৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎জন্ম: Added content
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
'''৪ ছেপ্টেম্বৰ'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৪৮ তম ([[অধিবৰ্ষ]]ত ২৪৯ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৮ টা দিন বাকী থাকে৷ |4|9|247}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==জন্ম==
# আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা [[দাদা ভাই নৰজী]]ৰ জন্ম হয় ১৮২৫ চনত। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰে।
5 নং শাৰী:
 
==মৃত্যু==
# প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা [[হো-ছি-মিন]]ৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে ৷দিনটোতে।
# শিক্ষাবিদ, বিদূষী মহিলা [[ইন্দিৰা মিৰি]]ৰ মৃত্যু হয় ২০০৪ আজিৰ দিনটোতে।
==অন্যান্য==