চৰাইদেউ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
28 নং শাৰী:
| Website =
}}
'''চৰাইদেউ জিলা''' ([[আহোম ভাষা]] চে-ৰাই-ডয়, অৰ্থ: পাহাৰত জিলিকি থকা চহৰ , [[ইংৰাজী ভাষা]]:Che Rai Doi or Charaideo ) অসমৰ এখন ন কৈ গঠন কৰা জিলা যি প্রাচীন [[আহোম]] ৰাজধানী চহৰ চে-ৰাই-ডয় আৰু কিছু অঞ্চলক সামৰি গঠিত।‌ ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মূখ্যমন্ত্ৰী [[তৰুণ গগৈ|তৰুণ গগৈয়ে]] [[শিৱসাগৰ জিলা]]ৰ চৰাইদেউ মহকুমাক আন চাৰিখন মহকুমাৰ সৈতে জিলা ৰূপে ঘোষণা কৰে। জিলাখনৰ সদৰ স্থান [[সোণাৰি]]।
 
==চৰাইদেউ নামৰ উৎপত্তি==