শিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
উৎপত্তি আৰু গঠন অনুসৰি শিলসমূহক তিনিটা প্ৰধান শ্ৰেণীত ভাগ কৰা হয়।
*আগ্নেয় শিল ([[igneous rock]]): গলিত মেগমা বা লাভা ভূ-অভ্যন্তৰত নাইবা ভূ-পৃষ্ঠত ঠাণ্ডা হৈ গোটমাৰি যি শিল গঠন কৰে তাকে আগ্নেয় শিল বোলে । যেনে- [[বেছাল্ট]], [[গ্ৰেনাইট]], ছিয়েনাইট ইত্যাদি। আগ্নেয় শিল দুই প্ৰকাৰৰ- ১) বহিঃজাত শিলা ([[plutonic rock]]), ২) অন্তঃজাত শিলা ([[volcanic rock]])।
*ছেডিমেণ্টৰিগেদীয় শিল ([[Sedimentary rock]]): আগ্নেয় বা ৰূপান্তৰিত শিল বিভিন্ন ভাৱে ক্ষয়ীপ্ৰাপ্ত হৈ নিম্নভূমিত পলিৰূপেগেদৰূপে সঞ্চিত আৰু জমা হৈ যেযি শিল তৈয়াৰী কৰে তাকে ছেডিমেণ্টৰিগেদীয় শিল বোলে । যেনে: বেলে পাথৰ ([[sandstone]]), ছেল ([[shale]]) আদি।
*ৰূপান্তৰিত শিল ([[Metamorphic rock]]): আগ্নেয় শিলা অত্যধিক তাপ আৰু চাপড় পৰিবৰ্তিত হৈ যি নতুন শিলৰ গঠন কৰে তাকে ৰূপান্তৰিত শিল বোলে। যেনে: মাৰ্বল [[(marble)]], শ্লেট ([[slate]]) আদি।
 
"https://as.wikipedia.org/wiki/শিল"ৰ পৰা অনা হৈছে