মহাদেৱী বৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary
(edited with ProveIt)
1 নং শাৰী:
{{Infobox writer
| name = মহাদেৱী বৰ্মা
महादेवी वर्मा
| image =
| birth_date = ২৬ মাৰ্চ, ১৯০৭
| birth_place = [[ফৰুখাবাদ]], [[উত্তৰ প্ৰদেশ]], [[ব্ৰিটিচ ভাৰত|ভাৰত]]
Line 16 ⟶ 17:
| spouse = ড° স্বৰূপ নাৰায়ণ বৰ্মা
| awards = ১৯৭৯: [[সাহিত্য অকাডেমী ফেল'শ্বিপ]]
১৯৮২: [[জ্ঞানপীঠ বঁটা]]
১৯৫৬: [[পদ্মভূষণ]]
১৯৮৮: [[পদ্মবিভূষণ]]
| signature = Hastaksharmahadevi_s.jpg
'''মহাদেৱী বৰ্মা''' (২৬ মাৰ্চ, ১৯০৭-১১ ছেপ্তেম্বৰ, ১৯৮৭) [[হিন্দী সাহিত্য|হিন্দী সাহিত্যৰ]] এগৰাকী প্ৰসিদ্ধ কবি। হিন্দী সাহিত্যৰ [[ছায়াবাদী যুগ|ছায়াবাদী যুগৰ]] "চাৰিটা মুখ্য স্তম্ভৰ"{{Ref_label|স্তম্ভ|ক|none}} ভিতৰত মহাদেৱী বৰ্মা অন্যতম।<ref>{{harvnb|বৰ্মা|১৯৮৫|pp=৩৮-৪০}}</ref> তেওঁক ''আধুনিক মীৰা'' বুলিও জনা যায়।<ref name="literaryindia">{{cite web | url=http://literaryindia.com/Literature/Indian-Authors/mahadevi-verma.html | title=Mahadevi Verma: Modern Meera | publisher=literaryindia.com | accessdate=26 July 2019}}</ref> এইগৰাকী প্ৰতিভাবান কবিক কবি নিৰালাই “হিন্দী সাহিত্যৰ বিশাল মন্দিৰৰ সৰস্বতী” বুলি কৈছে।{{Ref_label|কবি নিৰালাৰ কবিতাৰ শাৰী|খ|none}}
== জীৱনী ==
=== জন্ম আৰু পৰিয়াল ===
১৯০৭ চনৰ ২৬ মাৰ্চত উত্তৰ প্ৰদেশৰ ফৰুখাবাদ নামে ঠাইত মহাদেৱী বৰ্মাৰ জন্ম হৈছিল।<ref name="ৰাজকুমাৰ">{{harvnb|সিংহ|২০০৭|pp=৩৮-৪০}} তেওঁলোকৰ পৰিয়ালত প্ৰায় ২০০ বছৰ পিছত প্ৰথমবাৰৰ বাবে পুত্ৰীৰ জন্ম হৈছিল। সেইকাৰণে তেওঁলোকৰ ঘৰৰ মানুহে মহাদেৱী বৰ্মাক ঘৰৰ দেৱী — মহাদেৱী হিচাপে গণ্য কৰিছিল আৰু সেইকাৰণেই তেওঁৰ নামো মহাদেৱী ৰখা হয়। তেওঁৰ পিতৃ গোবিন্দ প্ৰসাদ বৰ্মা ভাগলপুৰৰ এখন মহাবিদ্যালয়ত প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ মাতৃ হেমৰানী দেৱী আছিল এগৰাকী ধৰ্ম পৰায়ণ, কৰ্মনিষ্ঠ, ভাবুক তথা নিৰামিষভোজী তিৰোতা। <ref name="ৰাজকুমাৰ"/>
===শিক্ষা===
Line 73 ⟶ 74:
[[চিত্ৰ:map_mahadevi.jpg|thumb|292x292px|মহাদেৱী বৰ্মা জড়িত থকা স্থানসমূহ]]
== টোকা ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
'''ক.'''   {{Note_label|স্তম্ভ|ক|none}} ছায়াবাদৰ আন তিনিটা স্তম্ভ হৈছে [[জয়শংকৰ প্ৰসাদ]], [[সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা]] আৰু [[সুমিত্ৰনন্দন পন্ত]]।
'''খ.'''   {{Note_label|নিৰালাৰ কবিতাৰ শাৰী|খ|none}} "हिंदी के विशाल मंदिर की वीणापाणी, स्फूर्ति चेतना रचना की प्रतिमा कल्याणी" ― [[নিৰালা]]
==তথ্য সংগ্ৰহ==
{{reflist|2}}
=== গ্ৰন্থসূচী ===
{{col-begin}}
{{col-2}}
* {{Citation
| last = বৰ্মা
| first = ধীৰেন্দ্ৰ
| year = ১৯৮৫
| edition = তৃতীয়
| title = হিন্দী সাহিত্য কোষ, প্ৰথম আৰু দ্বিতীয় ভাগ
| publisher = জ্ঞানমণ্ডল লিমিটেড
| place = বাৰাণসী, ভাৰত
| language = হিন্দী
{{col-2}}
* {{Citation
| last = সিংহ
| first = ডা ৰাজকুমাৰ
| year = ২০০৭
| title = বিচাৰ বিমৰ্শ — মহাদেৱী বৰ্মা: জন্ম, শৈশৱস্থা এবং বাল্যৱস্থা
| publisher = সাগৰ প্ৰকাশন
| place = মথুৰা
| language = হিন্দী
{{col-end}}
== বাহ্যিক সংযোগ ==
*[http://www.kavitakosh.org/kk/index.php?title=%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80_%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE 'কবিতাকোষ'ত মহাদেৱী বৰ্মা] (হিন্দী)