অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
Atanu Deka (আলোচনা)-ই কৰা 200102 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
96 নং শাৰী:
 
== অসম নামৰ উৎপত্তি ==
'''অসম''' নামটোৰ উত্পত্তি সম্বন্ধে সঠিককৈ ক'ব নোৱাৰি৷ পূৰ্বতে এই ভূখণ্ড [[কামৰূপ]] আৰু (([[প্ৰাগজ্যোতিষপুৰ]] ৰাজ্য)) নামেৰে প্ৰসিদ্ধ আছিল৷ ত্ৰয়োদশ শতিকা মানত [[আহোম]]সকলে এই ভূখণ্ড জয় কৰাৰ পাছত 'অসম' নামটোৰ প্ৰচলন হয়৷ [[আহোম ৰাজবংশ|আহোম স্বৰ্গদেউসকলৰ]] দিনত ৰচিত [[বুৰঞ্জী]], [[সাহিত্য]], চৰিত পুথি আৰু [[বৈষ্ণৱ সাহিত্য]]ত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়৷
 
অসম নামৰ উত্পত্তি সম্বন্ধে কোনো কোনোৱে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল৷<ref name="travelogue">{{cite web | url=http://www.indiatravelogue.com/dest/nest/nest.html | title=Assam Overview | publisher=indiatravelogue.com | accessdate=April 03, 2012}}</ref> আনহাতে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম 'অ-সম' হ'ল৷ আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই [[আহোম]] শব্দটোৰ পৰা ''অসম'' হ'ল<ref name="autogenerated1"/>৷ আহোমসকলে নিজকে টাই বুলি পৰিচয় দিছিল যদিও তেওঁলোক আহোম হিচাপেহে অধিক পৰিচিত হৈ উঠিল। আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰে। পণ্ডিতপ্ৰৱৰ [[সত্যেন্দ্ৰনাথ শৰ্মা]]ৰ ভাষাৰে <ref>Sarma, Satyendra Nath ''Assamese Literature'', Harrassowitz, Wiesbaden, 1976</ref>-
"https://as.wikipedia.org/wiki/অসম"ৰ পৰা অনা হৈছে