লেশধৰ শৰ্ম্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পুনৰ্নিৰ্দেশ নেৰাকৈ এটা পুনৰ্নিৰ্দেশৰ ওপৰেৰে পৃষ্ঠা লেশধৰ শৰ্ম্মা (লেৰেলা খনিকৰ) -ৰ পৰা লেশধৰ শৰ্ম্মা Bishnu Saikia স্থানান্তৰ কৰা হল
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
{{Unreferenced}}
 
{{Peacock}}
ঊনবিংশ শতিকাৰ শেষ ভাগত [[পুৰণিগুদাম]]ত দুৰ্গাপূজা আয়োজনৰ পৰম্পৰা আৰম্ভ হৈছিল। চাহ বাগিছাৰ প্ৰতিপত্তিশালী ব্যৱসায়ী দেৱনাথ বৰুৱাৰ উদ্যোগত আৰম্ভ হোৱা পূজাভাগত পোনপ্ৰথমে খেৰৰ সোপাৰে দেৱী-প্ৰতিমা তৈয়াৰ কৰা হৈছিল। ১৯০১ চনত লেৰেলা খনিকৰ ওৰফে লেশধৰ শৰ্ম্মাই সৃজনীশীলতাৰ চমৎকাৰিতাৰে কাঠেৰে এটি দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিলে। কোনোধৰণৰ উচ্চশিক্ষা অথবা কাৰিকৰী শিক্ষাৰ আশ্ৰয় নোলোৱাকৈ কেৱল নিজ প্ৰতিভা আৰু নিষ্ঠাৰ জোৰত লেশধৰ শৰ্মাই নিৰ্মাণ কৰা কাঠৰ দুৰ্গা-প্ৰতিমাটি কেৱল অসমতে নহয়,সমগ্ৰ ভাৰততে বিৰল।বিৰল{{উদ্ধৃতিৰ প্ৰয়োজন}}। কাঠেৰে দুৰ্গা প্ৰতিমা সাজি উলিওৱা প্ৰথম ব্যক্তি হিচাপে চিহ্নিত লেশধৰ শৰ্মাৰ নামটো আজিও শ্ৰদ্ধা আৰু বিনম্ৰতাৰ স্মৰণ কৰা হয়। কুৰি শতিকাৰ চল্লিছৰ দশকত কাঠৰ মূৰ্তিভাগ গুৱাহাটীৰ যাদুঘৰলৈ নিয়াৰ যো-জা চলোৱা হৈছিল। কিন্তু পুৰণিগুদামৰ স্থানীয় ৰাইজে ঐতিহ্যমণ্ডিত এই ৰ্দুগাৰ্মূতিটিক সমূহীয়া প্ৰচেষ্টাৰে সংৰক্ষণ কৰি নিজ ঠাইতে ৰাখিবলৈ মনস্থ কৰিলে। লেশধৰ শৰ্ম্মাই নিৰ্মাণ কৰি থৈ যোৱা এই দুৰ্গামূৰ্তিটোৰেই পুৰণিগুদামৰ স্থানীয় পূজাঘৰত তেতিয়াৰ পৰা বৰ্তমানলৈকে পূজা কৰি থকা হৈছে।হৈছে<ref>পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী, ধৰণীধৰ মজিন্দাৰ, প্ৰথম প্ৰকাশ ১ মাৰ্চ, ২০০০</ref>।
 
==জন্মস্থান==
Line 6 ⟶ 7:
 
==শৈশৱ-কাল আৰু শিক্ষা-জীৱন==
শৰ্ম্মাৰ শৈশৱৰ ঘটনাৱলী সম্পূৰ্ণকৈ নেজানিলেও এইখিনি জানিব পাৰি যে পাঠশালা ঊত্তীৰ্ণ হৈ তেখেতে স্থানীয় সংস্কৃত স্কুলত (বৰ্ত্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়) সংস্কৃত অধ্যয়ন কৰিছিল। তাৰপিছত শ্ৰাদ্ধবিধি বৈদিক কৰ্ম্মাদি কৰি জীৱিকাৰ বাট মোকলাইছিল। সৰুকালৰে পৰা শৰ্ম্মাদেৱে দা-কটাৰী,খৰি ফলা হাতোৱাহখনেৰেই পীৰা,তুল,গছা,চকী আদি সাজি খ্যাতি লাভ কৰিছিল৷ ক্ৰমান্বয়ে কাঠ শিল্পৰ প্ৰতি তেখেতৰ আগ্ৰহ আৰু আকৰ্ষণ বাঢ়িবলৈ ধৰিলে। সা-সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা আহিলা-পাতি বিচাৰি আনৰ ওচৰলৈ নগৈ তেখেতে নিজ হাতৰেই সেইসমূহ আহিলা তৈয়াৰ কৰি ল’লে।
 
==ভাস্কৰ্যবিদ্যা আৰু কাঠৰ প্ৰতিমাৰ দুৰ্গা==
Line 17 ⟶ 18:
 
==সহায়ক গ্ৰন্থপঞ্জী==
{{reflist}}
* পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী, ধৰণীধৰ মজিন্দাৰ, প্ৰথম প্ৰকাশ ১ মাৰ্চ, ২০০০
 
==লগতে চাওক==