজাৰ হাতত আছিল।আছিল আৰু পৰ‌বৰ্তি কালত দামোদৰ দেৱৰ দিনত নৰুৱা সত্ৰলৈ স্থানান্তৰ কৰা হৈছিল। এনেদৰে বাসুদেৱ থান আৰু নৰোৱা পত্ৰৰ সংযোগ ঘটে। ‘ঠাকুৰ চৰিত্ৰ’ নামৰ সাঁচিপতীয়া পুথি এখনৰ পৰা জয়ধ্বজ সিংহই শদিয়াৰ পৰা আনি নৰোৱা থানত বাসুদেৱ-মূৰ্ত্তি স্থাপন কৰা বুলি জনা যায়। কলীয়া শিলত খোদিত এই মূৰ্ত্তিটোৰ শিল্পকাৰ্য যথেষ্ট লেখতলগীয়া<ref>ডঃ মহেশ্বৰ নেওগৰ সংকলিত আৰু সম্পাদিত ‘পবিত্ৰ অসম’ গ্ৰন্থৰ পৃষ্ঠা নং ১৪-১৫</ref>। চতুৰ্ভুজবিশিষ্ট এই মূৰ্ত্তিৰ উচ্চতা ৪ ফুট অৰ্থাৎ ১২২ চেঃমিঃ।
 
==সত্ৰাধিকাৰ তথা ধৰ্মাচাৰ্যসকল==