বুৰঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Distinguish|ইতিহাস}}
[[File:Buranji.png|thumb|Buranji]]
'''বুৰঞ্জী''' বা '''বুৰণ -জি''' ([[আহোম ভাষা]] অৰ্থ হৈছে বুৰণ মানে প্ৰাচীন জী মানে ভঁৰাল,[[ইংৰাজী ভাষা]]:Buranji){{sfn|Hartman|2011|p=227|ps=: "The Tai-Ahom term ''buran'' is cognate with the Standard Thai word ''boran'' (ancient). Buranji, then, are ''ancient writings''."}} হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ।বুৰঞ্জী (বা ''বু-ৰন্-জী'') শব্দটোৰ মূল টাই-চীন [[আহোম ভাষা]]।বুৰণ মানে প্ৰাচীন জী মানে ভঁৰাল।{{sfn|Hartman|2011|p=227|ps=: "The Tai-Ahom term ''buran'' is cognate with the Standard Thai word ''boran'' (ancient). Buranji, then, are ''ancient writings''."}} [[অসম]]ৰ বুৰঞ্জীসমূহ প্ৰথমাৱস্থাত [[আহোম ভাষা]]ত লিখা হৈছিল আৰু এই ৰীতি ১৮৫৮ চনলৈকে অব্যাহত আছিল।<ref name="LILA">{{cite book | title=টাই সংস্কৃতিৰ ৰূপৰেখা | publisher=বনলতা | author=লীলা গগৈ | authorlink=লীলা গগৈ | year=১৯৯৪ | pages=৫৬ | isbn=81-7339-079-7}}</ref> পিছলৈ বুৰঞ্জী লিখোঁতে [[অসমীয়া ভাষা]]ই আহোম ভাষাৰ ঠাই লয়।<ref>Goswami, Golockchandra (1982), ''Structure of Assamese'', Page 11, Western Assamese dialect, the sole medium of all ancient Assamese literature including the buranjis written in the Ahom court</ref><ref>{{harv|Goswami|2007|p=436}}</ref>
 
==আৰম্ভণি ==
"https://as.wikipedia.org/wiki/বুৰঞ্জী"ৰ পৰা অনা হৈছে