২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{আজিৰ দিনটো|2|08|214}} আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==জন্ম==
#১৮৬১ – ভাৰতীয় ৰসায়নবিদ আৰু শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ জন্ম হৈছিল। (মৃত্যু ১৯৪৪)
#১৮৭৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ জাতীয় পতাকাৰ ডিজাইনাৰ [[পিংগলি ভেংকয়া]]ৰ জন্ম হৈছিল।
#১৮৭৭ – ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ বৰিশংকৰ শুক্লাৰ জন্ম হৈছিল। (মৃত্যু ১৯৬৫)
 
==মৃত্যু==
#১৯২২ - আলেকজেণ্ডাৰ গ্ৰেহাম বেল, স্কটিছ বিজ্ঞানী আৰু উদ্ভাবক।
 
==অনান্য==
#১৯৯৯ – অসমৰ গাইশাল ৰেল দূৰ্ঘটনাত ২৮৫ জন লোক নিহত হৈছিল।
 
==দিৱস==
#গণতন্ত্ৰ দিৱস (উত্তৰ মেচিডনিয়া)
 
{{Months}}
"https://as.wikipedia.org/wiki/২_আগষ্ট"ৰ পৰা অনা হৈছে