টাইৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বানান শুধৰণি, ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
104 নং শাৰী:
}}
{{contains Chinese text}} -->
'''টাইৱান''' ({{lang-en|Taiwan}}), চৰকাৰীভাবে '''চীন প্ৰজাতন্ত্ৰ''' ({{lang-en|Republic of China (ROC)}}), পূব এছিয়াৰ[[এছিয়া]]ৰ এটি [[দ্বীপ]]ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান [[ইউৰেছিয়া]] ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু [[ফিলিপাইন]]ৰ দক্ষিণত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দ্বীপপুঞ্জসমূহ চীন প্ৰজাতন্ত্ৰৰ অধীন হয়। সাধাৰণতে চীন প্ৰজাতন্ত্ৰৰ শাসিত অঞ্চলক বুজাবলৈ "টাইৱান" ব্যৱহৃত হয়। চীন প্ৰজাতন্ত্ৰ [[প্ৰশান্ত মহাসাগৰ|প্ৰশান্ত মহাসাগৰৰমহাসাগৰ]] টাইৱান দ্বীপ, [[অৰ্কিড আইলেণ্ড]], [[গ্ৰীণ আইলেণ্ড]] শাসন কৰে। তদুপৰি পেছকাৰ্ডছপেছকাডৰেছ ([[পৰ্তুগীজ ভাষা]]: Pescadores অৰ্থাৎ "মৎস্যজীৱী বা মাছমৰিয়া"), কিনমেন, ফুচিয়েন তিৰৱৰ্তী মাৎসু আইলেণ্ড প্ৰভৃতি দ্বীপো শাসন কৰে। টাইৱান আৰু ফেংহু দ্বীপপুঞ্জ সমূহ (টাইপেই আৰু কাওছিউং পৌৰসভা বাদ দি) চীন প্ৰজাতন্ত্ৰৰ টাইৱান প্ৰদেশ হিচাপে প্ৰশাসিত হয়।
 
টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা ([[পৰ্তুগীজ ভাষা]]: Ilha Formosa]] অৰ্থাৎ''সুন্দৰী দ্বীপ'') নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰু [[জাপান|জাপানৰজাপান]] মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবত [[প্ৰশান্ত মহাসাগৰ]], দক্ষিণে [[দক্ষিণ চীন সাগৰ]] আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবে [[পূব চীন সাগৰ]] অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।
 
টাইৱানৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৩০ লাখ। তাৰে ভিতৰত হক্কেইন সম্প্ৰদায়ৰ লোক সৰ্বাধিক। আন আন অধিবাসী সমূহ হলহ'ল [[হাক্কা]], প্ৰাচীন টাইৱানবাসী, চীনা টাইৱানবাসী,প্ৰবাসী টাইৱানবাসী ইত্যাদি। প্ৰধান ভাষা হলহ'ল [[মেণ্ডেৰীন]] আৰু [[টাইৱানী]] (মিননান উপভাষা), [[হাক্কা উপভাষা]] ইত্যাদি প্ৰধান উপভাষা। উচ্চপ্ৰযুক্তি, উষ্ণমণ্ডলীয় কৃষিজাতপণ্য প্ৰভৃতি ৰপ্তানি কৰি টাইৱানে অজস্ৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। [[নেন'প্ৰযুক্তি]], আলোক ইলেক্ট্ৰনিক্স, পৰ্যটন ইত্যাদি শিল্প টাইৱানৰ উন্নয়নত সহায়ক।
 
== ইতিহাস ==
"https://as.wikipedia.org/wiki/টাইৱান"ৰ পৰা অনা হৈছে