কিলোগ্ৰাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
33 নং শাৰী:
}}
 
'''কিলোগ্ৰাম''' চমূকৈ(চমুকৈ '''কেজিকি:গ্ৰা:''' হৈছেবা '''ভৰৰ একককেজি''') হৈছে ভৰৰ একক। ধ্ৰুপদী (অনা-আপেক্ষিকতাবাদী) [[পদাৰ্থ বিজ্ঞান]]ত বস্তুত থকা পদাৰ্থৰ পৰিমাণকে বস্তুটোৰ [[ভৰ]] বুলি কোৱা হয় আৰু ই বস্তুটোৰ অৱক্ষয় নোহোৱালৈকে সলনি হ'ব নোৱাৰে। আপেক্ষিকতাবাদী পদাৰ্থ বিজ্ঞানত অৱশ্যে গতিশীল অৱস্থাত বস্তুৰ ভৰ [[দ্ৰুতি|বেগ]] বঢ়াৰ লগে লগে বাঢ়ি যায় বুলি ধৰা হয়। যিহেতো পোহৰৰ [[দ্ৰুতি|বেগ]]তকৈ কোনো বস্তুৱেই বেছি বেগত যাব নোৱাৰে গতিকে পোহৰৰ বেগত গতি কৰা বস্তুটোৰ ওপৰত যিমানেই বল প্ৰয়োগ কৰা নহঁওক লাগিলে তথাপিতো তাৰ ত্বৰণ ঘটাব নোৱাৰি। নিউটনীয় বলৰ সংজ্ঞা অনুসৰি সেয়ে সেই অৱস্থাত বস্তুটোৰ ভৰ অসীম হ'ব লাগিব।
 
==কিমান পৰিমাণে এক কিলোগ্ৰাম==
"https://as.wikipedia.org/wiki/কিলোগ্ৰাম"ৰ পৰা অনা হৈছে