হীৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
<!--{{Infobox mineral
|name = হীৰকহীৰা
|category = বিশুদ্ধৰূপেবিশুদ্ধৰূপত প্ৰাপ্ত
|boxwidth =
|boxbgcolor = #7da7d9
|image = Brillanten.jpg
|alt = Seven clear faceted gems, six small stones of similar size and a large one.
|caption = চক্ৰাকাৰে কাটাকটা হীৰকেৰহীৰাৰ চমৎকাৰ কয়েকটিকেইটামান উজ্জ্বল খণ্ডিত অংশ
|formula = [[কাৰ্বন|C]]
|molweight = ১২.০১ [[গ্ৰাম]]/[[মোল]]
|color = সাধাৰণত আদৰ্শ হীৰা হলুদহালধীয়া, বাদামী আৰু ধূসৰ থেকেবা বৰ্ণহীন হয়। তবেতাৰোপৰি নীলনীলা, সেউজীয়া, কালোক’লা, অৰ্ধ-স্বচ্ছ সাদাবগা, গোলাপীগোলপীয়া, বেগুনীবেঙুনীয়া, কমলা, ৰক্তাভ আৰু লালৰঙা বৰ্ণেৰবৰ্ণৰ হীৰাও পোৱা যায়।
|habit = [[অষ্টতলাকাৰঅষ্টভুজাকাৰ]]
|system = পৃষ্ঠতল কেন্দ্ৰিক [[ঘনক]]
|twinning =
|cleavage = ১১১ (চতুৰ্দিকেই যথাৰ্থভাবে)
|mohs = ১০ (প্ৰকৃতিতেপ্ৰকৃতিত প্ৰাপ্ত [[পদাৰ্থ|পদাৰ্থেৰ]] মধ্যেভিতৰত সবচেয়েসকলোতকৈ বেশিবেছি)
|refractive = ২.৪১৮ (৫০০ [[ন্যানোনেনো-মিটাৰেমিটাৰ]])
|opticalprop = এক প্ৰতিসৰী
|dispersion = ০.০৪৪
|streak = বৰ্ণহীন
|gravity = ৩.৫– ০.০১/+০.০১
|density = ৩.৫ - ৩.৫৩ গ্ৰাম/ঘন [[সেছে.মি.]]
}} -->
 
'''হীৰা''' {{En|Diamond}} বা '''হীৰক''' হল এবিধ অতি মূল্যবান ৰত্ন। গহনা তৈয়াৰ কৰিবলৈ ইয়াক ব্যবহাৰ কৰা হয়। বৰ্ণহীন এক ৰত্ন। ই বিশুদ্ধ উপাদান [[কাৰ্বন]]ৰ পৰা সৃষ্টি হয়। প্ৰকৃততে হীৰা কাৰ্বনৰ এক বিশেষ ৰূপ মাত্ৰ। পৃথিবীত প্ৰতি বছৰ প্ৰায় ২৬০০০ কে.জি. খনিজ হীৰা উত্তোলিত হয় যাৰ মূল্য প্ৰায় ৯ বিলিয়ন ডলাৰ। কথিত আছে, হীৰক সৰ্বপ্ৰথম [[ভাৰতীয় উপমহাদেশ|ভাৰতবৰ্ষ]]ত মূল্যবান ৰত্ন হিচাপে খনিৰ পৰা উত্তোলন আৰু ব্যবহাৰ কৰা আৰম্ভ হয়। হীৰা ভাৰতবৰ্ষৰ মানুহৰ বাবে কমপক্ষে ৩ৰ পৰা ৬ হাজাৰ বছৰ ধৰি পৰিচিত বুলি অনুমান কৰা হয়। মানুহৰ জ্ঞাত সকলো প্ৰাকৃতিক পদাৰ্থতকৈ হীৰা অনেক গুনে বেছি কঠিন আৰু ই অতি উচ্চতম তাপমাত্ৰাটো কাৰ্যক্ষম হৈ থাকে। হীৰাক আদৰ্শ হিচাপে লৈ তৈয়াৰ কৰা খনিজৰ কাঠিন্য মাপ কৰাৰ মোহ স্কেলৰ ১-১০ একক মতে হীৰাৰ কাঠিন্য হৈছে ১০।
"https://as.wikipedia.org/wiki/হীৰা"ৰ পৰা অনা হৈছে